Braking

পৃথিৱীৰ আটাইতকৈ হিংসাত্মক জনজাতি | যাৰ ওচৰত যোৱাটো একেবাৰে নিষিদ্ধ

এই জনজাতিটো ভাৰতৰ আন্দামান আৰু নিকোবাৰআইলেণ্ডৰ ৫৭২ টা আইলেণ্ডৰ ভিতৰৰ এটা আইলেণ্ডত বাস কৰে। এই জনজাতিটোক চেন্তিনেলিছ জনজাতি বুলি কোৱা হয়।এই জনজাতিটো আন্দামানৰ উত্তৰ দিশৰ আইলেণ্ডত বসবাস কৰে। জানিব পৰা মতে এই জনজাতিটো আজিলৈ ইমানেই পিছ পৰি আছে যিয়ে আজিলৈ জুইৰ কথাও একেবাৰে নাজানে।এই জনজাতিটো কেঁচা মাছ, চৰাই, বনৰীয়া পশু আৰু নাৰিকল আৰু বৰষুণৰ পানী…

Read More

সদ্যজাত শিশুটোৰ সৈতে সময় কটাবলৈ নাপালে পিতৃয়ে…. কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই সকলো শেষ হৈ গ’ল….

শেহতীয়াকৈ লোকেন্দ্ৰ সিং এটি ল’ৰা সন্তানৰ পিতৃ হৈছিল । সদ্যজাত শিশুটোৰ সৈতে সময় কটাবলৈ নাপালে পিতৃয়ে…. কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই সকলো শেষ হৈ গ’ল…. শিশুটোৰ সৈতে সময় কটাবলৈ নাপালে পিতৃয়ে । আনহাতে ঋষি ৰাজৰ সিঙৰ ঘৰ ৰাজস্থানৰ পালিত । ঋষি ৰাজ সিং আছিল তেওঁৰ পৰিয়ালৰ ডাঙৰ পুত্ৰ । কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই সকলো শেষ হৈ গ’ল…. …

Read More

Instagram Reels ত ব্যস্ত থকাৰ বাবেই পিতৃয়ে হত্যা কৰিলে নিজ কন্যাক

কোন দিছে গতি কৰিছে আজিৰ সমাজখনে ? Instagram Reels ৰ আসক্তিয়েই মৃত্যু মাতিলে নেকি ৰাধিকাৰ ? Instagram Reels ৰ আসক্তি ইমানেই গুৰুতৰ অপৰাধ নেকি যাৰ বাবে পিতৃয়ে হত্যা কৰিবলৈ বাধ্য হল নিজ কন্যাক ? নিজকে স্বাৱলম্বী ৰূপত প্ৰতিষ্ঠিত হোৱাটোৱেই ভুল হল নেকি ৰাধিকাৰ? কালি হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং…

Read More

য়েমেনত মৃত্যুদণ্ডৰ শাস্তিৰ সন্মুখীন হ’বলৈ ওলাইছে এগৰাকী ভাৰতীয় নাৰ্চ।

কেৰালাৰ বাসিন্দা নিমিষা প্ৰিয়া নামৰ নাৰ্চগৰাকীক অহা ১৬ জুলাইত দিয়া হ’ব ফাঁচী। য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰা হৈছে। ২০০৮ চনত ঘৰৰ আৰ্থিক সমস্যাৰ বাবে নিমিষাই কাম কৰিবলৈ য়েমেনলৈ যায়।মধ্যপ্ৰাচ্যৰ দেশ য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াই তাত বহুকেইখন চিকিৎসালয়ত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ নিজাকৈ ক্লিনিক খোলে।ক্লিনিকখন খোলাৰ সময়ত নিমিষাই ২০১৪ চনত…

Read More

ইনষ্টাগ্ৰাম ৰীলৰ বাবেই….পিতৃয়ে ৫ টা গুলীৰে হত্যা কৰিলে নিজ কন্যাক !

হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত এজন লোকে তেওঁৰ ২৫ বছৰীয়া কন্যা ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে । ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে নিজ পিতৃয়ে । ৰাধিকা যাদৱ আছিল ৰাজ্যিক পৰ্য্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ । আই টি এফ ডাবলছত ১১৩ নম্বৰ স্থানত থকা ৰাধিকা আছিল ভাৰতীয় টেনিছৰ উদীয়মান…

Read More

ৰোগীৰ জীৱনক লৈ হেতালি !কোন এই সকল মুন্নাভাই MBBS ?

ৰোগীৰ জীৱনক লৈ হেতালি চলিছে । ৰাজ্যত বৃদ্ধি পাইছে ভূৱা চিকিৎসকৰ মইমতালি । ৰাজ্যত চিকিৎসা শাস্ত্ৰৰ তিল মানো জ্ঞান নথকা লোকে ৰোগীৰ জীৱনক লৈ খেলা কৰিছে । বিগত কেইমাহৰ ভিতৰত ৰাজ্যজুৰি ভূৱা চিকিৎসকে ভয়ংকৰ ৰূপ লৈছে । অসম চিকিৎসা পৰিষদৰ এন্টি কোৱাকেৰী এণ্ড ভিজিলেঞ্চ ইউনিটৰ সক্ৰিয় অভিযানত যোৱা ৬ মাহত ১০ গৰাকী ভূৱা চিকিৎসকক গ্ৰেপ্তাৰ…

Read More

ভাৰতলৈ প্ৰত্যাৰ্পণ পলাতক মণিকা কাপুৰক

সুদীৰ্ঘ বছৰৰ পিছত ভাৰতলৈ অনা হ’ল প্ৰৱঞ্চক মণিকাক । ১৪ বছৰ আমেৰিকাক কৰা অনুৰোধৰ পিছত আমেৰিকাই গতালে ভাৰতক । ১৯৯৮ত আমদানি-ৰপ্তানি কেলেংকাৰীত নাম সাঙোৰ খাইছিল। দুই ভাতৃৰ সৈতে ৰচিছিল কেলেংকাৰীৰ ৰচনা । “মনিকা অভাৰচিজ” নামৰ এটা প্ৰতিষ্ঠানৰ মালিক মনিকা কাপুৰে তেওঁৰ দুজন ভাতৃৰ সৈতে ১৯৯৮ চনত বেংকৰ বাবে ভুৱা শিপিং বিল, চালান আৰু ভুৱা ৰপ্তানিৰ…

Read More

বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰৰ পুনৰ সাফল্য

Ironman 70.3 ত বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰৰ পুনৰ সাফল্য । নিজৰ শক্তি আৰু অধ্যৱসায়ৰে নিজৰ নাম উজলাবলৈ সক্ষম হৈছে বলীউডৰ অভিনেত্ৰী সাইয়ামি খেৰ । ৬ জুলাই তাৰিখে ছুইডেনৰ ইয়োনক’পিং চহৰত অনুষ্ঠিত কঠিন Ironman 70.3 triathlon প্ৰতিযোগিতাত অংশ লৈ বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰে পুনৰ বাৰ নাম উজলাবলৈ সক্ষম হয় । ২০২৪ চনত জাৰ্মানীৰ বাৰ্লিনত তেওঁৰ প্ৰথমটো…

Read More

ভাৰতে নিৰ্মাণ কৰিবলৈ সাজু হৈছে আটাইতকৈ বিপদজ্জনক হাইপাৰছ’নিক মিছাইল !

DRDO ৰ এই বৃহৎ প্ৰজেক্টৰ নাম হৈছে “প্ৰজেক্ট বিষ্ণু” প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ভাৰতৰ ক্ষেপণাস্ত্ৰ শক্তিক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।DRDO য়ে জনোৱা অনুসৰি –এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ উন্নত হাইপাৰছ’নিক মিছাইল প্ৰযুক্তি। এই বিশেষ প্ৰকল্পৰ অধীনত DRDO ই একেলগে ১২টা ভিন্ন ধৰণৰ হাইপাৰছ’নিক মিছাইল নিৰ্মাণ কৰি আছে।নিৰ্মাণ হৈ থকা এই ক্ষেপণাস্ত্ৰসমূহৰ গতি…

