আজি মহাষষ্ঠী
“যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ॥” আজি মহাষষ্ঠী। শৰতৰ বোকাচাত ধৰালৈ আকৌ আহিল মা দুৰ্গা I জুবিনবিহীন অসমত নাই দুৰ্গোৎসৱৰ উছাহ I সন্ধিয়া বেদীত প্ৰতিষ্ঠা হ’ব মা দুৰ্গাৰ প্ৰতিমা । I আজি ষষ্ঠী, বেলবৰণেৰে আৰম্ভ দুৰ্গাপূজা । বেলবৰণেৰে ষষ্ঠীৰ বেদীত আজি প্রতিষ্ঠা কৰা হ’ব মহিষমর্দিনীৰ মৃন্ময় প্রতিমা I সম্পূৰ্ণ বৈদিক…