Braking

āĻāĻžā§°āĻ–āĻŖā§āĻĄā§° āĻĻ⧇āĻ“āϘ⧰āϤ āϭ⧟āĻ‚āϕ⧰ āĻĻā§ā§°ā§āϘāϟāύāĻž

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই দেশজুৰি শোকৰ সৃষ্টি কৰিছে । বৈদ্যনাথ ধামলৈ যাত্ৰা কৰি থকা যাত্ৰীবাহী এখন বাছ আৰু এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মূখা-মুখি সংঘৰ্ষ সংঘটিত হয় I বৈদ্যনাথ ধামলৈ যোৱাৰ পথত জামুনিয়া জিলাৰ সমীপত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন । বাছ- ট্ৰাকৰ মুখা-মুখি সংঘৰ্ষত ৬ জন…

Read More

āφāϜāĻŋ āϏ⧰⧁āĻĒāĻĨāĻžā§°ā§° āω⧰āĻŋ⧟āĻžāĻŽāϘāĻžāϟāϤ āφ⧰āĻŽā§āĻ­ āĻšā§ˆāϛ⧇ āĻĒā§ā§°āĻļāĻžāϏāύ⧰ āĻŦ⧃āĻšā§Ž āωāĻšā§āϛ⧇āĻĻ āĻ…āĻ­āĻŋāϝāĻžāύ

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান I শতাধিক বুলড’জাৰেৰে এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান সকলো I পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ।শতাধিক বুলড’জাৰেৰে পুৱাৰে পৰা এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ I ১২খনকৈ গাঁৱত চলিব এই উচ্ছেদ অভিযান I বিদ্যাপুৰ অঞ্চলৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ…

Read More

āχāϤāĻŋāĻšāĻžāϏ ā§°āϚāĻŋāϞ⧇ āĻ­āĻžā§°āĻ¤ā§€ā§Ÿ āĻĻāĻŦāĻž āϖ⧇āĻ˛ā§ā§ąā§ˆ āĻĻāĻŋāĻŦā§āϝāĻž āĻĻ⧇āĻļāĻŽā§āϖ⧇

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে I ২০২৫ চনৰ মহিলা দবা বিশ্বকাপৰ চেম্পিয়ন হ’ল দিব্যা দেশমুখ । FIDE মহিলা দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে আৰু দেশৰ প্ৰথম ভাৰতীয় চেম্পিয়ন ৰূপে পৰিগণিত হয় । চীনৰ পূৰ্বৰ বিশ্ব চেম্পিয়ন টান ঝাংজীক পৰাস্ত কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে প্ৰৱেশ কৰিছিল বিশ্ব দবা…

Read More

āϏ⧁āĻ—āĻ¨ā§āϧāĻŋ āĻĒāĻ–āĻŋāϞāĻžā§° āĻ•āĻŦāĻŋ āĻšā§€ā§°ā§āĻĻāĻžā§° āĻ¸ā§āĻŽā§ƒāϤāĻŋ āϏ⧁āĻā§ąā§°āĻŋ

“ইমান অলপতে বিচলিত হ’লে তোমাৰ বাৰু কেনেকৈ চলে ?” শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে | কবি মই নাছিলো কোনোকালে ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ সত্যক সহজে ল’বলৈ শিকালে | কবি মই নাছিলো কোনোকালে | আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰৰ  জন্মদিন । আধুনিক অসমীয়া কবিতাৰ এজন লেখত ল’বলগীয়া কবি হ’ল হীৰেন ভট্টাচাৰ্য ৷ হীৰেন ভট্টাচাৰ্য দেৱৰ…

Read More

āĻ­āĻžā§°āϤ⧀āϝāĻŧ āϏ⧇āύāĻžā§° “āĻ…āĻĒāĻžā§°ā§‡āϚāύ āĻŽāĻšāĻžāĻĻā§‡ā§ą”

