Braking

পুনৰ গো-মাংস বৰ্জনৰ সিদ্ধান্ত কোনে ল’লে এই সিদ্ধান্ত ?

গো মাংস বৰ্জনৰ সিদ্ধান্ত মুছলমান সমাজৰ । এই সিদ্ধান্ত সৰুপথাৰ জামে মছজিদৰ । ৰাজ্যত পুনৰ গো মাংস বৰ্জনৰ সিদ্ধান্ত । এইবাৰ গো মাংস বৰ্জনৰ সিদ্ধান্ত মুছলমান সমাজৰ । সমূহীয়াকৈ গো মাংস বৰ্জনৰ সিদ্ধান্ত ললে সৰুপথাৰ জামে মছজিদে । গো সুৰক্ষা আইন ২০২১ ক সমৰ্থন জনাই এই সিদ্ধান্ত সৰুপথাৰ জামে মছজিদ সৰুপথাৰ জামে মছজিদৰ সকলো জামাতে…

Read More

হত্যাকাৰী পত্নী ! গাঁতৰ পৰা উলিয়াই অনা হ’ল স্বামীৰ মৃতদেহ

ৰাজ্যত সংঘটিত হৈছে এক হত্যাকাণ্ড । পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ । জয়মতীনগৰত সংঘটিত হৈছে এই ভয়ংকৰ  ঘটনা । পত্নী ৰহিমা খাতুনে হত্যা কৰি পুতি থ’লে গাঁতত । মৃত ব্যক্তিজনৰ নাম চবিয়াল ৰহমান ।আৰক্ষীক খবৰ দিয়াৰ উপস্থিত হৈ গাঁতৰ পৰা উলিয়াই অনা হয় মৃতদেহ । ফৰেনচিক দলৰ নেতৃত্বত আৰক্ষীসহ পত্নীক লৈ যোৱা হল উক্ত স্থানলৈ ।…

Read More

অৰ্চিতাক কোনে সজালে নীলা ছবিৰ নায়িকা ? কোনে ঘটিলে লাখে লাখে ধন ?

লেখক : নৱজিত ডেকা প্ৰাক্তন প্ৰেমিকাক সজালে নীলা ছবিৰ নায়িকা ৷ এতিয়া আৰক্ষীৰ জালত পাষণ্ড প্ৰতিম বৰা ৷ নীলা ছবিৰ নায়িকা সজাই প্ৰতিশোধ ল’ব বিছাৰিছিল প্ৰাক্তন প্ৰেমিকে ৷ এগৰাকী বিবাহিত মহিলাৰসুখৰ সংসাৰ থানবান কৰিব বিচাৰিছিল ভণ্ড প্ৰেমিকে ৷ Cyber Crime ৰ বলি হ’ল ডিব্ৰুগড়ৰ অৰ্চিতা ফুকন ৷ সামাজিক মাধ্যম আৰু কিছু সংবাদ মাধ্যমেও ৰাতিটোৰ ভিতৰতে…

Read More

এখন ভৰিৰে দেশ বিদেশত চাইকেল যাত্ৰা অসম সন্তানৰ

২০১২ চনৰ এটা দুৰ্ঘটনাতহেৰুৱাইছিল এখন ভৰি…. প্ৰতিবন্ধকতাক নেউচি এজন সফল যুৱক  । প্ৰতিবন্ধকতা সফলতাৰ পথত হেঙাৰ হব নোৱাৰে । বিশেষভাৱে সক্ষম যুৱক পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে শেহতীয়াকৈ সম্পূৰ্ণ কৰে ।  ‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ চাইকেল যাত্ৰা । প্ৰায় ৭ হাজাৰ কিঃমিঃ যাত্ৰা সম্পূৰ্ণ কৰি উপস্থিত হৈছে নিজ ৰাজ্যত । এপ্ৰিল মাহতেই আৰম্ভ হৈছিল এই যাত্ৰা । নেহেৰু ষ্টেডিয়ামত…

Read More

ম্যানমাৰৰ সংযুক্ত মুক্ত বাহিনী অসম শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ১০০খন ড্ৰোনেৰে ৪ টা শিবিৰত আক্ৰমণ

