Braking

NASAāϤ āϜāĻŋāϞāĻŋāĻ•āĻŋāϞ āĻ…āϏāĻŽ āϏāĻ¨ā§āϤāĻžāύ

অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । এজন যুৱকৰ সাফল্যই গৌৰৱান্বিত কৰিছে সমগ্ৰ দেশবাসীক । সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা যুৱকজন আই অসমীৰ সুযোগ্য সন্তান তথা ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । দুটা নতুন গ্ৰহাণুৰ আৱিষ্কাৰক ৰঙিয়াৰ এইজন যুৱক যাৰ বাবে নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে আৰিয়ানে…

Read More

āφāϜāĻŋ āĻŽāĻšāĻžāώāĻˇā§āĻ ā§€

“যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ॥” আজি মহাষষ্ঠী। শৰতৰ বোকাচাত ধৰালৈ আকৌ আহিল মা দুৰ্গা I জুবিনবিহীন অসমত নাই দুৰ্গোৎসৱৰ উছাহ I সন্ধিয়া বেদীত প্ৰতিষ্ঠা হ’ব মা দুৰ্গাৰ প্ৰতিমা । I আজি ষষ্ঠী, বেলবৰণেৰে আৰম্ভ দুৰ্গাপূজা । বেলবৰণেৰে ষষ্ঠীৰ বেদীত আজি প্রতিষ্ঠা কৰা হ’ব মহিষমর্দিনীৰ মৃন্ময় প্রতিমা I সম্পূৰ্ণ বৈদিক…

Read More

āĻŦāĻŋā§ąā§°ā§āϤāύ⧰ āĻŽāĻžāĻœā§‡ā§°ā§‡ āĻ¸ā§āĻŦāĻžāϧ⧀āύāϤāĻžā§° āĻĒā§ā§°āϤ⧀āĻ• āĻ¤ā§ā§°āĻŋāĻŦā§°ā§āĻŖ āĻĒāϤāĻžāĻ•āĻž

বিৱৰ্তনৰ মাজেৰে স্বাধীনতাৰ প্ৰতীক ত্ৰিবৰ্ণ পতাকা I ভাৰতৰ আকাশত উৰা স্বাধীনতাৰ চিহ্ন I ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা প্ৰত্যেক বছৰৰ ২৬ জানুৱাৰী আৰু স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰে । “তিনি বৰণীয়া জাতীয় পতাকানীল আকাশত উৰে ,ওপৰে গেৰুৱা মাজত শুকুলাতলত শ্যামল আছে” এই পতাকাখন প্ৰতিজন ভাৰতীয়ৰ বাবে আৱেগ , স্বাধীনতাৰ প্ৰতীক । ভাৰতৰ…

Read More

āϞāĻžāϚāĻŋāϤ āĻŦā§°āĻĢ⧁āĻ•āύ āĻĒ⧁āϞāĻŋāϚ āĻāĻ•āĻžāĻĄā§‡āĻŽā§€āϤ āĻĻā§€āĻ•ā§āώāĻžāĻ¨ā§āϤ āϏāĻŽāĻžā§°ā§‹āĻš

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ I গোৱা আৰক্ষীৰ ৭০০ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ I গোৱাৰ মাননীয় মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে। গোৱা আৰক্ষীৰ নৱনিযুক্ত ৭০০ জন আৰক্ষী কনিষ্টবলে দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত সফলতাৰে নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয় I এই…

Read More

āĻ­āĻžā§°āϤ⧰ āĻĒā§ā§°āĻĨāĻŽ āĻŽāĻšāĻŋāϞāĻž āĻšā§‹ā§°āĻžāĻ‚āĻšā§‹ā§ąāĻž āύ⧀⧰āĻž āĻ†ā§°ā§āĻ¯ā§āϝāĻž

সময়ৰ সোঁতত পাহৰি যোৱা এগৰাকী বিপ্লৱী । নেতাজীক বচাবলৈ হত্যা কৰিছিল নিজ স্বামীক I ইতিহাসৰ পাতত বিশেষ স্থান দখল কৰা এই গৰাকী মহিলাৰ নাম নীৰা আৰ্য্যা । তেওঁ আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম মহিলা চোৰাংচোৱা তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সাহসিনী যোদ্ধা I উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ খেকৰা নগৰত  ১৯০২ চনৰ ৫ মাৰ্চত জন্মগ্রহণ কৰা নীৰা…

Read More

āĻĒ⧁āύ⧰ āĻā§ŸāĻžā§° āχāĻŖā§āĻĄāĻŋ⧟āĻž āĻŦāĻŋāĻŽāĻžāύāϤ āϝāĻžāĻ¨ā§āĻ¤ā§ā§°āĻŋāĻ• āĻŦāĻŋāϜ⧁āϤāĻŋ I

