Braking

Simpi Begum

গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ

গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ I অতি শীঘ্ৰেই চলিব জৰীপ I মহানগৰৰ কেইবাটাও অঞ্চল অবৈধ বেদখলকাৰীৰ দখলত । বেদখল কাৰ্য্যক লৈ চিন্তাত পৰিছে ৰাজ্য চৰকাৰ । গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ মাজতেই এই নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । এই সন্দৰ্ভত কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী…

Read More

এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ ছামিউল হকৰ

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ছামিউল হকে এক হৃদয় বিদাৰক ঘটনা । নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল যুৱকজন । অৱশেষত এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ ছামিউল হকৰ । কাহিলিপাৰাৰ দক্ষিণগাঁওত ২জুলাইৰ পুৱা ৩ বজাত সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা । অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ…

Read More

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড । প্রাক্তন ন্যায়াধীশ প্ৰতাপ চন্দ্ৰ দাসক হাত-ভৰি বান্ধি লুটপাট চলালে ডকাইতৰ দলে । চানমাৰীৰ জ্যোতি নগৰত সংঘটিত হৈছে এই ঘটনা । পুৱতি নিশা সংঘটিত হয় এই ঘটনা । ডকাইতে প্ৰাক্তন ন্যায়াধীশৰ ঘৰৰ পৰা লুটি নিয়ে নগদ ধনৰ লগতে সোণৰ গহনা । ঘটনা সন্দৰ্ভত চানমাৰী থানাত এজাহাৰ দাখিল ভুক্তভুগীৰ…

Read More

উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়

উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় । শিক্ষানুষ্ঠানৰ সময়সূচী সম্পৰ্কে আহিছে নতুন জাননী I গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ সময় আহি পৰিছে । পুনৰ ৰাজ্যত খোলা হব সকলো শিক্ষানুষ্ঠান । গ্রীষ্ম প্ৰৱাহৰ বাবে কামৰূপ (মেট্ৰ’)ৰ পাঠদানৰ সময়সূচী সলনিৰ নতুন নির্দেশনা জাৰি কামৰূপ মেট্ৰ’ৰ IS-DEEO দিপীকা চৌধুৰীৰ । মহানগৰীৰ বিদ্যালয়সমূহত পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হ’ব…

Read More

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই দেশজুৰি শোকৰ সৃষ্টি কৰিছে । বৈদ্যনাথ ধামলৈ যাত্ৰা কৰি থকা যাত্ৰীবাহী এখন বাছ আৰু এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মূখা-মুখি সংঘৰ্ষ সংঘটিত হয় I বৈদ্যনাথ ধামলৈ যোৱাৰ পথত জামুনিয়া জিলাৰ সমীপত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন । বাছ- ট্ৰাকৰ মুখা-মুখি সংঘৰ্ষত ৬ জন…

Read More

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান I শতাধিক বুলড’জাৰেৰে এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান সকলো I পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ।শতাধিক বুলড’জাৰেৰে পুৱাৰে পৰা এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ I ১২খনকৈ গাঁৱত চলিব এই উচ্ছেদ অভিযান I বিদ্যাপুৰ অঞ্চলৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ…

Read More

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে I ২০২৫ চনৰ মহিলা দবা বিশ্বকাপৰ চেম্পিয়ন হ’ল দিব্যা দেশমুখ । FIDE মহিলা দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে আৰু দেশৰ প্ৰথম ভাৰতীয় চেম্পিয়ন ৰূপে পৰিগণিত হয় । চীনৰ পূৰ্বৰ বিশ্ব চেম্পিয়ন টান ঝাংজীক পৰাস্ত কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে প্ৰৱেশ কৰিছিল বিশ্ব দবা…

Read More

সুগন্ধি পখিলাৰ কবি হীৰুদাৰ স্মৃতি সুঁৱৰি

“ইমান অলপতে বিচলিত হ’লে তোমাৰ বাৰু কেনেকৈ চলে ?” শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে | কবি মই নাছিলো কোনোকালে ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ সত্যক সহজে ল’বলৈ শিকালে | কবি মই নাছিলো কোনোকালে | আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰৰ  জন্মদিন । আধুনিক অসমীয়া কবিতাৰ এজন লেখত ল’বলগীয়া কবি হ’ল হীৰেন ভট্টাচাৰ্য ৷ হীৰেন ভট্টাচাৰ্য দেৱৰ…

Read More

ভাৰতীয় সেনাৰ “অপাৰেচন মহাদেৱ”

