Braking

জম্মু কাশ্মীৰত চলি থকা আখল অভিযানত নিহত ২ ভাৰতীয় সেনা জোৱান

স্বাধীনতাৰ প্ৰাক মূহুৰ্তত সীমান্তৰ পৰা আহিছে এটা দুঃখবৰ । জম্মু কাশ্মীৰত চলি থকা আখল অভিযানত নিহত ২ ভাৰতীয় সেনা জোৱান । পৱিত্ৰ ৰাখি বন্ধনৰ দিনাই দেশক নিৰাপত্তা প্ৰদান কৰা দুই ভাৰতীয় জোৱানে সন্ত্ৰাসবাদীৰ গুলীত মৃত্যুক সাৱটিলে । আহত ১০ জন ভাৰতীয় জোৱান কালি নিশাৰে পৰা জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰক্ষী আৰু নিষিদ্ধ সংগঠনৰ সদস্যৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু…

Read More

মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা

মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা । আৰক্ষীৰ জেৰাত দেহ ব্যৱসায়ৰ অভিযুক্ত । কালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছৰে পৰা গুৱাহাটীৰ সেই বিশেষ গেষ্ট হাউচৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ তদন্ত অভিযান । অবশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেহ ব্যৱসায়ৰ সৈতে জঢ়িত অভিযুক্তক । বাপ্তি হাজৰিকা, ৰিতুমণি গোহাঁই ৰাভা, জোনালী চৌহান, ৰিয়া দাসক গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ । আৰক্ষীৰ…

Read More

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ ৰ আবেদন পত্ৰসমূহ বিতৰণ কাৰ্য্যসূচী

আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠান । গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আয়োজন কৰা হয় অনুষ্ঠানৰ । ৰাজ্যৰ ৩৮০ৰো অধিক স্থানত বাল্য বিবাহ ৰোধ আৰু উচ্চ শিক্ষা আহৰণৰ লক্ষ্যৰে ৰাজ্যৰ লাখ লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা অভিলাষী আঁচনি ‘মুখ্যমন্ত্ৰীৰ নিযুত…

Read More

গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু

গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু । পদচাৰীৰ নিৰাপদ যাত্ৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সামাজিক মাধ্যম যোগে ঘোষণা কৰে এই সিদ্ধান্তৰ । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণ হ’ব ৫ খন সেঁতু । জালুকবাৰী , তেতেলীয়া, গড়চুক, ৰ’য়েল গ্ল’বেল ইউনিভাৰ্ছিটী পইন্ট, লালমাটিৰ গেম ভিলেজৰ সমীপত নিৰ্মাণ কৰা হব সেতু কেইখন…

Read More

‘গীনিজ বুক’ ত স্থান লাভ মোদীৰ ‘পৰীক্ষা পে চর্চা’

প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ । শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।  চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি…

Read More

ভুৱা এনকাউন্টাৰৰ গোচৰত ৫ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক যাৱজ্জীৱন কাৰাদণ্ড

পঞ্জাৱৰ মোহালিত বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় । ৩২ বছৰৰ পিছত কাৰাদণ্ড ঘোষণা আদালতৰ । ভুৱা এনকাউন্টাৰৰ গোচৰত ৫ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড । লগতে ৩.৫ লাখ টকাৰ জৰিমনা আদালতৰ । মোহালি জিলাত অৱস্থিত CBI ৰ এখন বিশেষ আদালতে অৱশেষত কাৰাদণ্ড বিহে এই পাঁচ আৰক্ষী বিষয়াক । পঞ্জাৱত ১৯৯৩ চনতে সংঘটিত হৈছিল অভিশপ্ত ঘটনাৰ…

Read More

আৰক্ষীৰ জালত SC কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস

হোজাই আৰক্ষীৰ জালত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস । পলাতক উপাধ্যক্ষ পিণ্টু দাসক ৰহাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । হোজাইৰ SC বৰ্ডৰ উপাধ্যক্ষ আছিল পিন্টু দাস । কিছুদিন পূর্বে পিণ্টু দাস আৰু তেওঁৰ সহযোগীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল SC বোৰ্ডৰ বহু সা-সামগ্ৰী । সামাজিক মাধ্যমত ভাইৰেল হৈছিল বাণ্ডিলে বাণ্ডিলে টকাসহ পিণ্টু দাসৰ…

