Braking

āĻ‰ā§ŽāĻ•āϟ āĻ—ā§°āĻŽā§° āĻŦāĻžāĻŦ⧇ āĻĒ⧁āύ⧰ āϏāϞāύāĻŋ āĻļāĻŋāĻ•ā§āώāĻžāύ⧁āĻˇā§āĻ āĻžāύ⧰ āĻĒāĻžāĻ āĻĻāĻžāύ⧰ āϏāĻŽā§Ÿ

উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় । শিক্ষানুষ্ঠানৰ সময়সূচী সম্পৰ্কে আহিছে নতুন জাননী I গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ সময় আহি পৰিছে । পুনৰ ৰাজ্যত খোলা হব সকলো শিক্ষানুষ্ঠান । গ্রীষ্ম প্ৰৱাহৰ বাবে কামৰূপ (মেট্ৰ’)ৰ পাঠদানৰ সময়সূচী সলনিৰ নতুন নির্দেশনা জাৰি কামৰূপ মেট্ৰ’ৰ IS-DEEO দিপীকা চৌধুৰীৰ । মহানগৰীৰ বিদ্যালয়সমূহত পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হ’ব…

Read More

āφāϜāĻŋ āϏ⧰⧁āĻĒāĻĨāĻžā§°ā§° āω⧰āĻŋ⧟āĻžāĻŽāϘāĻžāϟāϤ āφ⧰āĻŽā§āĻ­ āĻšā§ˆāϛ⧇ āĻĒā§ā§°āĻļāĻžāϏāύ⧰ āĻŦ⧃āĻšā§Ž āωāĻšā§āϛ⧇āĻĻ āĻ…āĻ­āĻŋāϝāĻžāύ

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান I শতাধিক বুলড’জাৰেৰে এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান সকলো I পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ।শতাধিক বুলড’জাৰেৰে পুৱাৰে পৰা এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ I ১২খনকৈ গাঁৱত চলিব এই উচ্ছেদ অভিযান I বিদ্যাপুৰ অঞ্চলৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ…

Read More

āϏ⧁āĻ—āĻ¨ā§āϧāĻŋ āĻĒāĻ–āĻŋāϞāĻžā§° āĻ•āĻŦāĻŋ āĻšā§€ā§°ā§āĻĻāĻžā§° āĻ¸ā§āĻŽā§ƒāϤāĻŋ āϏ⧁āĻā§ąā§°āĻŋ

“ইমান অলপতে বিচলিত হ’লে তোমাৰ বাৰু কেনেকৈ চলে ?” শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে | কবি মই নাছিলো কোনোকালে ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ সত্যক সহজে ল’বলৈ শিকালে | কবি মই নাছিলো কোনোকালে | আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰৰ  জন্মদিন । আধুনিক অসমীয়া কবিতাৰ এজন লেখত ল’বলগীয়া কবি হ’ল হীৰেন ভট্টাচাৰ্য ৷ হীৰেন ভট্টাচাৰ্য দেৱৰ…

Read More

āϏ⧁⧰āĻžāĻĒāĻžā§Ÿā§€ āĻ­āĻžāϤ⧃āĻ• āĻšā§‹āĻ•āĻž āĻ…āĻ¸ā§āĻ¤ā§ā§°ā§°ā§‡ āĻšāĻ¤ā§āϝāĻž

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গণকপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড । ভাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পংকজ দাস । ভাতৃ গুপ্তমনি দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ । সুৰাপায়ী পংকজ দাসৰ কাণ্ডত অতিষ্ঠ হৈ ভাতৃয়ে সংঘটিত কৰিলে এই কাণ্ড । প্ৰায়েই সুৰাৰ ৰাগীত মাতাল হৈ ঘৰখনত হাৰাশাস্তি কৰিছিল মৃত পংকজ দাসে । ভগ্নীৰ ভাষ্য অনুসৰি দুয়োজন ভাতৃৰ মাজত প্ৰায়েই কাজিয়া…

Read More

āĻŦāĻŋāĻļā§āĻŦāύāĻžāĻĨā§° āĻŦāĻžāĻŽāĻ—āĻžāĻā§ąāϤ ā§Ŧ āϏāĻ¨ā§āĻĻ⧇āĻšāϜāύāĻ• āĻŦāĻžāĻ‚āϞāĻžāĻĻ⧇āĻļā§€āĻ• āφāϟāĻ•

