Braking

২৫ টা OTT প্লেটফৰ্মৰ নিষিধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ

২৫ টা OTT প্লেটফৰ্মৰ নিষিধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ I OTT প্লেটফৰ্মৰ নিষিধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ I নিষিদ্ধ UllU , ALTT , Big Shots app কে ধৰি ২৫ টা OTT প্লেটফৰ্ম I অশ্লীলতা বিয়পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ I অশ্লীল কন্টেন্টক লৈ কঠোৰ ভাৰত চৰকাৰ । খবৰ অনুসৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মুঠ ২৫ টা…

Read More

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক অভিলেখ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক অভিলেখ I ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী মোদীৰ ইন্দিৰা গান্ধীক অতিক্ৰম কৰি দীৰ্ঘকালীন কাৰ্যকালত থকা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হ’ল মোদী I প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক অভিলেখ। ইন্দিৰা গান্ধীক অতিক্ৰম কৰি দীৰ্ঘকালীন কাৰ্যকালত থকা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হ’ল মোদী। প্ৰধানমন্ত্ৰীৰ আসনখনত অধিষ্ঠিত হৈ থকা মোদীৰ আজি…

Read More

বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী  

বাংলাদেশীৰ সোঁত হৈছে অসমত । বঙাইগাঁও ষ্টেচনত গ্ৰেপ্তাৰ ৮ জন অবৈধ বাংলাদেশী  । বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয়ৰ পৰা নিউ বঙাইগাঁওত অবৈধ অনু প্ৰৱেশ কৰিছিল । ধৃত ৮ জনক বৈধ নথি দেখুৱাব নোৱাৰাৰ বাবে আটক কৰা হৈছিল । সীমান্তত নাই নিৰাপত্তাৰক্ষী , অনায়াসে পাৰ কৰিছে সীমান্ত ।ৰাজ্যত অব্যাহত আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান । আজি বঙাইগাঁও…

Read More

ভাৰতৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ

স্বাস্থ্যজনিত কাৰণত উপ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি স্বাস্থ্যজনিত কাৰণত উপ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি স্বাস্থ্যজনিত কাৰণত পদৰ পৰা অব্যাহতি বিচাৰি ৰাষ্ট্ৰপতিক পদত্যাগ পত্ৰ প্ৰেৰণ উপৰাষ্ট্ৰ পতি পদৰ পৰা অব্যাহতি বিচাৰি কালি ৰাষ্ট্ৰপতিক প্ৰদান কৰিছিল পদত্যাগ পত্ৰ । আজি ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে পদত্যাগ পত্ৰ । সংবিধানৰ অনুচ্ছেদ 67(A)ৰ অধীনত পদত্যাগ ঘোষণা উপৰাষ্ট্ৰপতিৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগক লৈ প্রতিক্রিয়া…

Read More

স্বদেশী প্রযুক্তিৰ জয়….ভাৰতীয় নৌসেনাৰ গৌৰৱ INS Nistar

ভাৰতীয় নৌসেনাৰ গৌৰৱ INS Nistar প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়িছে আত্মনিৰ্ভৰশীলতাৰ দিশে । ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক শক্তি আৰু প্ৰযুক্তিগত সক্ষমতাৰ ক্ষেত্ৰত এটা নতুন সংযোজন INS Nistar । ভাৰতীয় নৌসেনাই লাভ কৰিলে দেশীয় ভাৱে নিৰ্মাণ কৰা এখন শক্তিশালী জাহাজ “INS Nistar” ।  এই জাহাজ খন নিৰ্মাণ কৰিছে হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে । ২০২৫ চনৰ ১৮ জুলাই শুকুৰবাৰে বিশাখাপট্টনমৰ…

Read More

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ  । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰতভক্তৰ লানি নিছিগা শাৰী  । আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰত ভক্তৰ ভিৰ । সমগ্ৰ দেশৰ লগতে অসমতো ভক্তৰ লানি নিছিগা শাৰী  । সনাতন ধৰ্মত শাওণ মাহক আটাইতকৈ পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয় । মহাদেৱ শিৱৰ ভক্তিৰ…