Read More

পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি

বিজ্ঞানৰ যুগত অন্ধবিশ্বাস I পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি I এক বিশেষ নৃত্য । এই নৃত্য কোনো মনোৰঞ্জনধৰ্মী নাইবা উৎসৱধৰ্মী নহয় । পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ কৰা বেজৰ অভিনৱ বেজালিহে । বৰপেটাৰ হাউলীৰ সমীপৱৰ্তী কাউৰপাৰাত এই আজৱ ঘটনা । নৃত্যৰ তালে তালে নাচিছে কেইগৰাকীমান যুৱতীয়ে । মাজে মাজে বেজৰ যাদু টোনা । পেৰেলাইছিছ ৰোগীক সুস্থ…

Read More

অখিল গগৈয়ে সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি

অখিল গগৈয়ে সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি । সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত ২০ হাজাৰ লোকক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল অখিল গগৈয়ে । কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে । কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে । অখিল গগৈৰ বাবে ৰৈ থাকিল হাজাৰ হাজাৰ সংখ্যালঘূ মুচলমান ।…

Read More

ৰেচনৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ

লেখক : ৰাজশ্ৰী বৰুৱা ৰেচনৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ I এতিয়াৰে পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী I কেৱল চাউলেই নহয় ,হিতাধিকাৰীয়ে লাভ কৰিব দাইল,চেনী,নিমখ ইত‍্যাদি সামগ্ৰীসমূহ I ৰেচন সংগ্ৰহৰ নিয়ম সলনি হ’ব ১ অক্টোবৰৰ পৰা I বজাৰৰ দামতকৈ বহু কম মূল‍্যত ৰেচনৰ সামগ্ৰী লাভ কৰাৰ কথা ঘোষণা মুখ‍্যমন্ত্ৰীৰ I ৬৯ টকাত লাভ…

Read More

ভাৰতত স্থাপন হব প্ৰথমখন 5G কেপটিভ নন-পাব্লিক নেটৱৰ্ক

অসমৰ বাবে গৌৰৱৰ বিষয় । ভাৰতীয় সঞ্চাৰ নিগম লিমিটেড (BSNL) আৰু নুমলীগড় শোধনাগাৰ (NRL) খণ্ডৰ মাজত ভাৰতৰ প্ৰথমখন 5G কেপটিভ নন-পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ হৈছে । ডিজিটেল অসম আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে এয়া এক বৃহৎ পদক্ষেপ হিচাপে নিশ্চিতকৈ পৰিগণিত হ’ব ৷ এইটো ভাৰতৰ প্ৰথমটো ঔদ্যোগিক গ্ৰেডৰ 5G ব্যক্তিগত নেটৱৰ্ক যিয়ে বাস্তৱ সময়ৰ…

Read More

য়েমেন উপকূলৱৰ্তী সমুদ্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা

এক ভয়ংকৰ নাও দুৰ্ঘটনা । সমগ্ৰ বিশ্ব কঁপাই গৈছে যোৱা এই নাও দুৰ্ঘটনা । য়েমেন উপকূলৱৰ্তী সমুদ্ৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । সমুদ্ৰত ডুব যায় ইথিউপিয়াৰ যাত্রীবাহী নাও । ইথিউপিয়াৰ প্ৰব্ৰজনকাৰীৰে পৰিপূৰ্ণ আছিল নাওখন । ইথিউপিয়াৰ পৰা য়েমেন অভিমুখী যাত্ৰীবাহী নাওখন য়েমেন পোৱাৰ পূৰ্বে আৰব সাগৰত ডুব যায় । এই দুৰ্ঘটনাত মৃত্যু হয় ৬৮…

Read More

শিলচৰত গ্ৰেপ্তাৰ মুন্নাভাই MBBS

ৰাজ্যত অব্যাহত আছে ভুৱা চিকিৎসকৰ ব্যৱসায় । সমান্তৰালভাৱে অব্যাহত আছে ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এইবাৰ শিলচৰৰ এখন ব্যক্তিগত হাস্পতালৰ পৰা গ্ৰেপ্তাৰ ভুৱা চিকিৎসকক । শিলচৰ হাস্পতালৰ পৰা মেডিকেল পঞ্জীয়ন বিভাগৰ ভিজিলেন্সে আটক কৰে পুলক মালাকাৰক । আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ভুৱা চিকিৎসক পুলক মালাকাৰক । প্রসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞৰূপে পুলকে চলাই আহিছিল চিকিৎসা…