বিশ্বনাথৰ বামগাঁৱত সন্দেহজনক বাংলাদেশীক আটক ।  বিষ্ণু মন্দিৰৰ সমীপত বিশ্বনাথ আৰক্ষীয়ে আটক কৰে ৬ সন্দেহজনক বাংলাদেশীক ধৃত কেইজনৰ ভিতৰত দুগৰাকী মহিলা, ৪জন পুৰুষ । ধৃত বাংলাদেশী কেইজন হৈছে ধৃত তহিজ্জ্বল পাৰামাণিক, মজিদুৰ শ্বেখ, ছৰিফুল পাৰামাণিক, ছফৰ উদ্দিন, আছমা খাতুন আৰু আবিদা খাতুন । লগতে জব্দ কৰা হৈছে এখন বাহন । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ…

Read More

āĻ…āϏāĻŽā§° āĻ—ā§Œā§°ā§ą āĻļā§āĻŦāĻšā§€āĻĻ āϕ⧇āĻĒā§āϤ⧇āχāύ āϜāĻŋāĻ¨ā§āϟ⧁ āĻ—āĻ—ā§ˆ

‘অসমৰ কাৰ্গিল নায়ক’ জিন্টু গগৈৰ স্মৃতি সুঁৱৰি.. ১৯৯৯ চনৰ ২৬ জুলাই , দেশৰ ইতিহাসত সাহস, উৎসৰ্গা আৰু দেশপ্ৰেমৰ এক অবিস্মৰণীয় দিন । ভাৰতীয় স্থলসেনাই কাৰ্গিলৰ সুউচ্চ পাহাৰত হাড় কঁপোৱা শীতত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি ভাৰতীয় সেনাই পাকিস্তানক কাৰ্গিল যুদ্ধত পৰাভূত কৰি সীমান্তত বিজয় ধ্বজা উৰুৱাইছিল । সেই যুদ্ধতে অগণন সেনানীৰ বলিদানৰ লগতে প্ৰাণ হেৰুৱাইছিল…

Read More

āĻĄāĻŋāĻŦā§ā§°ā§āĻ—ā§œāϤ āĻĒā§āϰāĻļāĻžāϏāύāĻŋāĻ• āĻ­ā§ąāύ⧰ āφāϧāĻžā§°āĻļāĻŋāϞāĻž āĻ¸ā§āĻĨāĻžāĻĒāύ āĻŽā§āĻ–ā§āϝāĻŽāĻ¨ā§āĻ¤ā§āϰ⧀⧰

ডিব্ৰুগড়ত প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ প্রায় ৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হব এই প্ৰেক্ষাগৃহ I কালি ডিব্ৰুগড়ত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ । ডিব্ৰুগড়ত প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ । দিছপুৰৰ লগতে ফেৰ মাৰিব পৰাকৈ সাজু কৰা হৈছে ডিব্ৰুগড়ক । ডিব্ৰগড়তো অসম চৰকাৰৰ কাম কাজ পৰিচালনা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰচেষ্টা কৰিছে…

Read More

āĻĒ⧁āύ⧰ āĻ•ā§ƒāĻ¤ā§ā§°āĻŋāĻŽ āĻŦāĻžāύ⧰ āĻ•ā§ąāϞāϤ āĻ—ā§ā§ąāĻžāĻšāĻžāĻŸā§€ āĻŽāĻšāĻžāύāĻ—ā§°ā§€

পুনৰ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী মহানগৰী । নিশা অহা এজাক বৰষুণতে বুৰিল গুৱাহাটীৰ পথ-উপপথ । পুনৰ গুৱাহাটীৰ বৃহত্তৰ অঞ্চল কৃত্রিম বানৰ কবলত । ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ , ৱায়াৰলেছ, হাতীগাঁৱৰ ৰাজপথ , শ্রীনগৰ,  ছাৰ্ভে, বেলতলাকে ধৰি কেইবাটাও অঞ্চল জলমগ্ন । কৃত্ৰিম বানৰ ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা । এজাক বৰষুণতেই বানৰ কৱলত পৰা…

Read More

āĻŦāĻ¸ā§āĻ¤ā§ā§° āύāĻ—ā§°ā§€ āĻļā§ā§ąāĻžāϞāϕ⧁āĻ›āĻŋāϤ āĻĻ⧁āĻĻāĻŋāĻ¨ā§€ā§ŸāĻž āĻ•āĻžā§°ā§āϝāϏ⧂āĻšā§€ā§°ā§‡ āϏāĻŽā§āĻĒāĻ¨ā§āύ āφāĻ¨ā§āϤ⧰āĻžāĻˇā§āĻŸā§ā§°ā§€ā§Ÿ āĻ•āϞāĻž āĻŽāĻšā§‡āĻžā§ŽāĻ¸ā§ą