Read More

কাশ্মীৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা

আঘাতপ্ৰাপ্ত প্ৰায় ৫ গৰাকী তীৰ্থ যাত্ৰী পুনৰ কালৰূপ প্ৰকৃতিৰ । ধাৰাষাৰ বৰষুণৰ মাজতেই জম্মু-কাশ্মীৰত সংঘটিত হৈছে ভূমিস্খলনৰ ভয়ংকৰ ঘটনা । ভূমিস্খলনৰ পিছতেই আঘাতপ্ৰাপ্ত প্ৰায় ৫ জন তীৰ্থ যাত্ৰী । সোমবাৰে ৰিয়াসী জিলাত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । কটৰা এলেকাৰ বৈষ্ণ দেৱী মন্দিৰলৈ যোৱা পুৰণি পথত ভূমিস্খলনৰ বাবে মুঠ ১০ জন লোক আঘাত প্ৰাপ্ত হয় ইয়াৰে…

Read More

ব্ৰহ্মপুত্ৰত চীনৰ জলবিদ্যুৎ বান্ধ

তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ কাৰ্য্য আৰম্ভ চীনৰ চীনে আৰম্ভ কৰিছে তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ ।তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছে চীনে । তিব্বতত ব্ৰহ্মপুত্ৰ নদীত চীনে আৰম্ভ কৰিছে জলবিদ্যুৎ প্ৰকল্পৰ কাম । এই অংশক তিব্বতত ইয়াৰলুং ছাংপো আৰু ভাৰতত ব্ৰহ্মপুত্ৰ বুলি জনা যায় । তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা…

Read More

গুজৰাটত আৰম্ভ হৈছে ভাৰতৰ প্ৰথম Tribal Genome Sequencing Project

গুজৰাট ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক বৃহৎ সংযোজন । ৰাজ্যখনৰ জনজাতীয় লোকক বিজ্ঞানসন্মত ভাৱে সুস্বাস্থ্য প্ৰদান কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । যাৰ লক্ষ্য হৈছে বংশগত ৰোগসমূহৰ বিৰুদ্ধে নিখুঁত চিকিৎসা পদ্ধতিৰে প্ৰতিহত কৰা । এই পদক্ষেপ ২০২৫–২৬ চনৰ ৰাজ্যিক বাজেটৰ অংশ । ৰাজ্যিক জনজাতি উন্নয়ন মন্ত্ৰী কুবেৰ ডিণ্ডোৰৰ অধ্যক্ষতাত এক উচ্চ পৰ্যায়ৰ পৰামৰ্শত ঘোষণা কৰে…

Read More

চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা

স্বাধীনতা সংগ্ৰামী মঙ্গল পাণ্ডে ব্ৰিটিছে ভাৰতবৰ্ষ দখল কৰাৰ পৰৱৰ্তী সময়ত ভাৰতৰ অধিকাংশ ব্যক্তিয়ে ভাৰতবৰ্ষক ব্ৰিটিছৰ দখলৰ পৰা মুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিল। ইংৰাজ কবলৰ পৰা ভাৰতক মুকলি কৰিবলৈ প্ৰথমখন স্বাধীনতা সংগ্ৰামৰ সূচনা হৈছিল ১৮৫৭ চনত। চিপাহী বিদ্ৰোহেই আছিল ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ । এই বিদ্ৰোহ নিৰ্মমভাৱে দমন কৰা হৈছিল । এই স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতৰ…

Read More

আকাশ মিছাইলৰ উন্নত সংস্কৰণ “আকাশ প্ৰাইম”

আকাশ মিছাইলৰ উন্নত সংস্কৰণ “আকাশ প্ৰাইম” ২০২৫ চনৰ পহলগাম আক্ৰমণক কেন্দ্ৰ কৰি ভাৰত পাকিস্তানৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ । পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ সময়ত ভাৰতে শক্তিশালী S-400 কে ধৰি নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰে শ শ ড্ৰ’ন আৰু মাৰাত্মক ক্ষেপণাস্ত্র নিষ্ক্রিয় কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল । উচ্চ প্ৰযুক্তিৰ প্ৰতিৰক্ষা সঁজুলি আৰু ক্ষেপণাস্ত্ৰ ব্যৱস্থা নিৰ্মাণৰ ক্ষেত্ৰত…

