Braking

āĻ—ā§ā§ąāĻžāĻšāĻžāĻŸā§€ā§° āĻ­āĻžāĻĄāĻŧāĻžāϘ⧰āϤ āĻŽāĻžāϜ⧁āϞ⧀⧰ āĻ¯ā§ā§ąāϤ⧀⧰ āϚ⧰āĻŽāĻĒāĻ¨ā§āĻĨāĻž !

গুৱাহাটীৰ ভাড়াঘৰত মাজুলীৰ যুৱতীৰ চৰমপন্থা ! প্ৰকৃততে কি হৈছিল ? কিয় ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি দিলে মাজুলীৰ জীয়ৰী, জালুকবাৰীৰ বোৱাৰী বুলবুলিয়ে ? মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । গুৱাহাটীত আত্মহনন কৰিলে মাজুলীৰ যুৱতী বুলবুলি শইকীয়াই । এটা চিকিউৰিটি এজেঞ্চীত কৰ্মৰত আছিল বুলবুলি শইকীয়া । বুলবুলি শইকীয়াৰ ঘৰ মাজুলীত আৰু শিৱা কলিতাৰ ঘৰ জালুকবাৰীত বুলি…

Read More

āĻŽāĻšāĻžāύāĻ—ā§°ā§€āϤ āĻ‰ā§ŽāĻ–āĻžāϤ āϗ⧇āĻˇā§āϟ āĻšāĻžāωāϚ⧰ āϝ⧌āύāϤāĻžā§° āĻŦ⧇āĻšāĻž

মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা । আৰক্ষীৰ জেৰাত দেহ ব্যৱসায়ৰ অভিযুক্ত । কালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছৰে পৰা গুৱাহাটীৰ সেই বিশেষ গেষ্ট হাউচৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ তদন্ত অভিযান । অবশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেহ ব্যৱসায়ৰ সৈতে জঢ়িত অভিযুক্তক । বাপ্তি হাজৰিকা, ৰিতুমণি গোহাঁই ৰাভা, জোনালী চৌহান, ৰিয়া দাসক গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ । আৰক্ষীৰ…

Read More

āĻļāĻŋāϞāϚ⧰āϤ āĻ—ā§ā§°ā§‡āĻĒā§āϤāĻžā§° āĻŽā§āĻ¨ā§āύāĻžāĻ­āĻžāχ MBBS

ৰাজ্যত অব্যাহত আছে ভুৱা চিকিৎসকৰ ব্যৱসায় । সমান্তৰালভাৱে অব্যাহত আছে ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এইবাৰ শিলচৰৰ এখন ব্যক্তিগত হাস্পতালৰ পৰা গ্ৰেপ্তাৰ ভুৱা চিকিৎসকক । শিলচৰ হাস্পতালৰ পৰা মেডিকেল পঞ্জীয়ন বিভাগৰ ভিজিলেন্সে আটক কৰে পুলক মালাকাৰক । আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ভুৱা চিকিৎসক পুলক মালাকাৰক । প্রসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞৰূপে পুলকে চলাই আহিছিল চিকিৎসা…

Read More

āϝ⧋⧰āĻžāĻŦāĻžāϟāϤ āωāĻĻā§āϧāĻžā§° āĻ…āϚāĻŋāύāĻžāĻ•ā§āϤ āϞ⧋āϕ⧰ āĻŽā§ƒāϤāĻĻ⧇āĻš

যোৰাবাটত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ I ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল মৃতদেহটো যোৰাবাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ I ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল মৃতদেহটো I মৃতদেহৰ মুখমণ্ডলত স্পষ্ট আঘাতৰ চিন I পুৱাতেই যোৰাবাটত আৰক্ষী আৰু যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো I মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ

Read More

āĻļā§‹ā§ąāĻžāĻĒāĻžāĻŸā§€āϤ⧇ āĻĒāϟāĻžāϗ⧁āϟāĻŋ⧰⧇ āĻŽā§°āĻŋ⧟āĻžāχ āĻšāĻ¤ā§āϝāĻž āĻĒāĻ¤ā§āύ⧀āĻ•

ডুমডুমাত নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । পটাগুটিৰে মৰিয়াই পত্নীক হত্যা স্বামীৰ । মৃত মহিলা গৰাকী মণিকা মৰাণ । হত্যাকাণ্ডৰ পাছতে পলায়ন কৰে হত্যাকাৰী কিশোৰ তাঁতী । হত্যাকাৰী কিশোৰ তাঁতী অসম বিদ্যুৎ বিতৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । কন্যাৰ ভাষ্য অনুসৰি অভিযুক্ত পিতৃয়ে প্ৰায়েই সন্দেহ কৰিছিল পত্নীক । সন্দেহবাদী পিতৃয়ে প্ৰায়েই…

