Braking

ভাৰতে নিৰ্মাণ কৰিবলৈ সাজু হৈছে আটাইতকৈ বিপদজ্জনক হাইপাৰছ’নিক মিছাইল !

DRDO ৰ এই বৃহৎ প্ৰজেক্টৰ নাম হৈছে “প্ৰজেক্ট বিষ্ণু”

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ভাৰতৰ ক্ষেপণাস্ত্ৰ শক্তিক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
DRDO য়ে জনোৱা অনুসৰি –
এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ উন্নত হাইপাৰছ’নিক মিছাইল প্ৰযুক্তি।

এই বিশেষ প্ৰকল্পৰ অধীনত DRDO ই একেলগে ১২টা ভিন্ন ধৰণৰ হাইপাৰছ’নিক মিছাইল নিৰ্মাণ কৰি আছে।
নিৰ্মাণ হৈ থকা এই ক্ষেপণাস্ত্ৰসমূহৰ গতি হ’ব প্ৰতি ঘণ্টাত প্ৰায় ১১ হাজাৰ কিলোমিটাৰ।
ভাৰতে প্ৰজেক্ট বিষ্ণুৰ জৰিয়তে আক্ৰমণাত্মক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰাই নহয়, ইয়াৰ তলত এটা ইন্টাৰচেপ্টৰ মিছাইল ব্যৱস্থাও নিৰ্মাণ কৰা হ’ব।

ইয়াৰ লগতে ভাৰতে আন কেইবাটাও ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে।
এই ক্ষেপণাস্ত্ৰসমূহত উন্নত নেভিগেচন আৰু নিয়ন্ত্ৰণ ব্যৱস্থা থাকিব।
অৰ্থাৎ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছতো ইয়াৰ লক্ষ্য মাজভাগত সলনি কৰিব পৰা যাব।
আনহাতে এই ক্ষেপণাস্ত্ৰসমূহ বন্ধ কৰাটো শত্ৰুৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিব লগতে এই ক্ষেপণাস্ত্ৰসমূহৰ ৰেঞ্জ প্ৰায় ২০০০ কিলোমিটাৰ হ’ব।

MORE………..

  • ‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি

    ‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি

    জুবিন গাৰ্গৰ অন্তিম খন সপোনৰ ছবি “ৰৈ ৰৈ বিনালে” I ‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি I জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ নিশ্চিতভাৱে এখন শ্ৰেষ্ঠ ছবি হবলৈ গৈ আছে । এইয়া ট্ৰেইলাৰ আৰু জুবিন গাৰ্গৰ সৃষ্টি ৰাজিত থকা নতুনত্ব , জুবিন গাৰ্গৰ প্ৰতি থকা আবেগ আৰু অভিনয়ে প্ৰতিগৰাকী দৰ্শকক হে নিৰাশ নকৰিব…

  • ৰাজ্যৰ লাখ লাখ মহিলাৰ মুখত প্ৰাপ্তিৰ হাঁহি

    ৰাজ্যৰ লাখ লাখ মহিলাৰ মুখত প্ৰাপ্তিৰ হাঁহি

    ৰাজ্যৰ মহিলা সকলৰ সবলীকৰণৰ বাবে মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ আটাইতকৈ বৃহৎ পদক্ষেপ হৈছে অৰুণোদয় ৩.০ আঁচনি। অসমত বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্যত আজিৰে পৰা আৰম্ভ ‘অৰুণোদয় 3.0’ । এই আঁচনিৰ দ্বাৰা উপকৃত হব ৩৮ লাখৰো অধিক মহিলা । এই নতুন সংস্কৰণৰ জৰিয়তে প্ৰায় ৩৮ লক্ষাধিক নাৰী উপকৃত হ’ব, যাৰ…

  • কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

    কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

    কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ I লোক সেৱা ভৱন, দিশপুৰত অনুষ্ঠিত অসম কেবিনেট বৈঠকৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে । বহিঃৰাজ্যত মৃত্যুবৰণ কৰা অসমৰ ব্যক্তিৰ মৃতদেহ সুকলমে ৰাজ্যলৈ ঘূৰাই অনাটো সুনিশ্চিত কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰা এক অভিনৱ…

Leave a Reply