Read More

পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক

পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক । একেলগে ৰাজধানীৰ ২০ খন বিদ্যালয় বোমা দি উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে । খালী কৰোৱা হয় একাধিক বিদ্যালয় । কেৱল এই সপ্তাহতে ৰাজধানীৰ ৩০খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছে । স্বাভাৱিকতে ৰাজধানী চহৰৰ বিদ্যালয়সমূহৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শুকুৰবাৰে পুৱা ২০খন বিদ্যালয়ত এখন এখনকৈ বোমা বিস্ফোৰণৰ ভাবুকি…

Read More

যাত্ৰীসকলৰ বাবে সুখবৰ – ভাৰতীয় ৰে’ল সেৱাত গুৰুত্বপূৰ্ণ পদক্ষেপ

এতিয়াৰে পৰা অধিক সুৰক্ষিত আৰু নিৰাপদ হব ৰে’ল যাত্ৰা  । যাত্ৰীৰ সৰলতাৰ সুযোগ লৈ কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি বা অপৰাধজনিত কাৰ্য্য । ৰে’ল যাত্ৰা আধুনিকীকৰণ আৰু যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল সেৱাই । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । ভাৰতীয় ৰে’লৱেই এই বছৰৰ…

Read More

NCERT ৰ পাঠ্যক্ৰমত আহোম ৰাজত্বৰ ইতিহাস শিক্ষার্থীয়ে পঢ়িব আহোম স্বৰ্গদেউৰ বীৰগাথা

অসমৰ বাবে এক সুখবৰ । NCERTৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হব আহোম ইতিহাস । শিক্ষার্থীয়ে পঢ়িব ৬০০ বছৰীয়া  আহোম স্বৰ্গদেউৰ বীৰগাথা । অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হ’ব আহোম ৰাজত্ব কালৰ ইতিহাস । ইয়াকে লৈ উৎফুল্লিত অসমবাসী  । বিশেষকৈ মোগলক আহোম স্বৰ্গদেউসকলে কেনেকৈ পৰাস্ত কৰিছিল সেইয়া অন্তৰ্ভুক্তি হব । ইয়াৰ তিনি বছৰৰ পূৰ্বে কৰ্ণাটকৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিছিল আহোম বুৰঞ্জী…

Read More

৫০০০ হিন্দু মহিলাক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰিলে দেশদ্ৰোহী জালালুদ্দিনে

দেশৰ বিৰুদ্ধে কি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল চাংগুৰ বাবা ওৰফে জালালুদ্দিনে উত্তৰ প্ৰদেশ ATS ৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে জালালুদ্দিনে চলাই আহিছিল সন্ত্ৰাসবাদী কেম্প উত্তৰ প্ৰদেশৰ এটা ফেৰীৱালা ৷চাইকেলেৰে ফেৰি কৰি আঙুঠি আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তাই থকা জালালুদ্দিন কেনেকৈকেইবছৰমানৰ ভিতৰতে হৈ পৰিল কোটি কোটি টকাৰ মালিক ৷ এই সকলোবোৰ তথ্য আহি পৰিছে উত্তৰ…

Read More

পৃথিৱীলৈ প্ৰত্যাৱৰ্তন Axiom-4 মহাকাশত ইতিহাস ৰচনা কৰি পৃথিৱীলৈ উভতি আহিল শুভাংশু শুক্লা সহ চাৰি মহাকাশচাৰী

