By Nabajit Deka
বাংলাদেশৰ ঢাকাত ভয়ংকৰ এয়াৰক্ৰাফ্ট দুৰ্ঘটনা
কলেজৰ ওপৰত পৰিল বাংলাদেশ Airforce ৰ ট্ৰেইনাৰ প্লেন
F-7 এয়াৰক্ৰাফ্ট এখন দুৰ্ঘটনাত পতিত হয় ৷ দিনৰ এক বাজি ছয় মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ১ বাজি ৬ মিনিটত টেক অফ কৰিছিল এই ট্ৰেইনাৰ প্লেনখনে ৷ জানিব পৰা মতে টেক অফৰ ১৭ মিনিট পিছতেই এই দুৰ্ঘটনা সংঘটিত হয় ৷ আৰু এখন কলেজৰ কম্পাউণ্ডৰ এটা অট্টালিকাত খুন্দা মাৰে ৷খুন্দা মৰাৰ পিছতেই দপদপকৈ জ্বলি উঠে ট্ৰেনৰ এয়াৰ ক্ৰাফ্ট ৷সেই সময়ত অট্টালিকাটোত ৫০ ৰ ৬০ জন ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত আছিল
তথ্য অনুসৰি চীনত নিৰ্মিত আছিল এই F-7 fighter jet খন ৷
কি যান্ত্ৰিক বিজুটিৰ বাবে এয়াৰক্ৰাফ্টখন নিমিষতে ছাই হৈ গ’ল সেইয়া এতিয়াও নিশ্চিত হোৱা নাই ৷উদ্ধাৰ অভিযান অব্যাহত আছে ৷ স্কুল আৰু কলেজৰ কেম্পাছত যিহেতু এই দুৰ্ঘটনা সংঘটিত হৈছে বহুকেইজনৰ প্ৰাণ হানিৰ আশংকা কৰা হৈছে ৷