Braking

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই I আজি হত‍্যাকাৰী ৰিন্টু শৰ্মাক মৃত‍্যুদণ্ডৰ ৰায় দিলে আদালতে I হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পালে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতাৰ পৰিয়ালে  । হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত হোৱাৰ পিছদিনাই ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে মৃত‍্যুদণ্ডৰ ৰায় দিলে । ধেমাজি থানাত দেৱদত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীৰ তদন্তৰ অন্তত দোষী সাব্যস্ত কৰিছিল…

Read More

সুৰাপায়ী ভাতৃক চোকা অস্ত্ৰৰে হত্যা

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গণকপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড । ভাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পংকজ দাস । ভাতৃ গুপ্তমনি দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ । সুৰাপায়ী পংকজ দাসৰ কাণ্ডত অতিষ্ঠ হৈ ভাতৃয়ে সংঘটিত কৰিলে এই কাণ্ড । প্ৰায়েই সুৰাৰ ৰাগীত মাতাল হৈ ঘৰখনত হাৰাশাস্তি কৰিছিল মৃত পংকজ দাসে । ভগ্নীৰ ভাষ্য অনুসৰি দুয়োজন ভাতৃৰ মাজত প্ৰায়েই কাজিয়া…

Read More

বিশ্বৰ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

লেখক : নৱজিত ডেকা আকৌ শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I বিশ্বৰ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া Most trusted leader in the world. কালি ইন্দিৰা গান্ধীৰ অভিলেখক চেৰ পেলাই ভাৰতৰ দীৰ্ঘকালৰ প্ৰধানমন্ত্ৰীৰ ২য় স্থানত উপনীত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আনহাতে আমেৰিকাৰ এটি সংস্থা Morning consult…

Read More

খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক

চামগুৰিৰ বৰভেটিত লোমহৰ্ষক ঘটনা Iখুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে কন্যা শিশুক I চামগুৰিৰ বৰভেটিত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা । সম্বন্ধীয় খুৰাক বিকাশ দাসে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া কন্যা শিশুক । কঠিয়াতলীৰ শিশুটি ফুৰিবলৈ আহিছিল চামগুৰিৰ মোমায়েকৰ ঘৰলৈ । ঘটনা সংঘটিত হোৱাৰ পিছত একাংশ প্ৰত্যক্ষদৰ্শীয়ে প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ…

Read More

খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক

চামগুৰিৰ বৰভেটিত লোমহৰ্ষক ঘটনা I খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক I চামগুৰিৰ বৰভেটিত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা । সম্বন্ধীয় খুৰাকে বিকাশ দাসে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া কন্যা শিশুক । কঠিয়াতলীৰ শিশুটি ফুৰিবলৈ আহিছিল চামগুৰিৰ মোমায়েকৰ ঘৰলৈ । গৰমৰ বন্ধত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ অহাই কাল হল গৌৰীৰ বাবে I…

Read More

শোৱাপাটীতে পটাগুটিৰে মৰিয়াই হত্যা পত্নীক

ডুমডুমাত নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । পটাগুটিৰে মৰিয়াই পত্নীক হত্যা স্বামীৰ । মৃত মহিলা গৰাকী মণিকা মৰাণ । হত্যাকাণ্ডৰ পাছতে পলায়ন কৰে হত্যাকাৰী কিশোৰ তাঁতী । হত্যাকাৰী কিশোৰ তাঁতী অসম বিদ্যুৎ বিতৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । কন্যাৰ ভাষ্য অনুসৰি অভিযুক্ত পিতৃয়ে প্ৰায়েই সন্দেহ কৰিছিল পত্নীক । সন্দেহবাদী পিতৃয়ে প্ৰায়েই…

Read More

ভতিজাকৰ ছুৰীৰ আঘাতত প্ৰাণ গ’ল খুৰাকৰ

মহানগৰীত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা । হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । ভতিজাকৰ ছুৰীৰ আঘাতত মৃত্যু অনিল ডেকাৰ । নিশা জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড । নিহত লোকজন হেঙেৰাবাৰীৰ লিচুবাগানৰ বাসিন্দা ।সত্য নাৰায়ণ পূজাৰ বাবে যাৱতীয় সামগ্ৰী বজাৰ কৰিবলৈ সন্ধিয়া সৰু পুত্ৰৰ সৈতে গণেশগুৰিলৈ আহিছিল অনিল দেৱ । বজাৰলৈ আহি…

