Braking

সাহিত্যাচাৰ্য, নলবাৰী ৰত্ন ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

মহীৰুহৰ মহাপ্ৰয়াণ বিশিষ্ট সাহিত্যিক, ‘নলবাৰী ৰত্ন’, সাহিত্যাচাৰ্য, ভাষা-সাহিত্যৰ গৱেষক, পণ্ডিত ড° বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰৰ মহাপ্ৰয়াণ । ড0 বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ১৯৪২ চনত নলবাৰীৰ বাউসীয়াপাৰা গাঁৱত জন্ম হৈছিল। সৰুৰে পৰা অত্যন্ত মেধাৱী আছিল বসন্ত কুমাৰ ভট্টাচাৰ্য । ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৯৬ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । ১৯৬৭…

Read More

পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য

ৰাইজক পুনৰ মাধমাৰ । ৰাইজক পুনৰ মাধমাৰ পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য । পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য । ৰাইজক পুনৰ মাধমাৰ । পূৰ্বৰ ৩ মাহৰ দামতকৈ অধিক বৃদ্ধি পালে ঔষধৰ দাম । ধাৰাবাহিক ভাৱে বৃদ্ধি পোৱা ঔষধৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ বাবে অতি দুঃখজনক আৰু শংকাজনক পৰিস্থিতি সৃষ্টি কৰিছে । বৃদ্ধি পালে ৰক্তচাপ, এন্টিবায়…

Read More

পুনৰ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী মহানগৰী

পুনৰ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী মহানগৰী । নিশা অহা এজাক বৰষুণতে বুৰিল গুৱাহাটীৰ পথ-উপপথ । পুনৰ গুৱাহাটীৰ বৃহত্তৰ অঞ্চল কৃত্রিম বানৰ কবলত । ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ , ৱায়াৰলেছ, হাতীগাঁৱৰ ৰাজপথ , শ্রীনগৰ,  ছাৰ্ভে, বেলতলাকে ধৰি কেইবাটাও অঞ্চল জলমগ্ন । কৃত্ৰিম বানৰ ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা । এজাক বৰষুণতেই বানৰ কৱলত পৰা…

Read More

বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী  

বাংলাদেশীৰ সোঁত হৈছে অসমত । বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী  । বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয়ৰ পৰা নিউ বঙাইগাঁওত অবৈধ অনু প্ৰৱেশ কৰিছিল । ধৃত ৮ জনক বৈধ নথি দেখুৱাব নোৱাৰাৰ বাবে আটক কৰা হৈছিল । সীমান্তত নাই নিৰাপত্তাৰক্ষী , অনায়াসে পাৰ কৰিছে সীমান্ত ।ৰাজ্যত অব্যাহত আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান । আজি বঙাইগাঁও…

Read More

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ  । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰতভক্তৰ লানি নিছিগা শাৰী  । আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰত ভক্তৰ ভিৰ । সমগ্ৰ দেশৰ লগতে অসমতো ভক্তৰ লানি নিছিগা শাৰী  । সনাতন ধৰ্মত শাওণ মাহক আটাইতকৈ পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয় । মহাদেৱ শিৱৰ ভক্তিৰ…

Read More

উৰিয়ামঘাটত চলিব চৰকাৰৰ উচ্ছেদ অভিযান

অসম নাগালেণ্ড সীমান্তবৰ্তী ৰেংমা বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন নামনি অসমৰ পিছত এইবাৰ উজনি অসমত চলিব চৰকাৰৰ উচ্ছেদ অভিযান । চৰকাৰ সাজু হৈছে উৰিয়ামঘাটত উচ্ছেদ চলাবলৈ । সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভিডিঅ’ ফুটেজ প্ৰদৰ্শনৰে প্ৰমাণ দিছিল বনাঞ্চল দখলৰ । অসম নাগালেণ্ড সীমান্তবৰ্তী ৰেংমা বনাঞ্চলত ২০/২৫ বছৰে বসতি স্থাপন কৰিছিল সন্দেহযুক্ত বেদখলকাৰীয়ে । বিঘাই…

Read More

উলুবাৰীৰ ভাৰাঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ সন্দেহ মহানগৰীত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু  । উলুবাৰীৰ ভাৰাঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ ।মৃত যুৱকজন জালুকবাৰীৰ বাবুল আলী বুলি জানিব পৰা গৈছে । পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ সন্দেহ । মৃত যুৱকজনৰ ডিঙিত আঘাতৰ চিন স্পষ্ট ।  মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰৰন কৰা হয় মৃতদেহ । বৃহস্পতিবাৰে অন্য মহিলাৰ সৈতে  নিশা কটাইছিল বাবুলে । বাবুলৰ…