বিপদে লগ এৰা নাই এয়াৰ ইণ্ডিয়াক । আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াত ধাৰাবাহিক অঘটনৰ ঘটনা । পুনৰ এয়াৰ ইণ্ডিয়া বিমানত যান্ত্ৰিক বিজুতি I তিৰুৱন্তপুৰমৰ পৰা দিল্লী অভিমুখী বিমানখনত বিজুতি । বিমানখনত আছিল কেইবাজনো জেষ্ঠ্য ৰাজনৈতিক নেতা । বিমানখনত আছিল AICC ৰ সাধাৰণ সম্পাদক তথা সাংসদকে চি ভেনুগোপাল , UDF ৰ অদুৰ প্ৰকাশ , জ্যেষ্ঠ কংগ্ৰেছ নেতা…

Read More

‘āĻ—ā§€āύāĻŋāϜ āĻŦ⧁āĻ•’ āϤ āĻ¸ā§āĻĨāĻžāύ āϞāĻžāĻ­ āĻŽā§‹āĻĻ⧀⧰ ‘āĻĒā§°ā§€āĻ•ā§āώāĻž āĻĒ⧇ āϚāĻ°ā§āϚāĻž’

প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ । শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।  চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি…

Read More

ā§­ā§§āϏāĻ‚āĻ–ā§āϝāĻ• ā§°āĻžāĻˇā§āĻŸā§ā§°ā§€āϝāĻŧ āϚāϞāĻšā§āϚāĻŋāĻ¤ā§ā§° āĻŦāρāϟāĻžāϤ āωāϜāϞāĻŋ āωāĻ āĻŋāϛ⧇ āĻ…āϏāĻŽ

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম । ৭১ সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা প্ৰবাল খাউণ্ডৰ ছবি ‘পাই–টাং–ষ্টেপ অব হফ’ ছবিখনলৈ ৰজত কমল বঁটা I টাই ফাকে জনগোষ্ঠীৰ সম্পৰ্কত প্ৰৱাল খাউণ্ড পৰিচালিত ছবি Pai Tang , Step of Hope  ছবিখন I উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ‘স্বৰ্ণকমল বঁটা’। আদিত্যম…

Read More

āĻāĻžā§°āĻ–āĻŖā§āĻĄā§° āĻĻ⧇āĻ“āϘ⧰āϤ āϭ⧟āĻ‚āϕ⧰ āĻĻā§ā§°ā§āϘāϟāύāĻž

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই দেশজুৰি শোকৰ সৃষ্টি কৰিছে । বৈদ্যনাথ ধামলৈ যাত্ৰা কৰি থকা যাত্ৰীবাহী এখন বাছ আৰু এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মূখা-মুখি সংঘৰ্ষ সংঘটিত হয় I বৈদ্যনাথ ধামলৈ যোৱাৰ পথত জামুনিয়া জিলাৰ সমীপত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন । বাছ- ট্ৰাকৰ মুখা-মুখি সংঘৰ্ষত ৬ জন…

Read More

āχāϤāĻŋāĻšāĻžāϏ ā§°āϚāĻŋāϞ⧇ āĻ­āĻžā§°āĻ¤ā§€ā§Ÿ āĻĻāĻŦāĻž āϖ⧇āĻ˛ā§ā§ąā§ˆ āĻĻāĻŋāĻŦā§āϝāĻž āĻĻ⧇āĻļāĻŽā§āϖ⧇

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে I ২০২৫ চনৰ মহিলা দবা বিশ্বকাপৰ চেম্পিয়ন হ’ল দিব্যা দেশমুখ । FIDE মহিলা দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে আৰু দেশৰ প্ৰথম ভাৰতীয় চেম্পিয়ন ৰূপে পৰিগণিত হয় । চীনৰ পূৰ্বৰ বিশ্ব চেম্পিয়ন টান ঝাংজীক পৰাস্ত কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে প্ৰৱেশ কৰিছিল বিশ্ব দবা…

Read More

āĻ­āĻžā§°āϤ⧀āϝāĻŧ āϏ⧇āύāĻžā§° “āĻ…āĻĒāĻžā§°ā§‡āϚāύ āĻŽāĻšāĻžāĻĻā§‡ā§ą”

“অপাৰেচন সিন্দুৰ” ৰ পিছত এইবাৰ ভাৰতীয় সেনাৰ “অপাৰেচন মহাদেৱ” I পাকিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে আৰম্ভ অপাৰেচন মহাদেৱ I পেহেলগাম কাণ্ডৰ আন ৩ গৰাকী সন্ত্ৰাসবাদীক এনকাউণ্টাৰ ভাৰতীয় সেনাৰ I সোমবাৰে পুৱা ১১ বজাত চলিছিল এই অভিযান । সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰৰ বিতৰ্ক আৰম্ভ কৰাৰ সময়তে আজি জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ হাৰৱান অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা…

