বিজেপিলৈ ঢাপলি বিৰোধী সদস্যৰ একেদিনাই বিজেপিত যোগদান ২০০০ সদস্যৰ
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে বিজেপি দলৰ জনপ্ৰিয়তা । একেদিনাই বিজেপিত যোগদান ২০০০ ত কৈও অধিক সদস্যৰ । বিজেপিলৈ ঢাপলি বিৰোধী দলৰ সদস্যৰ । আজি এক সমূহীয়া যোগদান সভাত ২০০০ ত কৈও অধিক সদস্যই নিজ দল ত্যাগ কৰি যোগদান কৰে বিজেপি দলত । পশ্চিম কাৰ্বি আংলঙৰ ৭ নং কপিলী পৰিষদ সমষ্টিৰ লাংচিটিং গাঁৱত আয়োজিত কৰা হয় এক বিশাল…