Read More

āĻ­āϤāĻŋāϜāĻžāϕ⧰ āϛ⧁⧰⧀⧰ āφāϘāĻžāϤāϤ āĻĒā§ā§°āĻžāĻŖ āĻ—’āϞ āϖ⧁⧰āĻžāϕ⧰

মহানগৰীত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা । হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । ভতিজাকৰ ছুৰীৰ আঘাতত মৃত্যু অনিল ডেকাৰ । নিশা জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড । নিহত লোকজন হেঙেৰাবাৰীৰ লিচুবাগানৰ বাসিন্দা ।সত্য নাৰায়ণ পূজাৰ বাবে যাৱতীয় সামগ্ৰী বজাৰ কৰিবলৈ সন্ধিয়া সৰু পুত্ৰৰ সৈতে গণেশগুৰিলৈ আহিছিল অনিল দেৱ । বজাৰলৈ আহি…

Read More

āĻĒ⧁āύ⧰ āĻĒā§°āĻ•ā§€ā§ŸāĻž āĻĒā§ā§°ā§‡āĻŽā§° āĻŦāĻžāĻŦ⧇āχ āĻšāĻ¤ā§āϝāĻž āϕ⧰āĻŋāϞ⧇ āĻĒāĻ¤ā§āύ⧀āĻ• āϚāĻžā§°āĻŋ-āĻĒāĻžāρāϚāĻŦāĻžā§°āĻ•ā§ˆ āĻĒāϞāĻžāχ āĻ¯ā§‹ā§ąāĻž āĻĒāĻ¤ā§āύ⧀āĻ• āϞ⧈ āĻ…āϤāĻŋāĻˇā§āĻ  āĻ¸ā§āĻŦāĻžāĻŽā§€ā§° āĻāχ āĻ•āĻžāĻŖā§āĻĄ

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ…

Read More

āĻ•āϞāĻŋāϝāĻŧāĻžāĻŦā§°ā§° āϞāĻ–āύāĻžāĻŦāĻ¨ā§āϧāĻžāϤ āĻ…āĻŽāĻžāĻ¨ā§ąā§€ā§Ÿ āϘāϟāύāĻž

দাৰে ঘপিয়াই হত্যা এগৰাকী বৃদ্ধ মহিলাক । কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা । চোতালতে নৃশংস হত্যা এগৰাকী মহিলাক  । উপৰ্যুপৰি আক্ৰমণ কৰি দাৰে হত্যা বৃদ্ধ মহিলাগৰাকীক ।সোমবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ হত্যা কাণ্ড । লখিমাই দাসৰ চোতালত মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালে প্ৰাণ ললে বৃদ্ধ মহিলা উষা বিশ্বাসৰ । ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই সংঘটিত এই ভয়ংকৰ কাণ্ড…

Read More

āĻšāĻ¤ā§āϝāĻž āύ⧇ āφāĻ¤ā§āĻŽāĻšāĻ¤ā§āϝāĻž ? āĻĒā§°āϕ⧀āϝāĻŧāĻž āĻĒā§ā§°ā§‡āĻŽā§° āĻŦāĻžāĻŦ⧇ āĻĒāĻ¤ā§āύ⧀āĻ• āĻšāĻ¤ā§āϝāĻžā§° āĻ…āĻ­āĻŋāϝ⧋āĻ—â€Ļ

জুৰীয়াত দগাঁও জহাজানত চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যাৰ অভিযোগ।ভুক্তভোগীৰ অভিযোগ মতে জহাজানৰ আনছাৰুল লগত নগাঁৱৰ ইটাচালিৰ পিতৃ হিন যুৱতী ৰৌসনাৰাৰ সমাজিক ভাৱে বিয়া হৈছিল। বিয়াৰ আগৰ পৰাই স্বামী আনছাৰুলে স্থানীয় এক যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছি।আনছাৰুলৰ বিবাহিত পত্নী যেতিয়াই এই প্ৰেমৰ সম্পৰ্ক গম পাইছিল, তাৰ পৰাই আৰম্ভ হয় বিবাহিত পত্নী ওপৰত শাৰীৰিক অত্যাচাৰ।…