Read More

UPI āĻŦā§āĻ¯ā§ąāĻšāĻžā§° āĻ•āĻžā§°ā§€ā§° āĻŦāĻžāĻŦ⧇ āφāĻšāĻŋāϛ⧇ āύāϤ⧁āύ āϜāĻžāύāύ⧀

UPI ব্যৱহাৰ কাৰীৰ বাবে আহিছে নতুন জাননী । ১ আগষ্টৰ পৰা সলনি হব UPI ৰ নিয়ম । Phone Pe , Google Pe , Paytm ব্যৱহাৰ কৰা সকলৰ বাবে নতুন জাননী । NPCI অৰ্থাৎ National Payment Corporation of India ই জাৰি কৰা জাননী মতে নতুন এপ্লিকেচন প্ৰগ্ৰেমিং ইন্টাৰফেচ ব্যৱহাৰৰ নিয়মবোৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ এপ…

Read More

āωāĻ¤ā§āϤ⧰āĻžāĻ–āĻŖā§āĻĄā§° āĻŽāύāϏāĻž āĻĻā§‡ā§ąā§€ āĻŽāĻ¨ā§āĻĻāĻŋā§°āϤ āĻĒāĻĻāĻĒāĻŋāĻˇā§āϟ āĻšā§ˆ ā§Ŧ āϜāύ āĻ­āĻ•ā§āϤ⧰ āĻŽā§ƒāĻ¤ā§āϝ⧁

উত্তৰাখণ্ডৰ হৰিদ্বাৰত ভয়ংকৰ ঘটনা I মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন ভক্তৰ মৃত্যু I মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন ভক্তৰ মৃত্যু I দেওবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মানসা দেৱী মন্দিৰ পথত ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে । মানসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জনৰ মৃত্যু ঘটে । মানসা দেৱী মন্দিৰৰ পথত হঠাতে বিদ্যুৎ প্ৰবাহৰ উৰাবাতৰি…

Read More

NCERT ā§° āĻĒāĻžāĻ ā§āϝāĻ•ā§ā§°āĻŽāϤ āĻ…āĻ¨ā§āĻ¤ā§°ā§āϭ⧁āĻ•ā§āϤ āĻšāĻŦ ‘āĻ…āĻĒāĻžā§°ā§‡āϚāύ āϏāĻŋāĻ¨ā§āĻĻ⧁⧰’

NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ‘অপাৰেচন সিন্দুৰ’ I NCERT য়ে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ  । NCERTৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব “অপাৰেচন সিন্দূৰ” । দেশপ্ৰেম শিক্ষাৰ নতুন অধ্যায় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় সচেতনতা অনাৰ উদ্দেশ্য এই বিশেষ পদক্ষেপ গ্ৰহণ NCERT ৰ । ভাৰতীয় সেনাৰ আধুনিক ইতিহাসত বীৰত্বৰ প্রতীক হিচাপে পৰিগণিত এই সামৰিক অভিযান “Operation Sindoor” ক তৃতীয় শ্ৰেণীৰ পৰা…

Read More

āĻ­āĻžā§°āϤāϤ āϚāϞāĻŋāĻŦ āĻšāĻžāχāĻĄā§ā§°â€™āĻœā§‡āύ āϚāĻžāϞāĻŋāϤ ā§°ā§‡â€™āϞ

অত্যাধুনিক হব ভাৰতীয় ৰে’লসেৱা । ভাৰতে প্রথমবাৰৰ বাবে পৰীক্ষণ কৰিলে হাইড্ৰ’জেন চালিত ৰে’লৰ । চেন্নাইত সফলভাৱে পৰীক্ষণ সম্পন্ন হাইড্ৰ’জেন চালিত ৰে’লৰ I ভাৰতে নিৰ্মাণ কৰি আছে 1200HPৰ হাইড্ৰ’জেন চালিত ৰে’ল । ভাৰতৰ ৰে’লৱে মন্ত্ৰী অশ্চিনী বৈভৱে জানিব দিয়ে The Driving Power Car ৰ সফল পৰীক্ষণ সম্পন্ন হৈছে চেন্নাইৰ Integral Coach Factory (ICF) ত । ভাৰতে…

Read More

āĻ…āϏāĻŽā§° āĻ—ā§Œā§°ā§ą āĻļā§āĻŦāĻšā§€āĻĻ āϕ⧇āĻĒā§āϤ⧇āχāύ āϜāĻŋāĻ¨ā§āϟ⧁ āĻ—āĻ—ā§ˆ