“অপাৰেচন সিন্দুৰ” ৰ পিছত এইবাৰ ভাৰতীয় সেনাৰ “অপাৰেচন মহাদেৱ” I পাকিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে আৰম্ভ অপাৰেচন মহাদেৱ I পেহেলগাম কাণ্ডৰ আন ৩ গৰাকী সন্ত্ৰাসবাদীক এনকাউণ্টাৰ ভাৰতীয় সেনাৰ I সোমবাৰে পুৱা ১১ বজাত চলিছিল এই অভিযান । সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰৰ বিতৰ্ক আৰম্ভ কৰাৰ সময়তে আজি জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ হাৰৱান অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা…

Read More

কাইলৈ উৰিয়ামঘাটত চলিব উচ্ছেদ অভিযান

কাইলৈ উৰিয়ামঘাটৰ বেদখলকৃত অঞ্চলত চলিব উচ্ছেদ অভিযান । সাজু হৈছে বন বিভাগ তথা প্ৰশাসন  । কাইলৈ উৰিয়ামঘাটৰ বেদখলকৃত অঞ্চলত চলিব উচ্ছেদ অভিযান । সাজু হৈছে বন বিভাগ তথা প্ৰশাসন  । উৰিয়ামঘাটৰ বৃহত্তৰ ৰেংমা বনাঞ্চলৰ ১০,৯৫৮ বিঘা ভূমিত চলিব প্ৰশাসনৰ এই উচ্ছেদ অভিযান । ইতিমধ্যে উচ্ছেদ চলিবলগীয়া স্থানত মোতায়ন কৰা হৈছে আৰক্ষী  বাহিনী । গোলাঘাট জিলাৰ উৰিয়ামঘাটত অবৈধভাৱে দখল…

Read More

সুৰাপায়ী ভাতৃক চোকা অস্ত্ৰৰে হত্যা

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গণকপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড । ভাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পংকজ দাস । ভাতৃ গুপ্তমনি দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ । সুৰাপায়ী পংকজ দাসৰ কাণ্ডত অতিষ্ঠ হৈ ভাতৃয়ে সংঘটিত কৰিলে এই কাণ্ড । প্ৰায়েই সুৰাৰ ৰাগীত মাতাল হৈ ঘৰখনত হাৰাশাস্তি কৰিছিল মৃত পংকজ দাসে । ভগ্নীৰ ভাষ্য অনুসৰি দুয়োজন ভাতৃৰ মাজত প্ৰায়েই কাজিয়া…

Read More

UPI ব্যৱহাৰ কাৰীৰ বাবে আহিছে নতুন জাননী

UPI ব্যৱহাৰ কাৰীৰ বাবে আহিছে নতুন জাননী । ১ আগষ্টৰ পৰা সলনি হব UPI ৰ নিয়ম । Phone Pe , Google Pe , Paytm ব্যৱহাৰ কৰা সকলৰ বাবে নতুন জাননী । NPCI অৰ্থাৎ National Payment Corporation of India ই জাৰি কৰা জাননী মতে নতুন এপ্লিকেচন প্ৰগ্ৰেমিং ইন্টাৰফেচ ব্যৱহাৰৰ নিয়মবোৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ এপ…

Read More

উত্তৰাখণ্ডৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন ভক্তৰ মৃত্যু

উত্তৰাখণ্ডৰ হৰিদ্বাৰত ভয়ংকৰ ঘটনা I মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন ভক্তৰ মৃত্যু I মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন ভক্তৰ মৃত্যু I দেওবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মানসা দেৱী মন্দিৰ পথত ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে । মানসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জনৰ মৃত্যু ঘটে । মানসা দেৱী মন্দিৰৰ পথত হঠাতে বিদ্যুৎ প্ৰবাহৰ উৰাবাতৰি…

Read More

NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ‘অপাৰেচন সিন্দুৰ’

NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ‘অপাৰেচন সিন্দুৰ’ I NCERT য়ে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ  । NCERTৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব “অপাৰেচন সিন্দূৰ” । দেশপ্ৰেম শিক্ষাৰ নতুন অধ্যায় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় সচেতনতা অনাৰ উদ্দেশ্য এই বিশেষ পদক্ষেপ গ্ৰহণ NCERT ৰ । ভাৰতীয় সেনাৰ আধুনিক ইতিহাসত বীৰত্বৰ প্রতীক হিচাপে পৰিগণিত এই সামৰিক অভিযান “Operation Sindoor” ক তৃতীয় শ্ৰেণীৰ পৰা…

