Braking

UPI ব্যৱহাৰ কাৰীৰ বাবে আহিছে নতুন জাননী

UPI ব্যৱহাৰ কাৰীৰ বাবে আহিছে নতুন জাননী । ১ আগষ্টৰ পৰা সলনি হব UPI ৰ নিয়ম । Phone Pe , Google Pe , Paytm ব্যৱহাৰ কৰা সকলৰ বাবে নতুন জাননী । NPCI অৰ্থাৎ National Payment Corporation of India ই জাৰি কৰা জাননী মতে নতুন এপ্লিকেচন প্ৰগ্ৰেমিং ইন্টাৰফেচ ব্যৱহাৰৰ নিয়মবোৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ এপ…

Read More

স্বদেশী প্রযুক্তিৰ জয়….ভাৰতীয় নৌসেনাৰ গৌৰৱ INS Nistar

ভাৰতীয় নৌসেনাৰ গৌৰৱ INS Nistar প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়িছে আত্মনিৰ্ভৰশীলতাৰ দিশে । ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক শক্তি আৰু প্ৰযুক্তিগত সক্ষমতাৰ ক্ষেত্ৰত এটা নতুন সংযোজন INS Nistar । ভাৰতীয় নৌসেনাই লাভ কৰিলে দেশীয় ভাৱে নিৰ্মাণ কৰা এখন শক্তিশালী জাহাজ “INS Nistar” ।  এই জাহাজ খন নিৰ্মাণ কৰিছে হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে । ২০২৫ চনৰ ১৮ জুলাই শুকুৰবাৰে বিশাখাপট্টনমৰ…

Read More

গুজৰাটত আৰম্ভ হৈছে ভাৰতৰ প্ৰথম Tribal Genome Sequencing Project

গুজৰাট ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক বৃহৎ সংযোজন । ৰাজ্যখনৰ জনজাতীয় লোকক বিজ্ঞানসন্মত ভাৱে সুস্বাস্থ্য প্ৰদান কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । যাৰ লক্ষ্য হৈছে বংশগত ৰোগসমূহৰ বিৰুদ্ধে নিখুঁত চিকিৎসা পদ্ধতিৰে প্ৰতিহত কৰা । এই পদক্ষেপ ২০২৫–২৬ চনৰ ৰাজ্যিক বাজেটৰ অংশ । ৰাজ্যিক জনজাতি উন্নয়ন মন্ত্ৰী কুবেৰ ডিণ্ডোৰৰ অধ্যক্ষতাত এক উচ্চ পৰ্যায়ৰ পৰামৰ্শত ঘোষণা কৰে…

Read More

আকাশ মিছাইলৰ উন্নত সংস্কৰণ “আকাশ প্ৰাইম”

আকাশ মিছাইলৰ উন্নত সংস্কৰণ “আকাশ প্ৰাইম” ২০২৫ চনৰ পহলগাম আক্ৰমণক কেন্দ্ৰ কৰি ভাৰত পাকিস্তানৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ । পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ সময়ত ভাৰতে শক্তিশালী S-400 কে ধৰি নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰে শ শ ড্ৰ’ন আৰু মাৰাত্মক ক্ষেপণাস্ত্র নিষ্ক্রিয় কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল । উচ্চ প্ৰযুক্তিৰ প্ৰতিৰক্ষা সঁজুলি আৰু ক্ষেপণাস্ত্ৰ ব্যৱস্থা নিৰ্মাণৰ ক্ষেত্ৰত…

Read More

যাত্ৰীসকলৰ বাবে সুখবৰ – ভাৰতীয় ৰে’ল সেৱাত গুৰুত্বপূৰ্ণ পদক্ষেপ

এতিয়াৰে পৰা অধিক সুৰক্ষিত আৰু নিৰাপদ হব ৰে’ল যাত্ৰা  । যাত্ৰীৰ সৰলতাৰ সুযোগ লৈ কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি বা অপৰাধজনিত কাৰ্য্য । ৰে’ল যাত্ৰা আধুনিকীকৰণ আৰু যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল সেৱাই । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । ভাৰতীয় ৰে’লৱেই এই বছৰৰ…

Read More

AREA 51 আজিও এক ৰহস্য ! কি আছে AREA 51ৰ ভিতৰভাগত !