“অপাৰেচন সিন্দুৰ” ৰ পিছত এইবাৰ ভাৰতীয় সেনাৰ “অপাৰেচন মহাদেৱ” I পাকিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে আৰম্ভ অপাৰেচন মহাদেৱ I পেহেলগাম কাণ্ডৰ আন ৩ গৰাকী সন্ত্ৰাসবাদীক এনকাউণ্টাৰ ভাৰতীয় সেনাৰ I সোমবাৰে পুৱা ১১ বজাত চলিছিল এই অভিযান । সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰৰ বিতৰ্ক আৰম্ভ কৰাৰ সময়তে আজি জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ হাৰৱান অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা…

Read More

āϏ⧁⧰āĻžāĻĒāĻžā§Ÿā§€ āĻ­āĻžāϤ⧃āĻ• āĻšā§‹āĻ•āĻž āĻ…āĻ¸ā§āĻ¤ā§ā§°ā§°ā§‡ āĻšāĻ¤ā§āϝāĻž

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গণকপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড । ভাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পংকজ দাস । ভাতৃ গুপ্তমনি দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ । সুৰাপায়ী পংকজ দাসৰ কাণ্ডত অতিষ্ঠ হৈ ভাতৃয়ে সংঘটিত কৰিলে এই কাণ্ড । প্ৰায়েই সুৰাৰ ৰাগীত মাতাল হৈ ঘৰখনত হাৰাশাস্তি কৰিছিল মৃত পংকজ দাসে । ভগ্নীৰ ভাষ্য অনুসৰি দুয়োজন ভাতৃৰ মাজত প্ৰায়েই কাজিয়া…

Read More

UPI āĻŦā§āĻ¯ā§ąāĻšāĻžā§° āĻ•āĻžā§°ā§€ā§° āĻŦāĻžāĻŦ⧇ āφāĻšāĻŋāϛ⧇ āύāϤ⧁āύ āϜāĻžāύāύ⧀

UPI ব্যৱহাৰ কাৰীৰ বাবে আহিছে নতুন জাননী । ১ আগষ্টৰ পৰা সলনি হব UPI ৰ নিয়ম । Phone Pe , Google Pe , Paytm ব্যৱহাৰ কৰা সকলৰ বাবে নতুন জাননী । NPCI অৰ্থাৎ National Payment Corporation of India ই জাৰি কৰা জাননী মতে নতুন এপ্লিকেচন প্ৰগ্ৰেমিং ইন্টাৰফেচ ব্যৱহাৰৰ নিয়মবোৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ এপ…

Read More

āωāĻ¤ā§āϤ⧰āĻžāĻ–āĻŖā§āĻĄā§° āĻŽāύāϏāĻž āĻĻā§‡ā§ąā§€ āĻŽāĻ¨ā§āĻĻāĻŋā§°āϤ āĻĒāĻĻāĻĒāĻŋāĻˇā§āϟ āĻšā§ˆ ā§Ŧ āϜāύ āĻ­āĻ•ā§āϤ⧰ āĻŽā§ƒāĻ¤ā§āϝ⧁

উত্তৰাখণ্ডৰ হৰিদ্বাৰত ভয়ংকৰ ঘটনা I মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন ভক্তৰ মৃত্যু I মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন ভক্তৰ মৃত্যু I দেওবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মানসা দেৱী মন্দিৰ পথত ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে । মানসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জনৰ মৃত্যু ঘটে । মানসা দেৱী মন্দিৰৰ পথত হঠাতে বিদ্যুৎ প্ৰবাহৰ উৰাবাতৰি…

Read More

NCERT ā§° āĻĒāĻžāĻ ā§āϝāĻ•ā§ā§°āĻŽāϤ āĻ…āĻ¨ā§āĻ¤ā§°ā§āϭ⧁āĻ•ā§āϤ āĻšāĻŦ ‘āĻ…āĻĒāĻžā§°ā§‡āϚāύ āϏāĻŋāĻ¨ā§āĻĻ⧁⧰’

NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ‘অপাৰেচন সিন্দুৰ’ I NCERT য়ে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ  । NCERTৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব “অপাৰেচন সিন্দূৰ” । দেশপ্ৰেম শিক্ষাৰ নতুন অধ্যায় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় সচেতনতা অনাৰ উদ্দেশ্য এই বিশেষ পদক্ষেপ গ্ৰহণ NCERT ৰ । ভাৰতীয় সেনাৰ আধুনিক ইতিহাসত বীৰত্বৰ প্রতীক হিচাপে পৰিগণিত এই সামৰিক অভিযান “Operation Sindoor” ক তৃতীয় শ্ৰেণীৰ পৰা…

Read More

āĻŦāĻŋāĻļā§āĻŦā§° āĻŦāĻŋāĻļā§āĻŦāĻžāϏāϝ⧋āĻ—ā§āϝ āφ⧰⧁ āϜāύāĻĒā§ā§°āĻŋ⧟ āύ⧇āϤāĻžā§° āĻļā§€ā§°ā§āώāĻ¸ā§āĻĨāĻžāύāϤ āĻ­āĻžā§°āϤ⧰ āĻĒā§ā§°āϧāĻžāύāĻŽāĻ¨ā§āĻ¤ā§ā§°ā§€ āύ⧰⧇āĻ¨ā§āĻĻā§ā§° āĻŽā§‹āĻĻā§€

লেখক : নৱজিত ডেকা আকৌ শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I বিশ্বৰ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া Most trusted leader in the world. কালি ইন্দিৰা গান্ধীৰ অভিলেখক চেৰ পেলাই ভাৰতৰ দীৰ্ঘকালৰ প্ৰধানমন্ত্ৰীৰ ২য় স্থানত উপনীত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আনহাতে আমেৰিকাৰ এটি সংস্থা Morning consult…

Read More

āĻŦāĻŋāĻļā§āĻŦāύāĻžāĻĨā§° āĻŦāĻžāĻŽāĻ—āĻžāĻā§ąāϤ ā§Ŧ āϏāĻ¨ā§āĻĻ⧇āĻšāϜāύāĻ• āĻŦāĻžāĻ‚āϞāĻžāĻĻ⧇āĻļā§€āĻ• āφāϟāĻ•

বিশ্বনাথৰ বামগাঁৱত সন্দেহজনক বাংলাদেশীক আটক ।  বিষ্ণু মন্দিৰৰ সমীপত বিশ্বনাথ আৰক্ষীয়ে আটক কৰে ৬ সন্দেহজনক বাংলাদেশীক ধৃত কেইজনৰ ভিতৰত দুগৰাকী মহিলা, ৪জন পুৰুষ । ধৃত বাংলাদেশী কেইজন হৈছে ধৃত তহিজ্জ্বল পাৰামাণিক, মজিদুৰ শ্বেখ, ছৰিফুল পাৰামাণিক, ছফৰ উদ্দিন, আছমা খাতুন আৰু আবিদা খাতুন । লগতে জব্দ কৰা হৈছে এখন বাহন । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ…

Read More

āϖ⧁⧰āĻžāϕ⧇ āĻ•āϞāĻ™ āύ⧈āϤ āĻĻāϞāĻŋ⧟āĻžāχ āĻšāĻ¤ā§āϝāĻž āϕ⧰āĻŋāϞ⧇ ā§­ āĻŦāĻ›ā§°ā§€ā§ŸāĻž āĻ­āϤāĻŋāĻœā§€āĻ•

চামগুৰিৰ বৰভেটিত লোমহৰ্ষক ঘটনা Iখুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে কন্যা শিশুক I চামগুৰিৰ বৰভেটিত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা । সম্বন্ধীয় খুৰাক বিকাশ দাসে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া কন্যা শিশুক । কঠিয়াতলীৰ শিশুটি ফুৰিবলৈ আহিছিল চামগুৰিৰ মোমায়েকৰ ঘৰলৈ । ঘটনা সংঘটিত হোৱাৰ পিছত একাংশ প্ৰত্যক্ষদৰ্শীয়ে প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ…

Read More

āϖ⧁⧰āĻžāϕ⧇ āĻ•āϞāĻ™ āύ⧈āϤ āĻĻāϞāĻŋ⧟āĻžāχ āĻšāĻ¤ā§āϝāĻž āϕ⧰āĻŋāϞ⧇ ā§­ āĻŦāĻ›ā§°ā§€ā§ŸāĻž āĻ­āϤāĻŋāĻœā§€āĻ•

