Skip to content
স্বাস্থ্যজনিত কাৰণত উপ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি
স্বাস্থ্যজনিত কাৰণত উপ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি
স্বাস্থ্যজনিত কাৰণত পদৰ পৰা অব্যাহতি বিচাৰি ৰাষ্ট্ৰপতিক পদত্যাগ পত্ৰ প্ৰেৰণ উপৰাষ্ট্ৰ পতি পদৰ পৰা অব্যাহতি বিচাৰি কালি ৰাষ্ট্ৰপতিক প্ৰদান কৰিছিল পদত্যাগ পত্ৰ । আজি ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে পদত্যাগ পত্ৰ ।
সংবিধানৰ অনুচ্ছেদ 67(A)ৰ অধীনত পদত্যাগ ঘোষণা উপৰাষ্ট্ৰপতিৰ
উপ-ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগক লৈ প্রতিক্রিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ। জগদ্বিশ ধনখড়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল বুলি মন্তব্য প্ৰকাশ প্ৰধানমন্ত্ৰীৰ । জগদ্বিশ ধনখড়ৰ সু-স্বাস্থ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ২০২২ চনতে উপৰাষ্ট্ৰ পতিৰ কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল জগদ্বিশ ধনখড়ে । উল্লেখ্য যে ২০১৯ চনৰ পৰা ২০২২ চনলৈ পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে দায়িত্বত আছিল জগদীপ ধনখড় ।
Recent Views: 180
Like this:
Like Loading...
Related