Braking

পুনৰ গো-মাংস বৰ্জনৰ সিদ্ধান্ত কোনে ল’লে এই সিদ্ধান্ত ?

গো মাংস বৰ্জনৰ সিদ্ধান্ত মুছলমান সমাজৰ । এই সিদ্ধান্ত সৰুপথাৰ জামে মছজিদৰ ।

ৰাজ্যত পুনৰ গো মাংস বৰ্জনৰ সিদ্ধান্ত । এইবাৰ গো মাংস বৰ্জনৰ সিদ্ধান্ত মুছলমান সমাজৰ ।

সমূহীয়াকৈ গো মাংস বৰ্জনৰ সিদ্ধান্ত ললে সৰুপথাৰ জামে মছজিদে । গো সুৰক্ষা আইন ২০২১ ক সমৰ্থন জনাই এই সিদ্ধান্ত সৰুপথাৰ জামে মছজিদ সৰুপথাৰ জামে মছজিদৰ সকলো জামাতে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

সৰুপথাৰ সমজিলা মছজিদ সমন্বয় সমিতি নামেৰে ১০১ জনীয়া সমিতি গঠন কৰা হল ।সমিতিৰ প্ৰস্তাৱ অমান্য কৰিলে লোৱা হব আইনী ব্যৱস্থা ।

গো সুৰক্ষা আইনক সম্পূৰ্ণকৈ মানি চলিবলৈ আহ্বান জনাইছে মুছলমান সমাজে । সমাজত শান্তি সমৃদ্ধি বজাই ৰখাৰ বাবে এই সিদ্ধান্ত মুছলমান সমাজৰ ।

Leave a Reply