চামগুৰিৰ বৰভেটিত লোমহৰ্ষক ঘটনা I খুৰাকে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া ভতিজীক I চামগুৰিৰ বৰভেটিত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা । সম্বন্ধীয় খুৰাকে বিকাশ দাসে কলঙ নৈত দলিয়াই হত্যা কৰিলে ৭ বছৰীয়া কন্যা শিশুক । কঠিয়াতলীৰ শিশুটি ফুৰিবলৈ আহিছিল চামগুৰিৰ মোমায়েকৰ ঘৰলৈ । গৰমৰ বন্ধত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ অহাই কাল হল গৌৰীৰ বাবে I…

Read More

āĻ­āĻžā§°āϤāϤ āϚāϞāĻŋāĻŦ āĻšāĻžāχāĻĄā§ā§°â€™āĻœā§‡āύ āϚāĻžāϞāĻŋāϤ ā§°ā§‡â€™āϞ

অত্যাধুনিক হব ভাৰতীয় ৰে’লসেৱা । ভাৰতে প্রথমবাৰৰ বাবে পৰীক্ষণ কৰিলে হাইড্ৰ’জেন চালিত ৰে’লৰ । চেন্নাইত সফলভাৱে পৰীক্ষণ সম্পন্ন হাইড্ৰ’জেন চালিত ৰে’লৰ I ভাৰতে নিৰ্মাণ কৰি আছে 1200HPৰ হাইড্ৰ’জেন চালিত ৰে’ল । ভাৰতৰ ৰে’লৱে মন্ত্ৰী অশ্চিনী বৈভৱে জানিব দিয়ে The Driving Power Car ৰ সফল পৰীক্ষণ সম্পন্ন হৈছে চেন্নাইৰ Integral Coach Factory (ICF) ত । ভাৰতে…

Read More

āĻ…āϏāĻŽā§° āĻ—ā§Œā§°ā§ą āĻļā§āĻŦāĻšā§€āĻĻ āϕ⧇āĻĒā§āϤ⧇āχāύ āϜāĻŋāĻ¨ā§āϟ⧁ āĻ—āĻ—ā§ˆ

‘অসমৰ কাৰ্গিল নায়ক’ জিন্টু গগৈৰ স্মৃতি সুঁৱৰি.. ১৯৯৯ চনৰ ২৬ জুলাই , দেশৰ ইতিহাসত সাহস, উৎসৰ্গা আৰু দেশপ্ৰেমৰ এক অবিস্মৰণীয় দিন । ভাৰতীয় স্থলসেনাই কাৰ্গিলৰ সুউচ্চ পাহাৰত হাড় কঁপোৱা শীতত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি ভাৰতীয় সেনাই পাকিস্তানক কাৰ্গিল যুদ্ধত পৰাভূত কৰি সীমান্তত বিজয় ধ্বজা উৰুৱাইছিল । সেই যুদ্ধতে অগণন সেনানীৰ বলিদানৰ লগতে প্ৰাণ হেৰুৱাইছিল…

Read More

⧍ā§Ģ āϟāĻž OTT āĻĒā§āϞ⧇āϟāĻĢā§°ā§āĻŽā§° āύāĻŋāώāĻŋāϧāĻžāĻœā§āĻžāĻž āφ⧰⧋āĻĒ āĻ­āĻžā§°āϤ āϚ⧰āĻ•āĻžā§°ā§°

২৫ টা OTT প্লেটফৰ্মৰ নিষিধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ I OTT প্লেটফৰ্মৰ নিষিধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ I নিষিদ্ধ UllU , ALTT , Big Shots app কে ধৰি ২৫ টা OTT প্লেটফৰ্ম I অশ্লীলতা বিয়পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ I অশ্লীল কন্টেন্টক লৈ কঠোৰ ভাৰত চৰকাৰ । খবৰ অনুসৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মুঠ ২৫ টা…

