Thanks for your submission,
অকণিৰ ধেমালি – 2026 ৰ বাবে আপোনাৰ পঞ্জীয়ন সফলভাৱে গ্ৰহণ কৰা হৈছে।
Your registration for Akonir Dhemali – 2026 has been successfully received.
আমাৰ টীমে আপোনাৰ পঞ্জীয়ন আৰু Payment-ৰ তথ্যসমূহ যাচাই কৰিব।
Our team will verify your registration and payment details.
পঞ্জীয়নৰ পিছত ৭ দিনৰ ভিতৰত Recording-ৰ তাৰিখ, সময় আৰু স্থান সম্পৰ্কে জনোৱা হ’ব।
Recording date, time and venue details will be communicated within 7 days of registration.
পূৰ্বৰ 2025 অনুষ্ঠানসমূহ চাওক।
Watch our previous editions.
▶ প্ৰথম খণ্ড / Part 1
https://www.youtube.com/watch?v=giZlPPaPLJE&t=1s
▶ দ্বিতীয় খণ্ড / Part 2
https://www.youtube.com/watch?v=ICFMVUnqFSY
▶ তৃতীয় খণ্ড / Part 3
https://www.youtube.com/watch?v=-hUie_V8OeA&t=12s
পূৰ্বৰ অনুষ্ঠানসমূহ সৰু পৰিসৰত আয়োজন কৰা হৈছিল যদিও Social Media-ত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।
Although our previous editions were organized on a smaller scale, they received tremendous response across social media platforms.
এইবাৰ অকণিৰ ধেমালি – 2026 অধিক বৃহৎ পৰিসৰ আৰু উন্নত মানদণ্ডৰে আয়োজন কৰা হৈছে।
This year, Akonir Dhemali – 2026 is being organized on a much larger scale with enhanced production quality.
আপোনাৰ শিশুৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে আমাক বিশ্বাস কৰাৰ বাবে ধন্যবাদ।
Thank you for giving your child the opportunity to showcase their talent.
সহায়ৰ বাবে / For Assistance: +91 95777 81416
News Desk Report (NDR Multimedia)