পৃথিৱীলৈ প্ৰত্যাৱৰ্তন ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা সহ ৪ মহাকাশচাৰী । মহাকাশত সফলতাৰে সম্পূৰ্ণ ১৮ দিন  কটাই সফলতাৰে অৱতৰণ পৃথিৱীত । Axiom-4 মহাকাশ অভিযান ভাৰতৰ মহাকাশ ইতিহাসৰ এক গৌৰৱৰ অধ্যায় । নাছাৰ সূত্ৰ অনুসৰি ১৫ জুলাই মঙলবাৰে বিয়লি ৩:০১ বজাত কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলত অৱতৰণ কৰে মহাকাশযানখনে । ড্ৰেগন কেপচুলটো উভতি অহাৰ পথত অৱতৰণ কৰাৰ আগতে মহাকাশত…

Read More

দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদৰ

মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । তেওঁৰ মৃত্যুত ক্ৰীড়া জগতত শোকৰ  ছাঁ পৰিছে । বিশ্বৰ আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । সোমবাৰে এটা পথ দুৰ্ঘটনাত মৃত্যু হয় বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদ গৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১১৪ বছৰ । পাঠানকোট-জলন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী জলন্ধৰৰ নিজ গাঁও ব্যাস পিণ্ডৰ সমীপত খোজ কাঢ়ি…

Read More

কুকুৰৰ বাবে ২.৮৮ কোটি টকীয়া এখন আঁচনি কোনখন ৰাজ্যই গ্ৰহণ কৰিলে এই আঁচনি ?

ৰাজপথৰ কুকুৰৰ বাবে বেংগালুৰুত আৰম্ভ হৈছে এক নতুন আঁচনি । দেশত বৃদ্ধি পাইছে কুকুৰে কামোৰাৰ ঘটনা । সেইবাবে এক ব্যতিক্ৰমী পদক্ষেপ কৰ্ণাটক চৰকাৰৰ । পশু কল্যাণ আৰু জনসাধাৰণৰ সুৰক্ষাৰ লক্ষ্যৰে এক অনন্য পদক্ষেপ বেংগালুৰুৰ নাগৰিক সংস্থা Bruhat Bengaluru Mahanagar Palike (BBMP) য়ে দৈনিক ৫,০০০ৰো অধিক ৰাজপথৰ কুকুৰক খুৱাবলৈ ২.৮৮ কোটি টকীয়া আঁচনি আৰম্ভ কৰিছে। এই…

Read More

এখন ভৰিৰে দেশ বিদেশত চাইকেল যাত্ৰা অসম সন্তানৰ

২০১২ চনৰ এটা দুৰ্ঘটনাতহেৰুৱাইছিল এখন ভৰি…. প্ৰতিবন্ধকতাক নেউচি এজন সফল যুৱক  । প্ৰতিবন্ধকতা সফলতাৰ পথত হেঙাৰ হব নোৱাৰে । বিশেষভাৱে সক্ষম যুৱক পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে শেহতীয়াকৈ সম্পূৰ্ণ কৰে ।  ‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ চাইকেল যাত্ৰা । প্ৰায় ৭ হাজাৰ কিঃমিঃ যাত্ৰা সম্পূৰ্ণ কৰি উপস্থিত হৈছে নিজ ৰাজ্যত । এপ্ৰিল মাহতেই আৰম্ভ হৈছিল এই যাত্ৰা । নেহেৰু ষ্টেডিয়ামত…

Read More

ম্যানমাৰৰ সংযুক্ত মুক্ত বাহিনী অসম শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ১০০খন ড্ৰোনেৰে ৪ টা শিবিৰত আক্ৰমণ

ম্যানমাৰস্থিত সংযুক্ত মুক্ত বাহিনী অসম শিবিৰত সেনাৰ আক্ৰমণ । আলফা (স্বাধীন) ৰ ৪টা শিবিৰত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলাই ভাৰতীয় সেনাই । ১০০খন ড্ৰোনেৰে ১৫০টা বোমা নিক্ষেপ কৰি ভাৰতীয় সেনাৰ এই আক্ৰমণ । খবৰ অনুসৰি আক্ৰমণত নিহত আলফা নেতা নয়ন অসম লগতে কেইবাজনো আলফা(স্বাঃ)ৰ সদস্য আহত হৈছে । পৰৱৰ্তী সময়ত আলফা(স্বাঃ) ৰ ওপৰত পুনৰ ভয়ংকৰ আক্রমণ…

Read More