āĻŽā§°āĻžāĻŖāϤ āĻāϝāĻŧāĻāĻā§° āĻĒāĻĨ āĻĻā§ā§°ā§āĻāĻāύāĻž I āĻĨāĻŋāϤāĻžāϤ⧠āύāĻŋāĻšāϤ āĻĒāĻŋāϤāĻž-āĻĒā§āϤā§ā§°
পুৱাই মৰাণত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত পিতা–পুত্ৰ । দুখন বাহনৰ মুখামুখি সংঘৰ্ষত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন। বলেৰ’ পিক আপ-হোণ্ডাই আৰু এক্সটাৰ বাহনৰ মাজত সংঘৰ্ষ । দুই বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় মৰাণৰ পানীতোলাৰ বৰবিল গাঁৱৰ নিবাসী পিতা-পুত্ৰ খগেন বৰুৱা (৪৫) আৰু যুগল কিশোৰ বৰুৱা (১৪)…