Braking

৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম ।

৭১ সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা প্ৰবাল খাউণ্ডৰ ছবি ‘পাই–টাং–ষ্টেপ অব হফ’ ছবিখনলৈ ৰজত কমল বঁটা I

টাই ফাকে জনগোষ্ঠীৰ সম্পৰ্কত প্ৰৱাল খাউণ্ড পৰিচালিত ছবি Pai Tang , Step of Hope  ছবিখন I

উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ‘স্বৰ্ণকমল বঁটা’।

আদিত্যম শইকীয়া পৰিচালিত ৰঙাটাপু-১৯৮২ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান। 

সঞ্জীৱ পৰাশৰলৈ Lentina Ao – A Light on the Eastern Horizon ছবিৰ বাবে শ্ৰেষ্ঠ জীৱনীমূলক ছবিৰ সন্মান I

শিল্পিকা বৰদলৈ পৰিচালিত মিজো ভাষাৰ ছবি THE SPIRIT DREAMS OF CHEROW লৈ নন-ফিচাৰ ফিল্ম শাখাত শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান ।

Leave a Reply