Braking

NASAত জিলিকিল অসম সন্তান

অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । এজন যুৱকৰ সাফল্যই গৌৰৱান্বিত কৰিছে সমগ্ৰ দেশবাসীক । সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা যুৱকজন আই অসমীৰ সুযোগ্য সন্তান তথা ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । দুটা নতুন গ্ৰহাণুৰ আৱিষ্কাৰক ৰঙিয়াৰ এইজন যুৱক যাৰ বাবে নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে আৰিয়ানে…

Read More

বিশ্বৰ প্ৰথম AI মন্ত্ৰী নিযুক্তি

বিশ্বৰ প্ৰথম AI মন্ত্ৰী নিযুক্তি I দুৰ্নীতিৰ বিৰুদ্ধে আলবেনিয়াৰ নতুন প্ৰয়াস I তথ্য-প্ৰযুক্তিৰ জগতত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ইউৰোপৰ দেশ আলবেনিয়াই । দেশখনৰ প্ৰধানমন্ত্ৰী এডি ৰামাই বৃহস্পতিবাৰে নতুন কেবিনেটত নিযুক্তি দিয়ে সম্পূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্বাৰা নিৰ্মিত এজন মন্ত্ৰী । এই AI মন্ত্ৰীজনৰ নাম হৈছে ডিয়েলা (Diella) ৰ শব্দগত অৰ্থ হৈছে সূৰ্য্য । দুৰ্নীতিৰ…

Read More

তেজৰ বিনিময়ত সামাজিক মাধ্যম

পুনৰ অগ্নিগৰ্ভা নেপাল । তেজৰ বিনিময়ত সামাজিক মাধ্যম I পুনৰ অগ্নিগৰ্ভা নেপাল । এইবাৰ গোষ্ঠীগত সংঘৰ্ষত নেপাল জ্বলা নাই , নেপাল জ্বলিছে সামাজিক মাধ্যমৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা নিষেধাজ্ঞাৰ বাবে হে । ছ’চিয়েল মিডিয়াৰ নিষিদ্ধকৰণক লৈ প্ৰতিবাদত উত্তাল নেপালৰ কাঠমাণ্ডু চহৰ । নেপাল চৰকাৰে নিষিদ্ধ কৰিছিল ২৬ টাকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্ম । নিষিদ্ধ কৰা প্লেটফৰ্মসমূহৰ…

Read More

আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ

আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ । আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ । আজি বছৰৰ অন্তিমটো পূর্ণগ্রাস চন্দ্র গ্রহণ । ৯ বাজি ৫৮ মিনিটৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ । সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময় ১ ঘণ্টা ২২ মিনিট । চন্দ্ৰটো পূৰ্ণগ্ৰাসৰ কৱলত পৰিব ১১ বাজি ৪২ মিনিটত । প্রায় ৩ ঘণ্টা ২৮ মিনিটৰ বাবে ঘটিব পৰিঘটনা । গ্ৰহণৰ সময়ত ৰঙচুৱা…

Read More

The Vulture and The Little Girl

“The Vulture and The Little Girl ” , নব্বৈৰ দশকত তোলা এখন বিশেষ ফটো I The Vulture and The Little Girl , যাক The Struggling Girl  বুলিও কোৱা হয় I কেভিন কাৰ্টাৰৰ এখন ফটো যিখনে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল । ১৯৯৩ চনৰ ২৬ মাৰ্চত প্ৰথমবাৰৰ বাবে দ্য নিউয়ৰ্ক টাইমছত  প্ৰকাশ পাইছিল এই বিশেষ ফটোখন । প্ৰতিচ্ছবিখনে চুডানৰ বিধ্বংসী…

Read More

ইজৰাইলৰ আক্ৰমণত নিহত ৫ সাংবাদিক

গাজাত ভয়ংকৰ পৰিস্থিতি I গাজা ইজৰাইলৰ যুদ্ধই প্ৰাণ ললে ৫ জন সাংবাদিকৰ । ইজৰাইলৰ আক্ৰমণত নিহত আন্ত:ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ ৫ গৰাকীকৈ সাংবাদিক । গাজাৰ আল-শ্বিফা হাস্পতালৰ সন্মুখত আছিল সাংবাদিকৰ শিবিৰ । লাইভ সম্প্ৰচাৰৰ মাজতেই সাংবাদিকৰ বিস্ফোৰণ । ইজৰাইলৰ আক্ৰমণত নিহত আল জাজিৰাৰ সংবাদদাতা আনাছ আল শ্বৰীফ, মহম্মদ ক্রেইকেহ,কেমেৰামেন ইব্রাহিম জাহেৰ, মোৱামেন আলিৱা আৰু…

Read More

‘গীনিজ বুক’ ত স্থান লাভ মোদীৰ ‘পৰীক্ষা পে চর্চা’

প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ । শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।  চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি…