ম্যানমাৰস্থিত সংযুক্ত মুক্ত বাহিনী অসম শিবিৰত সেনাৰ আক্ৰমণ । আলফা (স্বাধীন) ৰ ৪টা শিবিৰত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলাই ভাৰতীয় সেনাই । ১০০খন ড্ৰোনেৰে ১৫০টা বোমা নিক্ষেপ কৰি ভাৰতীয় সেনাৰ এই আক্ৰমণ । খবৰ অনুসৰি আক্ৰমণত নিহত আলফা নেতা নয়ন অসম লগতে কেইবাজনো আলফা(স্বাঃ)ৰ সদস্য আহত হৈছে । পৰৱৰ্তী সময়ত আলফা(স্বাঃ) ৰ ওপৰত পুনৰ ভয়ংকৰ আক্রমণ…

Read More

প্ৰতিশোধৰ পৰা ব্যৱসায়লৈ প্ৰাক্তন প্ৰেমিকৰ ভয়ংকৰ প্ৰতিশোধৰ বলি অৰ্চিতা

সামাজিক মাধ্যমৰ পৰা সংবাদ মাধ্যমলৈ বিয়পি পৰিছিল এটা চৰ্চিত নাম । নিষিদ্ধ ছবিজগতৰ নায়িকা ৰূপে অসমীয়া যুৱতীক লৈ সৃষ্টি হৈছিল ভিন্ন কাহিনী , ভিন্ন বাতৰিৰ । কিন্তু পোহৰলৈ আহিছে প্ৰকৃত সত্য । ৰহস্য ফাদিল হৈছে Viral অৰ্চিতা সৃষ্টিৰ মূল কাহিনী । প্ৰতিশোধৰ দীৰ্ঘদিনীয়া পৰিকল্পনা চলি আছিল ডিব্ৰগড়ৰ বোৱাৰী অৰ্চিতাৰ বিৰুদ্ধে । ২০১৪ চনত টুইটাৰত অৰ্চিতাৰ…

Read More

“মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নোভোগে I AM SORRY” …. তাৰ পিছতেই চাৰি মহলৰ পৰা মৰণ জাপ

মোৰ হৈ মোৰ পত্নী আৰু সন্তানে কষ্ট পোৱাটো নিবিচাৰোঁ । মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নুভুগে । AM SORRY ১.২০ লাখ টকীয়া বেজী লোৱাৰ পৰামৰ্শ দিছিল চিকিৎসকে । কালি গুৱাহাটীৰ মেজিষ্ট্ৰেট কল’নীত সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা । হেদায়েৎপুৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা কৰিছিল চৰকাৰী বিষয়া ADC ত্ৰিদীপ কোঁৱৰে ।  কামৰূপ মহানগৰ জিলা আয়ুক্ত কার্যালয়ত…

Read More

ৰাজ্যবাসীলৈ সুখবৰ অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত

কালি কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ব্যক্তিগত নাৰ্ছিং হোমক লৈ কেবিনেটত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এতিয়াৰ পৰা ৪ ঘণ্টাতকৈ অধিক সময় ৰাখি থব নোৱাৰিব মৃতদেহ । নাৰ্ছিং হোমে টকা নিদিয়া বুলি কৈ মৃতদেহ ৰাখি থলে গ্ৰহণ কৰা হব আইনী ব্যৱস্থা । যদি কোনো নাৰ্ছিং হোমে ৪ ঘণ্টাতকৈ অধিক সময় মৃতদেহ…

Read More

ৰোগীৰ জীৱনক লৈ হেতালি !কোন এই সকল মুন্নাভাই MBBS ?

ৰোগীৰ জীৱনক লৈ হেতালি চলিছে । ৰাজ্যত বৃদ্ধি পাইছে ভূৱা চিকিৎসকৰ মইমতালি । ৰাজ্যত চিকিৎসা শাস্ত্ৰৰ তিল মানো জ্ঞান নথকা লোকে ৰোগীৰ জীৱনক লৈ খেলা কৰিছে । বিগত কেইমাহৰ ভিতৰত ৰাজ্যজুৰি ভূৱা চিকিৎসকে ভয়ংকৰ ৰূপ লৈছে । অসম চিকিৎসা পৰিষদৰ এন্টি কোৱাকেৰী এণ্ড ভিজিলেঞ্চ ইউনিটৰ সক্ৰিয় অভিযানত যোৱা ৬ মাহত ১০ গৰাকী ভূৱা চিকিৎসকক গ্ৰেপ্তাৰ…

Read More

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ?