Read More

“āĻŽā§‹ā§° āϭ⧁āϞ⧰ āĻļāĻžāĻ¸ā§āϤāĻŋ āϝāĻžāϤ⧇ āĻĒā§°āĻŋ⧟āĻžāϞ⧇ āύ⧋āĻ­ā§‹āϗ⧇ I AM SORRY” â€Ļ. āϤāĻžā§° āĻĒāĻŋāĻ›āϤ⧇āχ āϚāĻžā§°āĻŋ āĻŽāĻšāϞ⧰ āĻĒā§°āĻž āĻŽā§°āĻŖ āϜāĻžāĻĒ

মোৰ হৈ মোৰ পত্নী আৰু সন্তানে কষ্ট পোৱাটো নিবিচাৰোঁ । মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নুভুগে । AM SORRY ১.২০ লাখ টকীয়া বেজী লোৱাৰ পৰামৰ্শ দিছিল চিকিৎসকে । কালি গুৱাহাটীৰ মেজিষ্ট্ৰেট কল’নীত সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা । হেদায়েৎপুৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা কৰিছিল চৰকাৰী বিষয়া ADC ত্ৰিদীপ কোঁৱৰে ।  কামৰূপ মহানগৰ জিলা আয়ুক্ত কার্যালয়ত…

Read More

Instagram Reels āϤ āĻŦā§āϝāĻ¸ā§āϤ āĻĨāĻ•āĻžā§° āĻŦāĻžāĻŦ⧇āχ āĻĒāĻŋāĻ¤ā§ƒā§Ÿā§‡ āĻšāĻ¤ā§āϝāĻž āϕ⧰āĻŋāϞ⧇ āύāĻŋāϜ āĻ•āĻ¨ā§āϝāĻžāĻ•

কোন দিছে গতি কৰিছে আজিৰ সমাজখনে ? Instagram Reels ৰ আসক্তিয়েই মৃত্যু মাতিলে নেকি ৰাধিকাৰ ? Instagram Reels ৰ আসক্তি ইমানেই গুৰুতৰ অপৰাধ নেকি যাৰ বাবে পিতৃয়ে হত্যা কৰিবলৈ বাধ্য হল নিজ কন্যাক ? নিজকে স্বাৱলম্বী ৰূপত প্ৰতিষ্ঠিত হোৱাটোৱেই ভুল হল নেকি ৰাধিকাৰ? কালি হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং…

Read More

āĻ­āĻžāĻ¤ā§ƒā§°ā§‚āĻĒāϤ āϘāĻžāϤāĻ• ! āϕ⧋āύ⧇ āφ⧰⧁ āĻ•āĻŋāϝāĻŧ āĻšāĻ¤ā§āϝāĻž āϕ⧰āĻŋāϞ⧇ āĻŦāĻ¨ā§āĻĻāύāĻž āĻĻāĻžāϏāĻ• ?

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ? বন্দনা দাস হত্যাকাণ্ডৰ নতুন তথ্য ! প্ৰকৃততে কাৰ ষড়যন্ত্ৰৰ বলি হ’ল বন্দনা দাস ? ধনৰ লোভত অন্ধ হৈ বায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে । বায়েকক হত্যা কৰিবলৈ কিমান নিষ্ঠুৰ হব লাগিব এবাৰ ভাৱকচোন ? যোৱা ২ জুলাইত গুৱাহাটীৰ খাৰঘূলিৰ লুইতপুৰৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল…

Read More

āĻļā§‹ā§ąāĻžāĻĒāĻžāĻŸā§€āϤ⧇ āĻšāĻ¤ā§āϝāĻž āĻāĻ—ā§°āĻžāϕ⧀ āĻŽāĻšāĻŋāϞāĻžāĻ• ! āϕ⧁āĻā§ąāĻžāϤ āĻĒ⧇āϞāĻžāχ āĻĻāĻŋāϝāĻŧāĻž āĻšāϞ āĻŽā§ƒāϤāĻĻ⧇āĻš….

ৰাজ্যত পুনৰ এক ভয়ানক হত্যাকাণ্ড । কোকৰাঝাৰৰ নায়েকগাঁও দক্ষিণ আমগুৰিত হত্যাকাণ্ড । শোৱাপাটীতে হত্যা কৰিলে এগৰাকী মহিলাক । মহিলা গৰাকীৰ নাম চুমি কিস্কু । শোৱাপাটীত নেদেখি , কোঠাত তেজৰ দাগ দেখি হত্যাৰ সন্দেহ পৰিয়ালৰ । হত্যা কৰি চোঁচৰাই আনি মৃতদেহ পেলালে কুঁৱাত । এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান পোৱা নাই । মৃতদেহ উদ্ধাৰৰ চেষ্টা SDRF বাহিনীৰ ।…

Read More