Read More

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ স্বামীৰ এই কাণ্ড

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ…

Read More

কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা

দাৰে ঘপিয়াই হত্যা এগৰাকী বৃদ্ধ মহিলাক । কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা । চোতালতে নৃশংস হত্যা এগৰাকী মহিলাক  । উপৰ্যুপৰি আক্ৰমণ কৰি দাৰে হত্যা বৃদ্ধ মহিলাগৰাকীক ।সোমবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ হত্যা কাণ্ড । লখিমাই দাসৰ চোতালত মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালে প্ৰাণ ললে বৃদ্ধ মহিলা উষা বিশ্বাসৰ । ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই সংঘটিত এই ভয়ংকৰ কাণ্ড…

Read More

এপাৰ্টমেণ্টত উদ্ধাৰ অভিনেত্ৰীৰ উঁৱলি যোৱা মৃতদেহ ! মৃত্যুৰ ৯ মাহৰ পিছত অভিনেত্ৰীৰ শেষকৃত্য

কৰাচীৰ ইত্তেহাদ কমাৰ্চিয়েল এলেকাৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ । অভিনেত্ৰী তথা মডেলগৰাকীৰ নাম হুমাইৰা আছঘৰ আলী । যোৱা সাত বছৰ ধৰি ডিফেন্স হাউছিং ছ’চাইটিৰ এটা এপাৰ্টমেণ্টত অকলশৰে বাস কৰিছিল অভিনেত্ৰগৰাকীয়ে । জিঅ’ টিভিৰ মতে , তেওঁৰ এপাৰ্টমেণ্টৰ পৰা নিৰ্গত হোৱা প্ৰবল , অপ্ৰীতিকৰ গোন্ধ বিয়পি পৰাৰ পিছত চুবুৰীয়াই আতংকিত হৈ খবৰ দিয়ে…

Read More

ইনষ্টাগ্ৰাম ৰীলৰ বাবেই….পিতৃয়ে ৫ টা গুলীৰে হত্যা কৰিলে নিজ কন্যাক !

হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত এজন লোকে তেওঁৰ ২৫ বছৰীয়া কন্যা ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে । ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে নিজ পিতৃয়ে । ৰাধিকা যাদৱ আছিল ৰাজ্যিক পৰ্য্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ । আই টি এফ ডাবলছত ১১৩ নম্বৰ স্থানত থকা ৰাধিকা আছিল ভাৰতীয় টেনিছৰ উদীয়মান…

Read More

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ?

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ? বন্দনা দাস হত্যাকাণ্ডৰ নতুন তথ্য ! প্ৰকৃততে কাৰ ষড়যন্ত্ৰৰ বলি হ’ল বন্দনা দাস ? ধনৰ লোভত অন্ধ হৈ বায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে । বায়েকক হত্যা কৰিবলৈ কিমান নিষ্ঠুৰ হব লাগিব এবাৰ ভাৱকচোন ? যোৱা ২ জুলাইত গুৱাহাটীৰ খাৰঘূলিৰ লুইতপুৰৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল…

Read More

শোৱাপাটীতে হত্যা এগৰাকী মহিলাক ! কুঁৱাত পেলাই দিয়া হল মৃতদেহ….

ৰাজ্যত পুনৰ এক ভয়ানক হত্যাকাণ্ড । কোকৰাঝাৰৰ নায়েকগাঁও দক্ষিণ আমগুৰিত হত্যাকাণ্ড । শোৱাপাটীতে হত্যা কৰিলে এগৰাকী মহিলাক । মহিলা গৰাকীৰ নাম চুমি কিস্কু । শোৱাপাটীত নেদেখি , কোঠাত তেজৰ দাগ দেখি হত্যাৰ সন্দেহ পৰিয়ালৰ । হত্যা কৰি চোঁচৰাই আনি মৃতদেহ পেলালে কুঁৱাত । এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান পোৱা নাই । মৃতদেহ উদ্ধাৰৰ চেষ্টা SDRF বাহিনীৰ ।…

Read More