প্ৰায়ে সময়ে AREA 51 ক লৈ উত্থাপিত হৈ বিভিন্ন প্ৰশ্ন কিন্তু, Area 51 হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভাদা প্ৰান্তৰ এখন অতি গোপনীয় সামৰিক ঘাঁটি।এই স্থানটো লাছ ভেগাছৰ পৰা প্ৰায় ৮৩ কি:মি উত্তৰে অৱস্থিত।ইয়াক Unit 51, Dreamland, আৰু Groom Lake বুলিও কোৱা হয়। কিন্তু, বৰ্তমান সময়তও বিভিন্ন মানুহে Area 51 ত চৰকাৰে এলিয়েনৰ মৃতদেহ আৰু তেওঁলোকৰ প্ৰযুক্তি…

Read More

পৃথিৱীৰ আটাইতকৈ হিংসাত্মক জনজাতি | যাৰ ওচৰত যোৱাটো একেবাৰে নিষিদ্ধ

এই জনজাতিটো ভাৰতৰ আন্দামান আৰু নিকোবাৰআইলেণ্ডৰ ৫৭২ টা আইলেণ্ডৰ ভিতৰৰ এটা আইলেণ্ডত বাস কৰে। এই জনজাতিটোক চেন্তিনেলিছ জনজাতি বুলি কোৱা হয়।এই জনজাতিটো আন্দামানৰ উত্তৰ দিশৰ আইলেণ্ডত বসবাস কৰে। জানিব পৰা মতে এই জনজাতিটো আজিলৈ ইমানেই পিছ পৰি আছে যিয়ে আজিলৈ জুইৰ কথাও একেবাৰে নাজানে।এই জনজাতিটো কেঁচা মাছ, চৰাই, বনৰীয়া পশু আৰু নাৰিকল আৰু বৰষুণৰ পানী…

Read More

ভাৰতে নিৰ্মাণ কৰিবলৈ সাজু হৈছে আটাইতকৈ বিপদজ্জনক হাইপাৰছ’নিক মিছাইল !

DRDO ৰ এই বৃহৎ প্ৰজেক্টৰ নাম হৈছে “প্ৰজেক্ট বিষ্ণু” প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ভাৰতৰ ক্ষেপণাস্ত্ৰ শক্তিক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।DRDO য়ে জনোৱা অনুসৰি –এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ উন্নত হাইপাৰছ’নিক মিছাইল প্ৰযুক্তি। এই বিশেষ প্ৰকল্পৰ অধীনত DRDO ই একেলগে ১২টা ভিন্ন ধৰণৰ হাইপাৰছ’নিক মিছাইল নিৰ্মাণ কৰি আছে।নিৰ্মাণ হৈ থকা এই ক্ষেপণাস্ত্ৰসমূহৰ গতি…

Read More

সামাজিক মাধ্যমৰ ক’লা দিশ ! যাৰ বাবে ধ্বংস হৈছে বহু মানুহৰ জীৱন !

বৰ্তমান সামাজিক মাধ্যমৰ বাবেই বিভিন্ন ধৰণৰ ঘটনা ঘটা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত মানুহে শুই উঠিয়েই হাতত লয় নিজৰ স্মাৰ্ট ফোনটো।ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি টোপনি যোৱা সময়লৈ আমি ব্যৱহাৰ কৰি আহিছোঁ আমাৰ স্মাৰ্ট ফোনটো। যত উপলব্ধ আছে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্ম। আমি নিতৌ বেছিভাগ সময় কটাও সামাজিক মাধ্যমত।কিন্তু,বৰ্তমান সময়ছোৱাত সামাজিক মাধ্যম অন্ধকাৰ দিশে গৈ আছে,…

Read More

আধুনিক যুগতো প্ৰাসংগিক হেম ৰেডিঅ’

শেহতীয়াকৈ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ হেম ৰেডিঅ’ ব্যৱহাৰ কৰি দেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । কিন্তু কি এই হেম ৰেডিঅ’ ? হেম ৰেডিঅ’ ক এমেচাৰ ৰেডিঅ’ নামেৰেও জনা যায় । এই এমেচাৰ ৰেডিঅ’ হৈছে যোগাযোগ স্থাপনৰ বাবে ৰেডিঅ’ তৰংগৰ ওপৰত নিৰ্ভৰশীল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰেডিঅ’ সেৱা । হেম ৰেডিঅ’ সেৱা বহুলাংশে শিক্ষা…

Read More

পুনৰ সংঘটিত ‘ডিজিটেল গ্ৰেপ্তাৰ’ ৰ ঘটনা কৰ্ণাটকত ৩.১৬ কোটি টকাৰ প্ৰতাৰণা

দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । শেহতীয়াকৈ এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কৰ্ণাটকত । চাইবাৰ ইকনমিক এণ্ড নাৰ্কটিকছ (CEN) ক্ৰাইম পুলিচত দাখিল কৰা অভিযোগ অনুসৰি অনলাইন জালিয়াতি আঁচনিৰ চিকাৰ হ’ল মেংগালুৰুৰ এগৰাকী গৃহিণী । যাৰ ফলত ৩.১৬ কোটি টকা হেৰুৱাই । ৫ জুনৰ পুৱা প্ৰায় ১০:২৫ বজাত ৰাষ্ট্ৰীয় চাইবাৰ ৰিপৰ্ট পৰ্টেল (এনচিআৰপি)ৰ পৰা পৰিদৰ্শক…

Read More