Braking

Instagram Reels āϤ āĻŦā§āϝāĻ¸ā§āϤ āĻĨāĻ•āĻžā§° āĻŦāĻžāĻŦ⧇āχ āĻĒāĻŋāĻ¤ā§ƒā§Ÿā§‡ āĻšāĻ¤ā§āϝāĻž āϕ⧰āĻŋāϞ⧇ āύāĻŋāϜ āĻ•āĻ¨ā§āϝāĻžāĻ•

কোন দিছে গতি কৰিছে আজিৰ সমাজখনে ? Instagram Reels ৰ আসক্তিয়েই মৃত্যু মাতিলে নেকি ৰাধিকাৰ ? Instagram Reels ৰ আসক্তি ইমানেই গুৰুতৰ অপৰাধ নেকি যাৰ বাবে পিতৃয়ে হত্যা কৰিবলৈ বাধ্য হল নিজ কন্যাক ? নিজকে স্বাৱলম্বী ৰূপত প্ৰতিষ্ঠিত হোৱাটোৱেই ভুল হল নেকি ৰাধিকাৰ? কালি হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং…

Read More

āχāύāĻˇā§āϟāĻžāĻ—ā§ā§°āĻžāĻŽ ā§°ā§€āϞ⧰ āĻŦāĻžāĻŦ⧇āχâ€Ļ.āĻĒāĻŋāĻ¤ā§ƒā§Ÿā§‡ ā§Ģ āϟāĻž āϗ⧁āϞ⧀⧰⧇ āĻšāĻ¤ā§āϝāĻž āϕ⧰āĻŋāϞ⧇ āύāĻŋāϜ āĻ•āĻ¨ā§āϝāĻžāĻ• !

হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত এজন লোকে তেওঁৰ ২৫ বছৰীয়া কন্যা ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে । ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে নিজ পিতৃয়ে । ৰাধিকা যাদৱ আছিল ৰাজ্যিক পৰ্য্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ । আই টি এফ ডাবলছত ১১৩ নম্বৰ স্থানত থকা ৰাধিকা আছিল ভাৰতীয় টেনিছৰ উদীয়মান…

Read More