Read More

মহানগৰীৰ PVR চিনেমা হলত খহি পৰিল চিলিং

মহানগৰীৰ ছবিগৃহত ঘটিল অঘটন ।  মহানগৰীৰ ছবিগৃহত ঘটিল অঘটন ।  মহানগৰীৰ PVR চিনেমা হলত চিনেমা চলি থাকোতেই হঠাৎ খহি পৰিল চিলিং I এই ঘটনাত আহত হয় ৩ গৰাকী দৰ্শক ।  ঘটনাৰ পিছতেই দৰ্শকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । PVR কৰ্তৃপক্ষৰ চৰম হেমাহি । Zoo ৰোডৰ PVR ত চলি আছিল “MAHAVATAR NARSIMHA” নামৰ ছবিখন । চিনেমাখন…

Read More

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত  থিতাতে মৃত্যু ১১ ভক্তৰ

পৃথিৱীৰাজ মন্দিৰ অভিমুখী বলেৰ’ বাহন দুৰ্ঘটনাগ্ৰস্ত । থিতাতে মৃত্যু ১১ ভক্তৰ , ৪ ভক্তক উদ্ধাৰ । মৃতকসকলৰ ভিতৰত আছিল ৬ গৰাকী মহিলা , দুজন পুৰুষ , আৰু তিনিজন শিশু । নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বলেৰ’ বাহনখন । স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । ইটিয়াথক আৰক্ষী…

Read More

৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম । ৭১ সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা প্ৰবাল খাউণ্ডৰ ছবি ‘পাই–টাং–ষ্টেপ অব হফ’ ছবিখনলৈ ৰজত কমল বঁটা I টাই ফাকে জনগোষ্ঠীৰ সম্পৰ্কত প্ৰৱাল খাউণ্ড পৰিচালিত ছবি Pai Tang , Step of Hope  ছবিখন I উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ‘স্বৰ্ণকমল বঁটা’। আদিত্যম…

Read More

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ । দেশৰ কোটি কোটি লোকে লাভ কৰিলে এই ধন । ৯ কোটি ৭০ লাখ কৃষকলৈ ঋণৰ ধন বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২০তম কিস্তিৰ জৰিয়তে ২০ হাজাৰ ৫০০ কোটি টকাৰ হস্তান্তৰ কৰে । বাৰাণসীত অনুষ্ঠিত মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আনহাতে ৰাজ্যৰ লাহোৱালস্থিত ডিব্ৰুগড়…

Read More

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত I নিৰাপত্তা বাহিনীৰ গুলীত নিহত এজন সন্ত্ৰাসবাদী I জম্মু-কাশ্মীৰৰ কুলগাম জিলাত অব্যাহত আছে সন্ত্ৰাসবিৰোধী অভিযান । শুকুৰবাৰে সন্ধিয়াৰে পৰা চলিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান । কুলগামত কালি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয় । আখাল বনাঞ্চলত আত্মগোপন কৰি আছিল সন্ত্রাসবাদীটো । সেনাৰ গুলীচালনাত মৃত্যু হয় দুধৰ্ষ সন্ত্ৰাসবাদীটোৰ…

Read More

সংবাদমেল যোগে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি সংবাদ মেল যোগে কেইটাবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অতি শীঘ্ৰেই ৰাজ্যত আৰম্ভ হব অৰুনোদয় ৩.০ । আধাৰ আৰু পুলিং ভোটৰ জৰিয়তে নিৰ্বাচিত হব হিতাধিকাৰী । ভুৱা হিতাধিকাৰীয়ে অৰুনোদয়ৰ ধন লাভ কৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ ।ৰাজ্যৰ ৪০ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ ধন । BTR অঞ্চলতো…

Read More

গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ

গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ I অতি শীঘ্ৰেই চলিব জৰীপ I মহানগৰৰ কেইবাটাও অঞ্চল অবৈধ বেদখলকাৰীৰ দখলত । বেদখল কাৰ্য্যক লৈ চিন্তাত পৰিছে ৰাজ্য চৰকাৰ । গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ মাজতেই এই নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । এই সন্দৰ্ভত কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী…

Read More