Braking

প্ৰতিশোধৰ পৰা ব্যৱসায়লৈ প্ৰাক্তন প্ৰেমিকৰ ভয়ংকৰ প্ৰতিশোধৰ বলি অৰ্চিতা

সামাজিক মাধ্যমৰ পৰা সংবাদ মাধ্যমলৈ বিয়পি পৰিছিল এটা চৰ্চিত নাম । নিষিদ্ধ ছবিজগতৰ নায়িকা ৰূপে অসমীয়া যুৱতীক লৈ সৃষ্টি হৈছিল ভিন্ন কাহিনী , ভিন্ন বাতৰিৰ । কিন্তু পোহৰলৈ আহিছে প্ৰকৃত সত্য । ৰহস্য ফাদিল হৈছে Viral অৰ্চিতা সৃষ্টিৰ মূল কাহিনী । প্ৰতিশোধৰ দীৰ্ঘদিনীয়া পৰিকল্পনা চলি আছিল ডিব্ৰগড়ৰ বোৱাৰী অৰ্চিতাৰ বিৰুদ্ধে । ২০১৪ চনত টুইটাৰত অৰ্চিতাৰ…

Read More

ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ উত্তৰ-পূৰ্বাঞ্চলত মুকলি প্ৰথমখন Aqua Tech পার্ক

ৰাজ্যবাসীৰ বাবে সু-খবৰ । মীন উৎপাদনৰ স্বাৱলম্বীতাৰ দিশত উল্লেখযোগ্য সিদ্ধান্ত ৰাজ্য চৰকাৰৰ । কালি সোণাপুৰৰ বগীবাৰীত মুকলি হল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম একুৱা টেক পাৰ্ক । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন Aqua Tech পার্ক মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।  মীন উৎপাদন বৃদ্ধিকে ধৰি মীন পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ লক্ষ্যৰে এই বৃহৎ পদক্ষেপ ৰাজ্য চৰকাৰৰ । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে…

Read More

“মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নোভোগে I AM SORRY” …. তাৰ পিছতেই চাৰি মহলৰ পৰা মৰণ জাপ

মোৰ হৈ মোৰ পত্নী আৰু সন্তানে কষ্ট পোৱাটো নিবিচাৰোঁ । মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নুভুগে । AM SORRY ১.২০ লাখ টকীয়া বেজী লোৱাৰ পৰামৰ্শ দিছিল চিকিৎসকে । কালি গুৱাহাটীৰ মেজিষ্ট্ৰেট কল’নীত সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা । হেদায়েৎপুৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা কৰিছিল চৰকাৰী বিষয়া ADC ত্ৰিদীপ কোঁৱৰে ।  কামৰূপ মহানগৰ জিলা আয়ুক্ত কার্যালয়ত…

Read More

ৰাজ্যবাসীলৈ সুখবৰ অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত

কালি কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ব্যক্তিগত নাৰ্ছিং হোমক লৈ কেবিনেটত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এতিয়াৰ পৰা ৪ ঘণ্টাতকৈ অধিক সময় ৰাখি থব নোৱাৰিব মৃতদেহ । নাৰ্ছিং হোমে টকা নিদিয়া বুলি কৈ মৃতদেহ ৰাখি থলে গ্ৰহণ কৰা হব আইনী ব্যৱস্থা । যদি কোনো নাৰ্ছিং হোমে ৪ ঘণ্টাতকৈ অধিক সময় মৃতদেহ…

Read More

ইনষ্টাগ্ৰাম ৰীলৰ বাবেই….পিতৃয়ে ৫ টা গুলীৰে হত্যা কৰিলে নিজ কন্যাক !

হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত এজন লোকে তেওঁৰ ২৫ বছৰীয়া কন্যা ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে । ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে নিজ পিতৃয়ে । ৰাধিকা যাদৱ আছিল ৰাজ্যিক পৰ্য্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ । আই টি এফ ডাবলছত ১১৩ নম্বৰ স্থানত থকা ৰাধিকা আছিল ভাৰতীয় টেনিছৰ উদীয়মান…

Read More

ৰোগীৰ জীৱনক লৈ হেতালি !কোন এই সকল মুন্নাভাই MBBS ?