Read More

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ ।  ১৬, ১৭ জুলাই অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে সফল পৰিসমাপ্তি ঘটে অনুষ্ঠানটোৰ । নটৰাজ কলা কেন্দ্ৰ আৰু ৰিভী আন্তৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ । শুৱালকুছি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা হৈছিল অনুষ্ঠানটোৰ । শ্ৰীলংকাৰ পৰা অহা নৃত্য দলে শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰে । শ্ৰীলংকাৰ লগতে…

Read More

শোৱাপাটীতে পটাগুটিৰে মৰিয়াই হত্যা পত্নীক

ডুমডুমাত নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । পটাগুটিৰে মৰিয়াই পত্নীক হত্যা স্বামীৰ । মৃত মহিলা গৰাকী মণিকা মৰাণ । হত্যাকাণ্ডৰ পাছতে পলায়ন কৰে হত্যাকাৰী কিশোৰ তাঁতী । হত্যাকাৰী কিশোৰ তাঁতী অসম বিদ্যুৎ বিতৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । কন্যাৰ ভাষ্য অনুসৰি অভিযুক্ত পিতৃয়ে প্ৰায়েই সন্দেহ কৰিছিল পত্নীক । সন্দেহবাদী পিতৃয়ে প্ৰায়েই…

Read More

আজি ভাৰতীয় জনতা পাৰ্টীত বৃহৎ যোগদান বহু সদস্যৰ

ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কাৰ্যালয়ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ ভালে কেইগৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ প্ৰাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱা, আপৰ নেতা মনোজ ধানোৱাৰ , অমল পাটোৱাৰী , অভিনেতা ৰাজকুমাৰ ওৰফে তৃদীৱ তালুকদাৰ…

Read More

ভতিজাকৰ ছুৰীৰ আঘাতত প্ৰাণ গ’ল খুৰাকৰ

মহানগৰীত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা । হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । ভতিজাকৰ ছুৰীৰ আঘাতত মৃত্যু অনিল ডেকাৰ । নিশা জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড । নিহত লোকজন হেঙেৰাবাৰীৰ লিচুবাগানৰ বাসিন্দা ।সত্য নাৰায়ণ পূজাৰ বাবে যাৱতীয় সামগ্ৰী বজাৰ কৰিবলৈ সন্ধিয়া সৰু পুত্ৰৰ সৈতে গণেশগুৰিলৈ আহিছিল অনিল দেৱ । বজাৰলৈ আহি…

Read More

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ স্বামীৰ এই কাণ্ড

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ…

Read More

যাত্ৰীসকলৰ বাবে সুখবৰ – ভাৰতীয় ৰে’ল সেৱাত গুৰুত্বপূৰ্ণ পদক্ষেপ

এতিয়াৰে পৰা অধিক সুৰক্ষিত আৰু নিৰাপদ হব ৰে’ল যাত্ৰা  । যাত্ৰীৰ সৰলতাৰ সুযোগ লৈ কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি বা অপৰাধজনিত কাৰ্য্য । ৰে’ল যাত্ৰা আধুনিকীকৰণ আৰু যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল সেৱাই । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । ভাৰতীয় ৰে’লৱেই এই বছৰৰ…

Read More

NCERT ৰ পাঠ্যক্ৰমত আহোম ৰাজত্বৰ ইতিহাস শিক্ষার্থীয়ে পঢ়িব আহোম স্বৰ্গদেউৰ বীৰগাথা

অসমৰ বাবে এক সুখবৰ । NCERTৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হব আহোম ইতিহাস । শিক্ষার্থীয়ে পঢ়িব ৬০০ বছৰীয়া  আহোম স্বৰ্গদেউৰ বীৰগাথা । অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হ’ব আহোম ৰাজত্ব কালৰ ইতিহাস । ইয়াকে লৈ উৎফুল্লিত অসমবাসী  । বিশেষকৈ মোগলক আহোম স্বৰ্গদেউসকলে কেনেকৈ পৰাস্ত কৰিছিল সেইয়া অন্তৰ্ভুক্তি হব । ইয়াৰ তিনি বছৰৰ পূৰ্বে কৰ্ণাটকৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিছিল আহোম বুৰঞ্জী…

