কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা
দাৰে ঘপিয়াই হত্যা এগৰাকী বৃদ্ধ মহিলাক । কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা । চোতালতে নৃশংস হত্যা এগৰাকী মহিলাক । উপৰ্যুপৰি আক্ৰমণ কৰি দাৰে হত্যা বৃদ্ধ মহিলাগৰাকীক ।সোমবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ হত্যা কাণ্ড । লখিমাই দাসৰ চোতালত মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালে প্ৰাণ ললে বৃদ্ধ মহিলা উষা বিশ্বাসৰ । ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই সংঘটিত এই ভয়ংকৰ কাণ্ড…