Braking

বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী

বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী I দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰথমদিনৰ কাৰ্য্যসূচী অনুসৰি ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে উপস্থিত হৈয়েই আদানীৰ উপস্থিতিত অত্যাধুনিক ৰূপত সজাই তোলা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰে । উল্লেখ্য যে অসমৰ বাঁহেৰে কপৌফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল । গুৱাহাটীৰ এই বিমান…

Read More

নিৰাপত্তা বৃদ্ধিৰ বাবে “মিছন সুদৰ্শন চক্ৰ” ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত “মিছন সুদৰ্শন চক্ৰ” প্ৰকল্পৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে স্বাধীনতা দিৱসৰ উপলক্ষে দিয়া ভাষণত ভাৰতৰ গুৰুত্বপূৰ্ণ সামৰিক আৰু অসামৰিক প্ৰতিষ্ঠানসমূহক সুৰক্ষা প্ৰদানৰ বাবে থলুৱা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই প্ৰকল্পৰ কথা ঘোষণা কৰে। “মিছন সুদৰ্শন চক্ৰ” মুকলি কৰাৰ কথা ঘোষণা কৰি মোদীয়ে কয়…

Read More

এক ঐতিহাসিক যুদ্ধ | কাৰ্গিল যুদ্ধ !

কাৰ্গিল যুদ্ধৰ কথা আমি সকলোৱে জানো । ১৯৯৯ চনৰ মে’ মাহৰ পৰা পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ হোৱা কাৰ্গিল যুদ্ধ জুলাই মাহত অন্ত পৰিছিল।১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটোতে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত বিজয়ী হৈছিল ভাৰত। এই যুদ্ধত ভাৰতীয় সেনাই অদম্য সাহস, কৌশল আৰু অতি আধুনিক অস্ত্ৰ-শস্ত্ৰৰ বলত শত্ৰুক পিছুৱাই যাবলৈ বাধ্য কৰাইছিল। কাৰ্গিল যুদ্ধত আমাৰ জোৱানসকলে বিভিন্ন…

Read More

পুনৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বিমান! বিমানৰ আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা !

ৰাছিয়াৰ আমুৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে আংগাৰা এয়াৰলাইন্সৰ এখন বিমানবিমানখনত আছিল ৪৯ গৰাকী যাত্ৰী।কেইঘণ্টামান আগতে ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছিল এই বিমানখন।বিমান দুৰ্ঘটনাত ৪৯ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ইতিমধ্যে ৰাছিয়াৰ সেনাই বিচাৰি পাইছে বিমানখনৰ ধ্বংসাৱশেষ।ইয়াৰ পিছতে উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে। সংবাদ সংস্থা TASS ৰ মতে, AN-24 ক’ডেৰে পৰিচালিত এই বিমানখনত ৫টা শিশুকে…

Read More

গুৱাহাটীত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ ! প্ৰকৃততে কি হৈছিল ২৪ জুলাইৰ নিশা ?

মহানগৰীৰ আদাবাৰীৰ কামাখ্যা নগৰৰ বৰুৱা ভৱনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।শোৱাপাটিতে মৃত্যুক সাৱতি ল’লে মাতৃ-কন্যাই। জানিব পৰা মতে, ওচৰৰ কোঠালিতে শুই আছিল যুৱতীগৰাকীৰ পিতৃ।কিন্তু, তেওঁ অগ্নিকাণ্ডৰ বিষয়ে একো জানিব পৰা নাছিল বুলি মন্তব্য প্ৰকাশ কৰে যুৱতীগৰাকীৰ পিতৃয়ে । তথ্য অনুসৰি, ২৪ জুলাই বৃহস্পতিবাৰে পুৱা অঞ্চলটোৰ স্থানীয় ৰাইজে কোঠালিৰ পৰা ধোৱা ওলাই থকা দেখা পায়।সেই কোঠালিৰ…

Read More

আফ্ৰিকাৰ এটা বিশেষ জনজাতি – যাক কোৱা হয় “বান্না ট্ৰাইব বুলি”

বান্না গোট (Banna Tribe) আফ্ৰিকাৰ ইথিঅ’পিয়াৰ দক্ষিণ অংশত বসবাস কৰা এটা জনজাতি এই জনজাতিৰ মূল বাসস্থান “ওমো ভেলি” অঞ্চলত, যি ইথিঅ’পিয়াৰ এক জনজাতি-প্ৰধান অঞ্চল।বান্না জনগোষ্ঠী ইথিঅ’পিয়াৰ দক্ষিণে ওমো নদীৰ কাষত থকাৰ বাবে ইয়াক ওমো ভেলিৰ জনজাতি বোলা হয়।এই জনজাতি আফ্ৰ’-এছিয়াটিক ভাষা পৰিয়ালৰ ওমোটিক শাখাৰ বান্না ভাষা ব্যৱহাৰ কৰে। বান্না জনজাতিৰ মুখ্য জীৱিকা হৈছে পশুপালন আৰু…

Read More

সোণাপুৰৰ ক্লাৱ “NIRVANA” ত আৰক্ষীৰ অভিযান।

ক্লাৱ NIRVANA ত আৰক্ষীয়ে সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰি চলালে অভিযান। বৰ্তমান পৰ্য্যন্ত আৰক্ষীয়ে অভিযানৰ কাৰণ সদৰী কৰা নাই যদিও ক্লাৱটোত বৃহৎ জুৱাৰ আদ্দা চলিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বতে ক্লাৱ NIRVANA আইপিএল জুৱা সন্দৰ্ভত চলিছিল আৰক্ষীৰ অভিযান। আইজলৰ চাৰিজন লোকক এই ঘটনা সন্দৰ্ভত আটক কৰিছে আৰক্ষীয়ে ।আটক হোৱা চাৰিওজনৰ পৰা জুৱাত ব্যবহৃত বৃহৎ…

Read More

অসমত ২০২৬ৰ ৰণশিঙা বজাব নেকি ৰাহুল গান্ধীয়ে ?

