NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ‘অপাৰেচন সিন্দুৰ’
NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ‘অপাৰেচন সিন্দুৰ’ I NCERT য়ে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ । NCERTৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব “অপাৰেচন সিন্দূৰ” । দেশপ্ৰেম শিক্ষাৰ নতুন অধ্যায় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় সচেতনতা অনাৰ উদ্দেশ্য এই বিশেষ পদক্ষেপ গ্ৰহণ NCERT ৰ । ভাৰতীয় সেনাৰ আধুনিক ইতিহাসত বীৰত্বৰ প্রতীক হিচাপে পৰিগণিত এই সামৰিক অভিযান “Operation Sindoor” ক তৃতীয় শ্ৰেণীৰ পৰা…