‘অসমৰ কাৰ্গিল নায়ক’ জিন্টু গগৈৰ স্মৃতি সুঁৱৰি.. ১৯৯৯ চনৰ ২৬ জুলাই , দেশৰ ইতিহাসত সাহস, উৎসৰ্গা আৰু দেশপ্ৰেমৰ এক অবিস্মৰণীয় দিন । ভাৰতীয় স্থলসেনাই কাৰ্গিলৰ সুউচ্চ পাহাৰত হাড় কঁপোৱা শীতত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি ভাৰতীয় সেনাই পাকিস্তানক কাৰ্গিল যুদ্ধত পৰাভূত কৰি সীমান্তত বিজয় ধ্বজা উৰুৱাইছিল । সেই যুদ্ধতে অগণন সেনানীৰ বলিদানৰ লগতে প্ৰাণ হেৰুৱাইছিল…

Read More

⧍ā§Ģ āϟāĻž OTT āĻĒā§āϞ⧇āϟāĻĢā§°ā§āĻŽā§° āύāĻŋāώāĻŋāϧāĻžāĻœā§āĻžāĻž āφ⧰⧋āĻĒ āĻ­āĻžā§°āϤ āϚ⧰āĻ•āĻžā§°ā§°

২৫ টা OTT প্লেটফৰ্মৰ নিষিধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ I OTT প্লেটফৰ্মৰ নিষিধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ I নিষিদ্ধ UllU , ALTT , Big Shots app কে ধৰি ২৫ টা OTT প্লেটফৰ্ম I অশ্লীলতা বিয়পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ I অশ্লীল কন্টেন্টক লৈ কঠোৰ ভাৰত চৰকাৰ । খবৰ অনুসৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মুঠ ২৫ টা…

Read More

āĻ­āĻžā§°āϤ-āĻŦā§ā§°āĻŋāĻŸā§‡āχāύ⧰ āĻŽāĻžāϜāϤ āĻ¸ā§āĻŦāĻžāĻ•ā§āώ⧰āĻŋāϤ āϐāϤāĻŋāĻšāĻžāϏāĻŋāĻ• āϚ⧁āĻ•ā§āϤāĻŋ

ভাৰত-ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত ঐতিহাসিক চুক্তি । এই চুক্তিৰ ফলস্বৰূপে ভাৰতীয় বজাৰত ব্ৰিটেইনৰ পৰা আমদানি হোৱা বহু সামগ্ৰীৰ ওপৰত শুল্ক ব্যাপক হাৰত হ্ৰাস পাব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েল আৰু ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেনল্ডে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। ২৪ জুলাই বৃহস্পতিবাৰে তিনি বছৰীয়া আলোচনাৰ…

Read More

āĻ­āĻžā§°āϤ⧰ āωāĻĒ ā§°āĻžāĻˇā§āĻŸā§ā§°āĻĒāϤāĻŋ āϜāĻ—āĻĻā§€āĻĒ āϧāύāĻ–ā§œā§° āĻĒāĻĻāĻ¤ā§āϝāĻžāĻ—

স্বাস্থ্যজনিত কাৰণত উপ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি স্বাস্থ্যজনিত কাৰণত উপ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি স্বাস্থ্যজনিত কাৰণত পদৰ পৰা অব্যাহতি বিচাৰি ৰাষ্ট্ৰপতিক পদত্যাগ পত্ৰ প্ৰেৰণ উপৰাষ্ট্ৰ পতি পদৰ পৰা অব্যাহতি বিচাৰি কালি ৰাষ্ট্ৰপতিক প্ৰদান কৰিছিল পদত্যাগ পত্ৰ । আজি ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে পদত্যাগ পত্ৰ । সংবিধানৰ অনুচ্ছেদ 67(A)ৰ অধীনত পদত্যাগ ঘোষণা উপৰাষ্ট্ৰপতিৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগক লৈ প্রতিক্রিয়া…

Read More

āφāϜāĻŋ āĻĒā§ąāĻŋāĻ¤ā§ā§° āĻļāĻžāĻ“āĻŖ āĻŽāĻžāĻšā§° āĻĒā§ā§°āĻĨāĻŽāĻŸā§‹ āϏ⧋āĻŽāĻŦāĻžā§°

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ  । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰতভক্তৰ লানি নিছিগা শাৰী  । আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰত ভক্তৰ ভিৰ । সমগ্ৰ দেশৰ লগতে অসমতো ভক্তৰ লানি নিছিগা শাৰী  । সনাতন ধৰ্মত শাওণ মাহক আটাইতকৈ পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয় । মহাদেৱ শিৱৰ ভক্তিৰ…

Read More