অসমত কংগ্ৰেছৰ ভেটি মজবুত কৰিবলৈ আজি অসমলৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে আজি অৰ্থাৎ বুধবাৰে অসমত উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি সাংসদ ৰাহুল গান্ধী। পুৱা ১০ বজাত বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সমীপৰে হোটেল কিৰণ শ্ৰী গ্ৰেণ্ডত দুয়ো অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ সৈতে মিলিত হয়…

Read More

AREA 51 আজিও এক ৰহস্য ! কি আছে AREA 51ৰ ভিতৰভাগত !

প্ৰায়ে সময়ে AREA 51 ক লৈ উত্থাপিত হৈ বিভিন্ন প্ৰশ্ন কিন্তু, Area 51 হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভাদা প্ৰান্তৰ এখন অতি গোপনীয় সামৰিক ঘাঁটি।এই স্থানটো লাছ ভেগাছৰ পৰা প্ৰায় ৮৩ কি:মি উত্তৰে অৱস্থিত।ইয়াক Unit 51, Dreamland, আৰু Groom Lake বুলিও কোৱা হয়। কিন্তু, বৰ্তমান সময়তও বিভিন্ন মানুহে Area 51 ত চৰকাৰে এলিয়েনৰ মৃতদেহ আৰু তেওঁলোকৰ প্ৰযুক্তি…

Read More

পৃথিৱীৰ আটাইতকৈ হিংসাত্মক জনজাতি | যাৰ ওচৰত যোৱাটো একেবাৰে নিষিদ্ধ

এই জনজাতিটো ভাৰতৰ আন্দামান আৰু নিকোবাৰআইলেণ্ডৰ ৫৭২ টা আইলেণ্ডৰ ভিতৰৰ এটা আইলেণ্ডত বাস কৰে। এই জনজাতিটোক চেন্তিনেলিছ জনজাতি বুলি কোৱা হয়।এই জনজাতিটো আন্দামানৰ উত্তৰ দিশৰ আইলেণ্ডত বসবাস কৰে। জানিব পৰা মতে এই জনজাতিটো আজিলৈ ইমানেই পিছ পৰি আছে যিয়ে আজিলৈ জুইৰ কথাও একেবাৰে নাজানে।এই জনজাতিটো কেঁচা মাছ, চৰাই, বনৰীয়া পশু আৰু নাৰিকল আৰু বৰষুণৰ পানী…

Read More

য়েমেনত মৃত্যুদণ্ডৰ শাস্তিৰ সন্মুখীন হ’বলৈ ওলাইছে এগৰাকী ভাৰতীয় নাৰ্চ।

কেৰালাৰ বাসিন্দা নিমিষা প্ৰিয়া নামৰ নাৰ্চগৰাকীক অহা ১৬ জুলাইত দিয়া হ’ব ফাঁচী। য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰা হৈছে। ২০০৮ চনত ঘৰৰ আৰ্থিক সমস্যাৰ বাবে নিমিষাই কাম কৰিবলৈ য়েমেনলৈ যায়।মধ্যপ্ৰাচ্যৰ দেশ য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াই তাত বহুকেইখন চিকিৎসালয়ত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ নিজাকৈ ক্লিনিক খোলে।ক্লিনিকখন খোলাৰ সময়ত নিমিষাই ২০১৪ চনত…

Read More

ভাৰতীয় নাৰ্চ নিমিশা প্রিয়াক ১৬ জুলাইত য়েমেনত দিয়া হ’ব ফাঁচী

২০১৭ চনত তালাল আবদো মাহদী নামৰ এজন য়েমেনী নাগৰিকক হত্যাৰ অভিযোগত দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায় মৃত্যুদণ্ডৰ অনুমোদন দিছিল য়েমেনৰ ৰাষ্ট্ৰপতি ৰাশাদ আল আলিমীয়ে কিন্তু নিমিশা প্ৰিয়া কোন ? নিমিশা প্ৰিয়া এগৰাকী ভাৰতীয় নাগৰিক আৰু কেৰালাৰ নিবাসী এগৰাকী নাৰ্চ আছিল।তেওঁ ২০০৮ চনত তেওঁ তেওঁৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ বাবে য়েমেন দেশলৈ গৈছিলআৰু সেই দেশত কাম কৰাৰ…

Read More

সামাজিক মাধ্যমৰ ক’লা দিশ ! যাৰ বাবে ধ্বংস হৈছে বহু মানুহৰ জীৱন !

বৰ্তমান সামাজিক মাধ্যমৰ বাবেই বিভিন্ন ধৰণৰ ঘটনা ঘটা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত মানুহে শুই উঠিয়েই হাতত লয় নিজৰ স্মাৰ্ট ফোনটো।ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি টোপনি যোৱা সময়লৈ আমি ব্যৱহাৰ কৰি আহিছোঁ আমাৰ স্মাৰ্ট ফোনটো। যত উপলব্ধ আছে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্ম। আমি নিতৌ বেছিভাগ সময় কটাও সামাজিক মাধ্যমত।কিন্তু,বৰ্তমান সময়ছোৱাত সামাজিক মাধ্যম অন্ধকাৰ দিশে গৈ আছে,…

Read More