Read More

সোণাপুৰৰ ক্লাৱ “NIRVANA” ত আৰক্ষীৰ অভিযান।

ক্লাৱ NIRVANA ত আৰক্ষীয়ে সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰি চলালে অভিযান। বৰ্তমান পৰ্য্যন্ত আৰক্ষীয়ে অভিযানৰ কাৰণ সদৰী কৰা নাই যদিও ক্লাৱটোত বৃহৎ জুৱাৰ আদ্দা চলিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বতে ক্লাৱ NIRVANA আইপিএল জুৱা সন্দৰ্ভত চলিছিল আৰক্ষীৰ অভিযান। আইজলৰ চাৰিজন লোকক এই ঘটনা সন্দৰ্ভত আটক কৰিছে আৰক্ষীয়ে ।আটক হোৱা চাৰিওজনৰ পৰা জুৱাত ব্যবহৃত বৃহৎ…

Read More

অসমত ২০২৬ৰ ৰণশিঙা বজাব নেকি ৰাহুল গান্ধীয়ে ?

অসমত কংগ্ৰেছৰ ভেটি মজবুত কৰিবলৈ আজি অসমলৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে আজি অৰ্থাৎ বুধবাৰে অসমত উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি সাংসদ ৰাহুল গান্ধী। পুৱা ১০ বজাত বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সমীপৰে হোটেল কিৰণ শ্ৰী গ্ৰেণ্ডত দুয়ো অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ সৈতে মিলিত হয়…

Read More

কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা

দাৰে ঘপিয়াই হত্যা এগৰাকী বৃদ্ধ মহিলাক । কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা । চোতালতে নৃশংস হত্যা এগৰাকী মহিলাক  । উপৰ্যুপৰি আক্ৰমণ কৰি দাৰে হত্যা বৃদ্ধ মহিলাগৰাকীক ।সোমবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ হত্যা কাণ্ড । লখিমাই দাসৰ চোতালত মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালে প্ৰাণ ললে বৃদ্ধ মহিলা উষা বিশ্বাসৰ । ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই সংঘটিত এই ভয়ংকৰ কাণ্ড…

Read More

ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি

ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি দিয়ে ৰাজ্যপালে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই অধিসূচনাযোগে নিযুক্তি দিয়ে উপাচার্যসকলক । ড০ হিতেশ ডেকাক নিযুক্তি নগাঁও বিশ্ববিদ্যালয়ত   । অধ্যাপক জ্যোতিপ্রসাদ শইকীয়াক নিযুক্তি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত । অধ্যাপক মহাদেৱ পাটগিৰিক নিযুক্তি শিৱসাগৰ বিশ্ববিদ্যালয়ত । অধ্যাপক মুকুল বৰাক নিযুক্তি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত । অধ্যাপক তাৰণী চন্দ্ৰ ডেকাক নিযুক্তি বঙাইগাঁও বিশ্ববিদ্যালয়ত…

Read More

হত্যা নে আত্মহত্যা ? পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যাৰ অভিযোগ…

জুৰীয়াত দগাঁও জহাজানত চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যাৰ অভিযোগ।ভুক্তভোগীৰ অভিযোগ মতে জহাজানৰ আনছাৰুল লগত নগাঁৱৰ ইটাচালিৰ পিতৃ হিন যুৱতী ৰৌসনাৰাৰ সমাজিক ভাৱে বিয়া হৈছিল। বিয়াৰ আগৰ পৰাই স্বামী আনছাৰুলে স্থানীয় এক যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছি।আনছাৰুলৰ বিবাহিত পত্নী যেতিয়াই এই প্ৰেমৰ সম্পৰ্ক গম পাইছিল, তাৰ পৰাই আৰম্ভ হয় বিবাহিত পত্নী ওপৰত শাৰীৰিক অত্যাচাৰ।…

Read More

বিজেপিলৈ ঢাপলি বিৰোধী সদস্যৰ একেদিনাই বিজেপিত যোগদান ২০০০ সদস্যৰ

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে বিজেপি দলৰ জনপ্ৰিয়তা । একেদিনাই বিজেপিত যোগদান ২০০০ ত কৈও অধিক সদস্যৰ । বিজেপিলৈ ঢাপলি বিৰোধী দলৰ সদস্যৰ । আজি এক সমূহীয়া যোগদান সভাত ২০০০ ত কৈও অধিক সদস্যই নিজ দল ত্যাগ কৰি যোগদান কৰে বিজেপি দলত । পশ্চিম কাৰ্বি আংলঙৰ ৭ নং কপিলী পৰিষদ সমষ্টিৰ লাংচিটিং গাঁৱত  আয়োজিত কৰা হয় এক বিশাল…

Read More