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ? বন্দনা দাস হত্যাকাণ্ডৰ নতুন তথ্য ! প্ৰকৃততে কাৰ ষড়যন্ত্ৰৰ বলি হ’ল বন্দনা দাস ? ধনৰ লোভত অন্ধ হৈ বায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে । বায়েকক হত্যা কৰিবলৈ কিমান নিষ্ঠুৰ হব লাগিব এবাৰ ভাৱকচোন ? যোৱা ২ জুলাইত গুৱাহাটীৰ খাৰঘূলিৰ লুইতপুৰৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল…

Read More

শোৱাপাটীতে হত্যা এগৰাকী মহিলাক ! কুঁৱাত পেলাই দিয়া হল মৃতদেহ….

ৰাজ্যত পুনৰ এক ভয়ানক হত্যাকাণ্ড । কোকৰাঝাৰৰ নায়েকগাঁও দক্ষিণ আমগুৰিত হত্যাকাণ্ড । শোৱাপাটীতে হত্যা কৰিলে এগৰাকী মহিলাক । মহিলা গৰাকীৰ নাম চুমি কিস্কু । শোৱাপাটীত নেদেখি , কোঠাত তেজৰ দাগ দেখি হত্যাৰ সন্দেহ পৰিয়ালৰ । হত্যা কৰি চোঁচৰাই আনি মৃতদেহ পেলালে কুঁৱাত । এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান পোৱা নাই । মৃতদেহ উদ্ধাৰৰ চেষ্টা SDRF বাহিনীৰ ।…

Read More

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড । বৃহস্পতিবাৰে দুলীয়াজান বালিকা মহাবিদ্যালয়ৰ সমীপত ব্যস্ত চাৰিআলিত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ডৰ । অগ্নিকাণ্ডত পথৰ কাষৰ কেইবাখনো দোকান ভস্মীভূত হয় । ভস্মীভূত এটা বাসগৃহও কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বিয়পি পৰা জুইত জাহ যায় বহু সামগ্ৰীৰ । স্থানীয় লোকৰ মতে অগ্নিকাণ্ডৰ পাছতে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয় । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা…

Read More

ভাৰতে নিৰ্মাণ কৰিবলৈ সাজু হৈছে আটাইতকৈ বিপদজ্জনক হাইপাৰছ’নিক মিছাইল !

DRDO ৰ এই বৃহৎ প্ৰজেক্টৰ নাম হৈছে “প্ৰজেক্ট বিষ্ণু” প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ভাৰতৰ ক্ষেপণাস্ত্ৰ শক্তিক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।DRDO য়ে জনোৱা অনুসৰি –এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ উন্নত হাইপাৰছ’নিক মিছাইল প্ৰযুক্তি। এই বিশেষ প্ৰকল্পৰ অধীনত DRDO ই একেলগে ১২টা ভিন্ন ধৰণৰ হাইপাৰছ’নিক মিছাইল নিৰ্মাণ কৰি আছে।নিৰ্মাণ হৈ থকা এই ক্ষেপণাস্ত্ৰসমূহৰ গতি…

Read More

সামাজিক মাধ্যমৰ ক’লা দিশ ! যাৰ বাবে ধ্বংস হৈছে বহু মানুহৰ জীৱন !

বৰ্তমান সামাজিক মাধ্যমৰ বাবেই বিভিন্ন ধৰণৰ ঘটনা ঘটা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত মানুহে শুই উঠিয়েই হাতত লয় নিজৰ স্মাৰ্ট ফোনটো।ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি টোপনি যোৱা সময়লৈ আমি ব্যৱহাৰ কৰি আহিছোঁ আমাৰ স্মাৰ্ট ফোনটো। যত উপলব্ধ আছে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্ম। আমি নিতৌ বেছিভাগ সময় কটাও সামাজিক মাধ্যমত।কিন্তু,বৰ্তমান সময়ছোৱাত সামাজিক মাধ্যম অন্ধকাৰ দিশে গৈ আছে,…

Read More

GMCH ত অগ্নিকাণ্ডৰ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড  সংঘটিত হৈছে । GMCH ৰ Minor OT অৰ্থ’পেডিক ডিপাৰ্টমেণ্টত সংঘটিত হৈছে অগ্নিকাণ্ড । অৰ্থপেডিক বিভাগত সংঘটিত হৈছে এই অগ্নিকাণ্ড । সোমবাৰে পুৱা GMCH ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত আতংকময় পৰিৱেশৰ  । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ পিছতেই ৰোগী আৰু আত্মীয়ৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু ৰোগীক…

Read More