ৰোগীৰ জীৱনক লৈ হেতালি চলিছে । ৰাজ্যত বৃদ্ধি পাইছে ভূৱা চিকিৎসকৰ মইমতালি । ৰাজ্যত চিকিৎসা শাস্ত্ৰৰ তিল মানো জ্ঞান নথকা লোকে ৰোগীৰ জীৱনক লৈ খেলা কৰিছে । বিগত কেইমাহৰ ভিতৰত ৰাজ্যজুৰি ভূৱা চিকিৎসকে ভয়ংকৰ ৰূপ লৈছে । অসম চিকিৎসা পৰিষদৰ এন্টি কোৱাকেৰী এণ্ড ভিজিলেঞ্চ ইউনিটৰ সক্ৰিয় অভিযানত যোৱা ৬ মাহত ১০ গৰাকী ভূৱা চিকিৎসকক গ্ৰেপ্তাৰ…

Read More

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ?

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ? বন্দনা দাস হত্যাকাণ্ডৰ নতুন তথ্য ! প্ৰকৃততে কাৰ ষড়যন্ত্ৰৰ বলি হ’ল বন্দনা দাস ? ধনৰ লোভত অন্ধ হৈ বায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে । বায়েকক হত্যা কৰিবলৈ কিমান নিষ্ঠুৰ হব লাগিব এবাৰ ভাৱকচোন ? যোৱা ২ জুলাইত গুৱাহাটীৰ খাৰঘূলিৰ লুইতপুৰৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল…

Read More

শোৱাপাটীতে হত্যা এগৰাকী মহিলাক ! কুঁৱাত পেলাই দিয়া হল মৃতদেহ….

ৰাজ্যত পুনৰ এক ভয়ানক হত্যাকাণ্ড । কোকৰাঝাৰৰ নায়েকগাঁও দক্ষিণ আমগুৰিত হত্যাকাণ্ড । শোৱাপাটীতে হত্যা কৰিলে এগৰাকী মহিলাক । মহিলা গৰাকীৰ নাম চুমি কিস্কু । শোৱাপাটীত নেদেখি , কোঠাত তেজৰ দাগ দেখি হত্যাৰ সন্দেহ পৰিয়ালৰ । হত্যা কৰি চোঁচৰাই আনি মৃতদেহ পেলালে কুঁৱাত । এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান পোৱা নাই । মৃতদেহ উদ্ধাৰৰ চেষ্টা SDRF বাহিনীৰ ।…

Read More

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড । বৃহস্পতিবাৰে দুলীয়াজান বালিকা মহাবিদ্যালয়ৰ সমীপত ব্যস্ত চাৰিআলিত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ডৰ । অগ্নিকাণ্ডত পথৰ কাষৰ কেইবাখনো দোকান ভস্মীভূত হয় । ভস্মীভূত এটা বাসগৃহও কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বিয়পি পৰা জুইত জাহ যায় বহু সামগ্ৰীৰ । স্থানীয় লোকৰ মতে অগ্নিকাণ্ডৰ পাছতে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয় । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা…

Read More

GMCH ত অগ্নিকাণ্ডৰ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড  সংঘটিত হৈছে । GMCH ৰ Minor OT অৰ্থ’পেডিক ডিপাৰ্টমেণ্টত সংঘটিত হৈছে অগ্নিকাণ্ড । অৰ্থপেডিক বিভাগত সংঘটিত হৈছে এই অগ্নিকাণ্ড । সোমবাৰে পুৱা GMCH ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত আতংকময় পৰিৱেশৰ  । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ পিছতেই ৰোগী আৰু আত্মীয়ৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু ৰোগীক…

Read More