Read More

য়েমেন উপকূলৱৰ্তী সমুদ্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা

এক ভয়ংকৰ নাও দুৰ্ঘটনা । সমগ্ৰ বিশ্ব কঁপাই গৈছে যোৱা এই নাও দুৰ্ঘটনা । য়েমেন উপকূলৱৰ্তী সমুদ্ৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । সমুদ্ৰত ডুব যায় ইথিউপিয়াৰ যাত্রীবাহী নাও । ইথিউপিয়াৰ প্ৰব্ৰজনকাৰীৰে পৰিপূৰ্ণ আছিল নাওখন । ইথিউপিয়াৰ পৰা য়েমেন অভিমুখী যাত্ৰীবাহী নাওখন য়েমেন পোৱাৰ পূৰ্বে আৰব সাগৰত ডুব যায় । এই দুৰ্ঘটনাত মৃত্যু হয় ৬৮…

Read More

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে I ২০২৫ চনৰ মহিলা দবা বিশ্বকাপৰ চেম্পিয়ন হ’ল দিব্যা দেশমুখ । FIDE মহিলা দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে আৰু দেশৰ প্ৰথম ভাৰতীয় চেম্পিয়ন ৰূপে পৰিগণিত হয় । চীনৰ পূৰ্বৰ বিশ্ব চেম্পিয়ন টান ঝাংজীক পৰাস্ত কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে প্ৰৱেশ কৰিছিল বিশ্ব দবা…

Read More

এক ঐতিহাসিক যুদ্ধ | কাৰ্গিল যুদ্ধ !

কাৰ্গিল যুদ্ধৰ কথা আমি সকলোৱে জানো । ১৯৯৯ চনৰ মে’ মাহৰ পৰা পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ হোৱা কাৰ্গিল যুদ্ধ জুলাই মাহত অন্ত পৰিছিল।১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটোতে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত বিজয়ী হৈছিল ভাৰত। এই যুদ্ধত ভাৰতীয় সেনাই অদম্য সাহস, কৌশল আৰু অতি আধুনিক অস্ত্ৰ-শস্ত্ৰৰ বলত শত্ৰুক পিছুৱাই যাবলৈ বাধ্য কৰাইছিল। কাৰ্গিল যুদ্ধত আমাৰ জোৱানসকলে বিভিন্ন…

Read More

ভাৰত-ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত ঐতিহাসিক চুক্তি

ভাৰত-ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত ঐতিহাসিক চুক্তি । এই চুক্তিৰ ফলস্বৰূপে ভাৰতীয় বজাৰত ব্ৰিটেইনৰ পৰা আমদানি হোৱা বহু সামগ্ৰীৰ ওপৰত শুল্ক ব্যাপক হাৰত হ্ৰাস পাব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েল আৰু ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেনল্ডে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। ২৪ জুলাই বৃহস্পতিবাৰে তিনি বছৰীয়া আলোচনাৰ…

Read More

পুনৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বিমান! বিমানৰ আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা !

ৰাছিয়াৰ আমুৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে আংগাৰা এয়াৰলাইন্সৰ এখন বিমানবিমানখনত আছিল ৪৯ গৰাকী যাত্ৰী।কেইঘণ্টামান আগতে ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছিল এই বিমানখন।বিমান দুৰ্ঘটনাত ৪৯ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ইতিমধ্যে ৰাছিয়াৰ সেনাই বিচাৰি পাইছে বিমানখনৰ ধ্বংসাৱশেষ।ইয়াৰ পিছতে উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে। সংবাদ সংস্থা TASS ৰ মতে, AN-24 ক’ডেৰে পৰিচালিত এই বিমানখনত ৫টা শিশুকে…

Read More

বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী  

বাংলাদেশীৰ সোঁত হৈছে অসমত । বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী  । বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয়ৰ পৰা নিউ বঙাইগাঁওত অবৈধ অনু প্ৰৱেশ কৰিছিল । ধৃত ৮ জনক বৈধ নথি দেখুৱাব নোৱাৰাৰ বাবে আটক কৰা হৈছিল । সীমান্তত নাই নিৰাপত্তাৰক্ষী , অনায়াসে পাৰ কৰিছে সীমান্ত ।ৰাজ্যত অব্যাহত আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান । আজি বঙাইগাঁও…

Read More

স্বদেশী প্রযুক্তিৰ জয়….ভাৰতীয় নৌসেনাৰ গৌৰৱ INS Nistar

ভাৰতীয় নৌসেনাৰ গৌৰৱ INS Nistar প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়িছে আত্মনিৰ্ভৰশীলতাৰ দিশে । ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক শক্তি আৰু প্ৰযুক্তিগত সক্ষমতাৰ ক্ষেত্ৰত এটা নতুন সংযোজন INS Nistar । ভাৰতীয় নৌসেনাই লাভ কৰিলে দেশীয় ভাৱে নিৰ্মাণ কৰা এখন শক্তিশালী জাহাজ “INS Nistar” ।  এই জাহাজ খন নিৰ্মাণ কৰিছে হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে । ২০২৫ চনৰ ১৮ জুলাই শুকুৰবাৰে বিশাখাপট্টনমৰ…