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ ।  ১৬, ১৭ জুলাই অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে সফল পৰিসমাপ্তি ঘটে অনুষ্ঠানটোৰ । নটৰাজ কলা কেন্দ্ৰ আৰু ৰিভী আন্তৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ । শুৱালকুছি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা হৈছিল অনুষ্ঠানটোৰ । শ্ৰীলংকাৰ পৰা অহা নৃত্য দলে শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰে । শ্ৰীলংকাৰ লগতে…

Read More

āĻļā§‹ā§ąāĻžāĻĒāĻžāĻŸā§€āϤ⧇ āĻĒāϟāĻžāϗ⧁āϟāĻŋ⧰⧇ āĻŽā§°āĻŋ⧟āĻžāχ āĻšāĻ¤ā§āϝāĻž āĻĒāĻ¤ā§āύ⧀āĻ•

ডুমডুমাত নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । পটাগুটিৰে মৰিয়াই পত্নীক হত্যা স্বামীৰ । মৃত মহিলা গৰাকী মণিকা মৰাণ । হত্যাকাণ্ডৰ পাছতে পলায়ন কৰে হত্যাকাৰী কিশোৰ তাঁতী । হত্যাকাৰী কিশোৰ তাঁতী অসম বিদ্যুৎ বিতৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । কন্যাৰ ভাষ্য অনুসৰি অভিযুক্ত পিতৃয়ে প্ৰায়েই সন্দেহ কৰিছিল পত্নীক । সন্দেহবাদী পিতৃয়ে প্ৰায়েই…

Read More

āĻĒ⧁āύ⧰ āĻĒā§°āĻ•ā§€ā§ŸāĻž āĻĒā§ā§°ā§‡āĻŽā§° āĻŦāĻžāĻŦ⧇āχ āĻšāĻ¤ā§āϝāĻž āϕ⧰āĻŋāϞ⧇ āĻĒāĻ¤ā§āύ⧀āĻ• āϚāĻžā§°āĻŋ-āĻĒāĻžāρāϚāĻŦāĻžā§°āĻ•ā§ˆ āĻĒāϞāĻžāχ āĻ¯ā§‹ā§ąāĻž āĻĒāĻ¤ā§āύ⧀āĻ• āϞ⧈ āĻ…āϤāĻŋāĻˇā§āĻ  āĻ¸ā§āĻŦāĻžāĻŽā§€ā§° āĻāχ āĻ•āĻžāĻŖā§āĻĄ

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ…

Read More

āĻāĻ–āύ āĻ­ā§°āĻŋ⧰⧇ āĻĻ⧇āĻļ āĻŦāĻŋāĻĻ⧇āĻļāϤ āϚāĻžāχāϕ⧇āϞ āϝāĻžāĻ¤ā§ā§°āĻž āĻ…āϏāĻŽ āϏāĻ¨ā§āϤāĻžāύ⧰

২০১২ চনৰ এটা দুৰ্ঘটনাতহেৰুৱাইছিল এখন ভৰি…. প্ৰতিবন্ধকতাক নেউচি এজন সফল যুৱক  । প্ৰতিবন্ধকতা সফলতাৰ পথত হেঙাৰ হব নোৱাৰে । বিশেষভাৱে সক্ষম যুৱক পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে শেহতীয়াকৈ সম্পূৰ্ণ কৰে ।  ‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ চাইকেল যাত্ৰা । প্ৰায় ৭ হাজাৰ কিঃমিঃ যাত্ৰা সম্পূৰ্ণ কৰি উপস্থিত হৈছে নিজ ৰাজ্যত । এপ্ৰিল মাহতেই আৰম্ভ হৈছিল এই যাত্ৰা । নেহেৰু ষ্টেডিয়ামত…

Read More

ā§°āĻžāĻœā§āϝāĻŦāĻžāϏ⧀āϞ⧈ āϏ⧁āĻ–āĻŦā§° āĻ…āϏāĻŽ āϕ⧇āĻŦāĻŋāύ⧇āϟ⧰ āĻŦ⧃āĻšā§Ž āϏāĻŋāĻĻā§āϧāĻžāĻ¨ā§āϤ

কালি কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ব্যক্তিগত নাৰ্ছিং হোমক লৈ কেবিনেটত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এতিয়াৰ পৰা ৪ ঘণ্টাতকৈ অধিক সময় ৰাখি থব নোৱাৰিব মৃতদেহ । নাৰ্ছিং হোমে টকা নিদিয়া বুলি কৈ মৃতদেহ ৰাখি থলে গ্ৰহণ কৰা হব আইনী ব্যৱস্থা । যদি কোনো নাৰ্ছিং হোমে ৪ ঘণ্টাতকৈ অধিক সময় মৃতদেহ…

Read More