Read More

ভাৰতীয় নাৰ্চ নিমিশা প্রিয়াক ১৬ জুলাইত য়েমেনত দিয়া হ’ব ফাঁচী

২০১৭ চনত তালাল আবদো মাহদী নামৰ এজন য়েমেনী নাগৰিকক হত্যাৰ অভিযোগত দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায় মৃত্যুদণ্ডৰ অনুমোদন দিছিল য়েমেনৰ ৰাষ্ট্ৰপতি ৰাশাদ আল আলিমীয়ে কিন্তু নিমিশা প্ৰিয়া কোন ? নিমিশা প্ৰিয়া এগৰাকী ভাৰতীয় নাগৰিক আৰু কেৰালাৰ নিবাসী এগৰাকী নাৰ্চ আছিল।তেওঁ ২০০৮ চনত তেওঁ তেওঁৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ বাবে য়েমেন দেশলৈ গৈছিলআৰু সেই দেশত কাম কৰাৰ…

Read More

গুজৰাটত ভয়াৱহ দুৰ্ঘটনা | ভাগি পৰিল মহীসাগৰ নদীৰ ওপৰত থকা দলং

এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ৩ জনকৈ লোকৰ সন্ধানহীন কেইবাগৰাকীও লোক ৪ খনতকৈও অধিক বাহন ডুব গ’ল নদীত

Read More

শান্তিৰ নোবেল বঁটাৰ বাবে নাম মনোনীত ড’নাল্ড ট্রাম্পৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক শান্তি নোবেল বঁটা দিবলৈ উঠি পৰি লাগিছে ইজৰাইল ।   কিছুদিন পূৰ্বে পাকিস্তানে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ প্ৰস্তাৱ দিছিল । এইবাৰ ইজৰাইলেও একে কাৰ্যকে অনুসৰণ কৰিলে । পাকিস্তানে কৈছিল যে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বাবে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়া উচিত । তেওঁলোকে সেই প্ৰস্তাৱ নোবেল কমিটীলৈও প্ৰেৰণ কৰে । সোমবাৰে হোৱাইট হাউছত নেটান্যাহুৰ…

Read More

আধুনিক যুগতো প্ৰাসংগিক হেম ৰেডিঅ’

শেহতীয়াকৈ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ হেম ৰেডিঅ’ ব্যৱহাৰ কৰি দেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । কিন্তু কি এই হেম ৰেডিঅ’ ? হেম ৰেডিঅ’ ক এমেচাৰ ৰেডিঅ’ নামেৰেও জনা যায় । এই এমেচাৰ ৰেডিঅ’ হৈছে যোগাযোগ স্থাপনৰ বাবে ৰেডিঅ’ তৰংগৰ ওপৰত নিৰ্ভৰশীল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰেডিঅ’ সেৱা । হেম ৰেডিঅ’ সেৱা বহুলাংশে শিক্ষা…

Read More

পুনৰ সংঘটিত ‘ডিজিটেল গ্ৰেপ্তাৰ’ ৰ ঘটনা কৰ্ণাটকত ৩.১৬ কোটি টকাৰ প্ৰতাৰণা

দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । শেহতীয়াকৈ এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কৰ্ণাটকত । চাইবাৰ ইকনমিক এণ্ড নাৰ্কটিকছ (CEN) ক্ৰাইম পুলিচত দাখিল কৰা অভিযোগ অনুসৰি অনলাইন জালিয়াতি আঁচনিৰ চিকাৰ হ’ল মেংগালুৰুৰ এগৰাকী গৃহিণী । যাৰ ফলত ৩.১৬ কোটি টকা হেৰুৱাই । ৫ জুনৰ পুৱা প্ৰায় ১০:২৫ বজাত ৰাষ্ট্ৰীয় চাইবাৰ ৰিপৰ্ট পৰ্টেল (এনচিআৰপি)ৰ পৰা পৰিদৰ্শক…

Read More