Braking

āĻ…āĻ¨ā§āϧ āĻ—āĻžāρāĻ“āĻŦāĻžāϏ⧀ , āĻ…āĻ¨ā§āϧ āĻĒāĻļ⧁-āĻĒāĻ•ā§āώ⧀ āĻĒ⧃āĻĨāĻŋā§ąā§€ā§° āĻāĻ•āĻŽāĻžāĻ¤ā§ā§° āĻ…āĻ¨ā§āϧ āĻ—āĻžāρāĻ“

বিশ্বৰ এনে বহু ঠাই আছে যিবোৰ এতিয়াও ৰহস্যৰে ভৰপুৰ , যিবোৰ হয়তো বিজ্ঞানেও সম্পূৰ্ণকৈ ঢুকি পোৱা নাই । এনেকুৱা এখন গাঁও মেক্সিকো দেশত অৱস্থিত । “অন্ধৰ গাঁও” নামৰে  জনাজাত এই গাঁওখনৰ নাম টিলটেপেক । আশ্বৰ্য্যজনক কথাটো হল এই গাঁওত ইয়াত বসবাস কৰা সকলো মানুহ আৰু জীৱ-জন্তুয়েই অন্ধ । এই কথা শুনি আপুনি হয়তো বিশ্বাস নকৰিবও পাৰে…

Read More