Braking

āĻĒ⧃āĻĨāĻŋā§ąā§€ā§° āφāϟāĻžāχāϤāĻ•ā§ˆ āĻšāĻŋāĻ‚āϏāĻžāĻ¤ā§āĻŽāĻ• āϜāύāϜāĻžāϤāĻŋ | āϝāĻžā§° āĻ“āϚ⧰āϤ āĻ¯ā§‹ā§ąāĻžāĻŸā§‹ āĻāϕ⧇āĻŦāĻžā§°ā§‡ āύāĻŋāώāĻŋāĻĻā§āϧ

এই জনজাতিটো ভাৰতৰ আন্দামান আৰু নিকোবাৰআইলেণ্ডৰ ৫৭২ টা আইলেণ্ডৰ ভিতৰৰ এটা আইলেণ্ডত বাস কৰে। এই জনজাতিটোক চেন্তিনেলিছ জনজাতি বুলি কোৱা হয়।এই জনজাতিটো আন্দামানৰ উত্তৰ দিশৰ আইলেণ্ডত বসবাস কৰে। জানিব পৰা মতে এই জনজাতিটো আজিলৈ ইমানেই পিছ পৰি আছে যিয়ে আজিলৈ জুইৰ কথাও একেবাৰে নাজানে।এই জনজাতিটো কেঁচা মাছ, চৰাই, বনৰীয়া পশু আৰু নাৰিকল আৰু বৰষুণৰ পানী…

Read More