যোৰাবাটত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ I
ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল মৃতদেহটো
যোৰাবাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ I
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল মৃতদেহটো I মৃতদেহৰ মুখমণ্ডলত স্পষ্ট আঘাতৰ চিন I পুৱাতেই যোৰাবাটত আৰক্ষী আৰু যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো I মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