āϝāĻžāϤā§ā§°ā§āϏāĻāϞ⧰ āĻŦāĻžāĻŦā§ āϏā§āĻāĻŦā§° – āĻāĻžā§°āϤā§āϝāĻŧ ā§°ā§’āϞ āϏā§ā§ąāĻžāϤ āĻā§ā§°ā§āϤā§āĻŦāĻĒā§ā§°ā§āĻŖ āĻĒāĻĻāĻā§āώā§āĻĒ
এতিয়াৰে পৰা অধিক সুৰক্ষিত আৰু নিৰাপদ হব ৰে’ল যাত্ৰা । যাত্ৰীৰ সৰলতাৰ সুযোগ লৈ কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি বা অপৰাধজনিত কাৰ্য্য । ৰে’ল যাত্ৰা আধুনিকীকৰণ আৰু যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল সেৱাই । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । ভাৰতীয় ৰে’লৱেই এই বছৰৰ…