Read More

বিশ্বৰ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

লেখক : নৱজিত ডেকা আকৌ শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I বিশ্বৰ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া Most trusted leader in the world. কালি ইন্দিৰা গান্ধীৰ অভিলেখক চেৰ পেলাই ভাৰতৰ দীৰ্ঘকালৰ প্ৰধানমন্ত্ৰীৰ ২য় স্থানত উপনীত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আনহাতে আমেৰিকাৰ এটি সংস্থা Morning consult…

Read More

বিশ্বনাথৰ বামগাঁৱত ৬ সন্দেহজনক বাংলাদেশীক আটক

বিশ্বনাথৰ বামগাঁৱত সন্দেহজনক বাংলাদেশীক আটক ।  বিষ্ণু মন্দিৰৰ সমীপত বিশ্বনাথ আৰক্ষীয়ে আটক কৰে ৬ সন্দেহজনক বাংলাদেশীক ধৃত কেইজনৰ ভিতৰত দুগৰাকী মহিলা, ৪জন পুৰুষ । ধৃত বাংলাদেশী কেইজন হৈছে ধৃত তহিজ্জ্বল পাৰামাণিক, মজিদুৰ শ্বেখ, ছৰিফুল পাৰামাণিক, ছফৰ উদ্দিন, আছমা খাতুন আৰু আবিদা খাতুন । লগতে জব্দ কৰা হৈছে এখন বাহন । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ…

Read More

খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক

চামগুৰিৰ বৰভেটিত লোমহৰ্ষক ঘটনা Iখুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে কন্যা শিশুক I চামগুৰিৰ বৰভেটিত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা । সম্বন্ধীয় খুৰাক বিকাশ দাসে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া কন্যা শিশুক । কঠিয়াতলীৰ শিশুটি ফুৰিবলৈ আহিছিল চামগুৰিৰ মোমায়েকৰ ঘৰলৈ । ঘটনা সংঘটিত হোৱাৰ পিছত একাংশ প্ৰত্যক্ষদৰ্শীয়ে প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ…

Read More

খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক

চামগুৰিৰ বৰভেটিত লোমহৰ্ষক ঘটনা I খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক I চামগুৰিৰ বৰভেটিত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা । সম্বন্ধীয় খুৰাকে বিকাশ দাসে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া কন্যা শিশুক । কঠিয়াতলীৰ শিশুটি ফুৰিবলৈ আহিছিল চামগুৰিৰ মোমায়েকৰ ঘৰলৈ । গৰমৰ বন্ধত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ অহাই কাল হল গৌৰীৰ বাবে I…

Read More

ভাৰতত চলিব হাইড্ৰ’জেন চালিত ৰে’ল

অত্যাধুনিক হব ভাৰতীয় ৰে’লসেৱা । ভাৰতে প্রথমবাৰৰ বাবে পৰীক্ষণ কৰিলে হাইড্ৰ’জেন চালিত ৰে’লৰ । চেন্নাইত সফলভাৱে পৰীক্ষণ সম্পন্ন হাইড্ৰ’জেন চালিত ৰে’লৰ I ভাৰতে নিৰ্মাণ কৰি আছে 1200HPৰ হাইড্ৰ’জেন চালিত ৰে’ল । ভাৰতৰ ৰে’লৱে মন্ত্ৰী অশ্চিনী বৈভৱে জানিব দিয়ে The Driving Power Car ৰ সফল পৰীক্ষণ সম্পন্ন হৈছে চেন্নাইৰ Integral Coach Factory (ICF) ত । ভাৰতে…

Read More

অসমৰ গৌৰৱ শ্বহীদ কেপ্তেইন জিন্টু গগৈ

‘অসমৰ কাৰ্গিল নায়ক’ জিন্টু গগৈৰ স্মৃতি সুঁৱৰি.. ১৯৯৯ চনৰ ২৬ জুলাই , দেশৰ ইতিহাসত সাহস, উৎসৰ্গা আৰু দেশপ্ৰেমৰ এক অবিস্মৰণীয় দিন । ভাৰতীয় স্থলসেনাই কাৰ্গিলৰ সুউচ্চ পাহাৰত হাড় কঁপোৱা শীতত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি ভাৰতীয় সেনাই পাকিস্তানক কাৰ্গিল যুদ্ধত পৰাভূত কৰি সীমান্তত বিজয় ধ্বজা উৰুৱাইছিল । সেই যুদ্ধতে অগণন সেনানীৰ বলিদানৰ লগতে প্ৰাণ হেৰুৱাইছিল…

Read More