Braking

গুজৰাটত আৰম্ভ হৈছে ভাৰতৰ প্ৰথম Tribal Genome Sequencing Project

গুজৰাট ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক বৃহৎ সংযোজন । ৰাজ্যখনৰ জনজাতীয় লোকক বিজ্ঞানসন্মত ভাৱে সুস্বাস্থ্য প্ৰদান কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । যাৰ লক্ষ্য হৈছে বংশগত ৰোগসমূহৰ বিৰুদ্ধে নিখুঁত চিকিৎসা পদ্ধতিৰে প্ৰতিহত কৰা । এই পদক্ষেপ ২০২৫–২৬ চনৰ ৰাজ্যিক বাজেটৰ অংশ । ৰাজ্যিক জনজাতি উন্নয়ন মন্ত্ৰী কুবেৰ ডিণ্ডোৰৰ অধ্যক্ষতাত এক উচ্চ পৰ্যায়ৰ পৰামৰ্শত ঘোষণা কৰে…

Read More

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ ।  ১৬, ১৭ জুলাই অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে সফল পৰিসমাপ্তি ঘটে অনুষ্ঠানটোৰ । নটৰাজ কলা কেন্দ্ৰ আৰু ৰিভী আন্তৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ । শুৱালকুছি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা হৈছিল অনুষ্ঠানটোৰ । শ্ৰীলংকাৰ পৰা অহা নৃত্য দলে শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰে । শ্ৰীলংকাৰ লগতে…

Read More

যাত্ৰীসকলৰ বাবে সুখবৰ – ভাৰতীয় ৰে’ল সেৱাত গুৰুত্বপূৰ্ণ পদক্ষেপ

এতিয়াৰে পৰা অধিক সুৰক্ষিত আৰু নিৰাপদ হব ৰে’ল যাত্ৰা  । যাত্ৰীৰ সৰলতাৰ সুযোগ লৈ কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি বা অপৰাধজনিত কাৰ্য্য । ৰে’ল যাত্ৰা আধুনিকীকৰণ আৰু যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল সেৱাই । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । ভাৰতীয় ৰে’লৱেই এই বছৰৰ…

Read More

জীৱন-মৰণৰ সন্ধিক্ষণত এক কঠিন সিদ্ধান্ত ইউথেনেছিয়া (Euthanasia)

জীৱন-মৰণ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া । কিন্তু যিমানে গতিশীল সমাজৰ সৈতে গতি কৰিছোঁ ধাৰণা বোৰেই যে সময়ৰ সোঁতত সলনি হৈ নতুন পথৰ দিশে গতি কৰিছে । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে । এই উদ্বেগৰ সমান্তৰালভাৱে আন এটা বিতৰ্কিত বিষয়ৰ সৃষ্টি হৈছে-ইউথেনেছিয়া । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক…

Read More

পুনৰ সংঘটিত ‘ডিজিটেল গ্ৰেপ্তাৰ’ ৰ ঘটনা কৰ্ণাটকত ৩.১৬ কোটি টকাৰ প্ৰতাৰণা

দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । শেহতীয়াকৈ এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কৰ্ণাটকত । চাইবাৰ ইকনমিক এণ্ড নাৰ্কটিকছ (CEN) ক্ৰাইম পুলিচত দাখিল কৰা অভিযোগ অনুসৰি অনলাইন জালিয়াতি আঁচনিৰ চিকাৰ হ’ল মেংগালুৰুৰ এগৰাকী গৃহিণী । যাৰ ফলত ৩.১৬ কোটি টকা হেৰুৱাই । ৫ জুনৰ পুৱা প্ৰায় ১০:২৫ বজাত ৰাষ্ট্ৰীয় চাইবাৰ ৰিপৰ্ট পৰ্টেল (এনচিআৰপি)ৰ পৰা পৰিদৰ্শক…

Read More