Braking

NCERT ৰ পাঠ্যক্ৰমত আহোম ৰাজত্বৰ ইতিহাস শিক্ষার্থীয়ে পঢ়িব আহোম স্বৰ্গদেউৰ বীৰগাথা

অসমৰ বাবে এক সুখবৰ । NCERTৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হব আহোম ইতিহাস । শিক্ষার্থীয়ে পঢ়িব ৬০০ বছৰীয়া  আহোম স্বৰ্গদেউৰ বীৰগাথা । অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হ’ব আহোম ৰাজত্ব কালৰ ইতিহাস । ইয়াকে লৈ উৎফুল্লিত অসমবাসী  ।

বিশেষকৈ মোগলক আহোম স্বৰ্গদেউসকলে কেনেকৈ পৰাস্ত কৰিছিল সেইয়া অন্তৰ্ভুক্তি হব ।


ইয়াৰ তিনি বছৰৰ পূৰ্বে কৰ্ণাটকৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিছিল আহোম বুৰঞ্জী । আগন্তুক দিনত শিক্ষাৰ্থীয়ে পঢ়িব আহোম সেনাৰ বীৰত্বৰ ইতিহাস ।

Leave a Reply