Read More

āĻĄāĻŋāĻŦā§ā§°ā§āĻ—ā§œāϤ āĻĒā§āϰāĻļāĻžāϏāύāĻŋāĻ• āĻ­ā§ąāύ⧰ āφāϧāĻžā§°āĻļāĻŋāϞāĻž āĻ¸ā§āĻĨāĻžāĻĒāύ āĻŽā§āĻ–ā§āϝāĻŽāĻ¨ā§āĻ¤ā§āϰ⧀⧰

ডিব্ৰুগড়ত প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ প্রায় ৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হব এই প্ৰেক্ষাগৃহ I কালি ডিব্ৰুগড়ত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ । ডিব্ৰুগড়ত প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ । দিছপুৰৰ লগতে ফেৰ মাৰিব পৰাকৈ সাজু কৰা হৈছে ডিব্ৰুগড়ক । ডিব্ৰগড়তো অসম চৰকাৰৰ কাম কাজ পৰিচালনা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰচেষ্টা কৰিছে…

Read More

āĻ­āĻžā§°āϤ-āĻŦā§ā§°āĻŋāĻŸā§‡āχāύ⧰ āĻŽāĻžāϜāϤ āĻ¸ā§āĻŦāĻžāĻ•ā§āώ⧰āĻŋāϤ āϐāϤāĻŋāĻšāĻžāϏāĻŋāĻ• āϚ⧁āĻ•ā§āϤāĻŋ

ভাৰত-ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত ঐতিহাসিক চুক্তি । এই চুক্তিৰ ফলস্বৰূপে ভাৰতীয় বজাৰত ব্ৰিটেইনৰ পৰা আমদানি হোৱা বহু সামগ্ৰীৰ ওপৰত শুল্ক ব্যাপক হাৰত হ্ৰাস পাব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েল আৰু ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেনল্ডে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। ২৪ জুলাই বৃহস্পতিবাৰে তিনি বছৰীয়া আলোচনাৰ…

Read More

āĻĒā§ā§°āϧāĻžāύāĻŽāĻ¨ā§āĻ¤ā§ā§°ā§€ āύ⧰⧇āĻ¨ā§āĻĻā§ā§° āĻŽā§‹āĻĻ⧀⧰ āφāύ āĻāĻ• āĻ…āĻ­āĻŋāϞ⧇āĻ–

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক অভিলেখ I ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী মোদীৰ ইন্দিৰা গান্ধীক অতিক্ৰম কৰি দীৰ্ঘকালীন কাৰ্যকালত থকা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হ’ল মোদী I প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক অভিলেখ। ইন্দিৰা গান্ধীক অতিক্ৰম কৰি দীৰ্ঘকালীন কাৰ্যকালত থকা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হ’ল মোদী। প্ৰধানমন্ত্ৰীৰ আসনখনত অধিষ্ঠিত হৈ থকা মোদীৰ আজি…

Read More

āĻļā§€āĻ˜ā§ā§°ā§‡āχ āĻ—ā§ā§ąāĻžāĻšāĻžāĻŸā§€ā§° āφāĻĻāĻŋāĻ‚āĻ—āĻŋā§°āĻŋ āĻ¸ā§‚ā§°ā§āϝ āĻĒāĻžāĻšāĻžā§°āϤ āϚāϞāĻŋāĻŦ āωāĻšā§āϛ⧇āĻĻ āĻ…āĻ­āĻŋāϝāĻžāύ

একাংশ মিঞাৰ দখলত আদিংগিৰি পাহাৰ । গুৱাহাটীৰ আদিংগিৰি সূৰ্য পাহাৰত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান । গুৱাহাটীৰ মালিগাঁওৰ আদিংগিৰি সূৰ্য পাহাৰত মিঞাৰ দপদপনি । প্ৰায় ৩০০ ঘৰ মানুহে অবৈধভাৱে সাজিছে ঘৰ । পাহাৰৰ বুকুত শ শ গছ গছনি কাটি সেই ঠাই দখল কৰিছিল  বেদখলকাৰীয়ে । অবৈধ বসতি স্থাপনৰ উদ্দেশ্য ঘৰ- দুৱাৰ , দোকান পোহাৰ , মছজিদ আদি…

Read More