Read More

বাংলাদেশৰ ঢাকাত ভয়ংকৰ এয়াৰক্ৰাফ্ট দুৰ্ঘটনা

By Nabajit Deka বাংলাদেশৰ ঢাকাত ভয়ংকৰ এয়াৰক্ৰাফ্ট দুৰ্ঘটনা কলেজৰ ওপৰত পৰিল বাংলাদেশ Airforce ৰ ট্ৰেইনাৰ প্লেন F-7 এয়াৰক্ৰাফ্ট এখন দুৰ্ঘটনাত পতিত হয় ৷ দিনৰ এক বাজি ছয় মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ১ বাজি ৬ মিনিটত টেক অফ কৰিছিল এই ট্ৰেইনাৰ প্লেনখনে ৷ জানিব পৰা মতে টেক অফৰ ১৭ মিনিট পিছতেই এই দুৰ্ঘটনা সংঘটিত…

Read More

ছৌদি আৰৱৰ “Sleeping Prince” ৰ চিৰবিদায়

নিয়তিৰ ওচৰত হাৰ মানিলে ‘Sleeping Prince’ ছৌদি আৰৱৰ ‘Sleeping Prince’ নামেৰে জনাজাত আছিল আলৱালিদ বিন খালেদ বিন তালাল । ২০ বছৰ ধৰি ক’মাত আছিল আলৱালিদ বিন খালেদ বিন তালাল । ৩৬ বছৰ বয়সত মৃত্যু হয় চৌদি আৰৱৰ ‘Sleeping Prince’ ৰ মৃত্যু ! ২০০৫ চনত লণ্ডনৰ গাড়ী দুৰ্ঘটনাত পতিত হয় ১৯৯০ চনৰ ১৮ এপ্ৰিলত ৰাজকুমাৰ আলৱালিদ…

Read More

ব্ৰহ্মপুত্ৰত চীনৰ জলবিদ্যুৎ বান্ধ

তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ কাৰ্য্য আৰম্ভ চীনৰ চীনে আৰম্ভ কৰিছে তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ ।তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছে চীনে । তিব্বতত ব্ৰহ্মপুত্ৰ নদীত চীনে আৰম্ভ কৰিছে জলবিদ্যুৎ প্ৰকল্পৰ কাম । এই অংশক তিব্বতত ইয়াৰলুং ছাংপো আৰু ভাৰতত ব্ৰহ্মপুত্ৰ বুলি জনা যায় । তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা…

Read More

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ ।  ১৬, ১৭ জুলাই অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে সফল পৰিসমাপ্তি ঘটে অনুষ্ঠানটোৰ । নটৰাজ কলা কেন্দ্ৰ আৰু ৰিভী আন্তৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ । শুৱালকুছি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা হৈছিল অনুষ্ঠানটোৰ । শ্ৰীলংকাৰ পৰা অহা নৃত্য দলে শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰে । শ্ৰীলংকাৰ লগতে…

Read More

আফ্ৰিকাৰ এটা বিশেষ জনজাতি – যাক কোৱা হয় “বান্না ট্ৰাইব বুলি”

বান্না গোট (Banna Tribe) আফ্ৰিকাৰ ইথিঅ’পিয়াৰ দক্ষিণ অংশত বসবাস কৰা এটা জনজাতি এই জনজাতিৰ মূল বাসস্থান “ওমো ভেলি” অঞ্চলত, যি ইথিঅ’পিয়াৰ এক জনজাতি-প্ৰধান অঞ্চল।বান্না জনগোষ্ঠী ইথিঅ’পিয়াৰ দক্ষিণে ওমো নদীৰ কাষত থকাৰ বাবে ইয়াক ওমো ভেলিৰ জনজাতি বোলা হয়।এই জনজাতি আফ্ৰ’-এছিয়াটিক ভাষা পৰিয়ালৰ ওমোটিক শাখাৰ বান্না ভাষা ব্যৱহাৰ কৰে। বান্না জনজাতিৰ মুখ্য জীৱিকা হৈছে পশুপালন আৰু…

Read More

য়েমেনত ৰক্ষা পৰিবনে ভাৰতৰ নিমিষা প্ৰিয়াৰ প্ৰাণ?

য়েমেনত কাৰাবন্দী হৈ থকা কেৰালাৰ নাৰ্চ নিমিষা প্ৰিয়াক ১৬ জুলাইত ফাঁচী দিয়াৰ কথা আছিল। কিন্তু কেৰালাৰ গ্ৰেণ্ড মুফতি শ্বেখ কান্তপুৰম এ পি আবুবক্কৰ মুছলিয়াৰৰ হস্তক্ষেপৰ বাবে এই শাস্তি পিছুৱাই দিয়া হৈছে। ইছলামিক আইন অনুসৰি হত্যাকাৰীক ক্ষমা কৰাৰ অধিকাৰ ভুক্তভোগীৰ পৰিয়ালৰ অধিকাৰ আছে বুলি কয় মুফতিয়ে। আবুবক্কৰে কোৱা অনুসৰি ইছলামত এনে এক আইন আছে য’ত ভুক্তভোগীৰ…

Read More