Braking

āĻĒ⧁āύ⧰ āĻĻā§ā§°ā§āϘāϟāύāĻžāϤ āĻĒāϤāĻŋāϤ āϝāĻžāĻ¤ā§ā§°ā§€āĻŦāĻžāĻšā§€ āĻŦāĻŋāĻŽāĻžāύ! āĻŦāĻŋāĻŽāĻžāύ⧰ āφāϟāĻžāχāϕ⧇āχāϜāύ āϝāĻžāĻ¤ā§ā§°ā§€ā§° āĻŽā§ƒāĻ¤ā§āϝ⧁⧰ āφāĻļāĻ‚āĻ•āĻž !

ৰাছিয়াৰ আমুৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে আংগাৰা এয়াৰলাইন্সৰ এখন বিমানবিমানখনত আছিল ৪৯ গৰাকী যাত্ৰী।কেইঘণ্টামান আগতে ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছিল এই বিমানখন।বিমান দুৰ্ঘটনাত ৪৯ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ইতিমধ্যে ৰাছিয়াৰ সেনাই বিচাৰি পাইছে বিমানখনৰ ধ্বংসাৱশেষ।ইয়াৰ পিছতে উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে। সংবাদ সংস্থা TASS ৰ মতে, AN-24 ক’ডেৰে পৰিচালিত এই বিমানখনত ৫টা শিশুকে…

Read More