পৃথিৱীলৈ প্ৰত্যাৱৰ্তন Axiom-4 মহাকাশত ইতিহাস ৰচনা কৰি পৃথিৱীলৈ উভতি আহিল শুভাংশু শুক্লা সহ চাৰি মহাকাশচাৰী
পৃথিৱীলৈ প্ৰত্যাৱৰ্তন ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা সহ ৪ মহাকাশচাৰী । মহাকাশত সফলতাৰে সম্পূৰ্ণ ১৮ দিন কটাই সফলতাৰে অৱতৰণ পৃথিৱীত । Axiom-4 মহাকাশ অভিযান ভাৰতৰ মহাকাশ ইতিহাসৰ এক গৌৰৱৰ অধ্যায় । নাছাৰ সূত্ৰ অনুসৰি ১৫ জুলাই মঙলবাৰে বিয়লি ৩:০১ বজাত কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলত অৱতৰণ কৰে মহাকাশযানখনে । ড্ৰেগন কেপচুলটো উভতি অহাৰ পথত অৱতৰণ কৰাৰ আগতে মহাকাশত…