Braking

Simpi Begum

āω⧰āĻŋ⧟āĻžāĻŽāϘāĻžāϟāϤ āϚāϞāĻŋāĻŦ āϚ⧰āĻ•āĻžā§°ā§° āωāĻšā§āϛ⧇āĻĻ āĻ…āĻ­āĻŋāϝāĻžāύ

অসম নাগালেণ্ড সীমান্তবৰ্তী ৰেংমা বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন নামনি অসমৰ পিছত এইবাৰ উজনি অসমত চলিব চৰকাৰৰ উচ্ছেদ অভিযান । চৰকাৰ সাজু হৈছে উৰিয়ামঘাটত উচ্ছেদ চলাবলৈ । সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভিডিঅ’ ফুটেজ প্ৰদৰ্শনৰে প্ৰমাণ দিছিল বনাঞ্চল দখলৰ । অসম নাগালেণ্ড সীমান্তবৰ্তী ৰেংমা বনাঞ্চলত ২০/২৫ বছৰে বসতি স্থাপন কৰিছিল সন্দেহযুক্ত বেদখলকাৰীয়ে । বিঘাই…

Read More

āωāϞ⧁āĻŦāĻžā§°ā§€ā§° āĻ­āĻžā§°āĻžāϘ⧰āϤ āωāĻĻā§āϧāĻžā§° āĻ¯ā§ā§ąāϕ⧰ āĻŽā§ƒāϤāĻĻ⧇āĻš

পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ সন্দেহ মহানগৰীত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু  । উলুবাৰীৰ ভাৰাঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ ।মৃত যুৱকজন জালুকবাৰীৰ বাবুল আলী বুলি জানিব পৰা গৈছে । পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ সন্দেহ । মৃত যুৱকজনৰ ডিঙিত আঘাতৰ চিন স্পষ্ট ।  মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰৰন কৰা হয় মৃতদেহ । বৃহস্পতিবাৰে অন্য মহিলাৰ সৈতে  নিশা কটাইছিল বাবুলে । বাবুলৰ…

Read More

āĻĒ⧁āύ⧰ āĻĻāĻŋāĻ˛ā§āϞ⧀⧰ āĻāĻ•āĻžāϧāĻŋāĻ• āĻŦāĻŋāĻĻā§āϝāĻžāϞāϝāĻŧāϤ āĻŦā§‹āĻŽāĻžā§° āφāϤāĻ‚āĻ•

পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক । একেলগে ৰাজধানীৰ ২০ খন বিদ্যালয় বোমা দি উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে । খালী কৰোৱা হয় একাধিক বিদ্যালয় । কেৱল এই সপ্তাহতে ৰাজধানীৰ ৩০খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছে । স্বাভাৱিকতে ৰাজধানী চহৰৰ বিদ্যালয়সমূহৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শুকুৰবাৰে পুৱা ২০খন বিদ্যালয়ত এখন এখনকৈ বোমা বিস্ফোৰণৰ ভাবুকি…

Read More

āĻŦāĻ¸ā§āĻ¤ā§ā§° āύāĻ—ā§°ā§€ āĻļā§ā§ąāĻžāϞāϕ⧁āĻ›āĻŋāϤ āĻĻ⧁āĻĻāĻŋāĻ¨ā§€ā§ŸāĻž āĻ•āĻžā§°ā§āϝāϏ⧂āĻšā§€ā§°ā§‡ āϏāĻŽā§āĻĒāĻ¨ā§āύ āφāĻ¨ā§āϤ⧰āĻžāĻˇā§āĻŸā§ā§°ā§€ā§Ÿ āĻ•āϞāĻž āĻŽāĻšā§‡āĻžā§ŽāĻ¸ā§ą

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ ।  ১৬, ১৭ জুলাই অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে সফল পৰিসমাপ্তি ঘটে অনুষ্ঠানটোৰ । নটৰাজ কলা কেন্দ্ৰ আৰু ৰিভী আন্তৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ । শুৱালকুছি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা হৈছিল অনুষ্ঠানটোৰ । শ্ৰীলংকাৰ পৰা অহা নৃত্য দলে শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰে । শ্ৰীলংকাৰ লগতে…

Read More

āĻļā§‹ā§ąāĻžāĻĒāĻžāĻŸā§€āϤ⧇ āĻĒāϟāĻžāϗ⧁āϟāĻŋ⧰⧇ āĻŽā§°āĻŋ⧟āĻžāχ āĻšāĻ¤ā§āϝāĻž āĻĒāĻ¤ā§āύ⧀āĻ•

ডুমডুমাত নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । পটাগুটিৰে মৰিয়াই পত্নীক হত্যা স্বামীৰ । মৃত মহিলা গৰাকী মণিকা মৰাণ । হত্যাকাণ্ডৰ পাছতে পলায়ন কৰে হত্যাকাৰী কিশোৰ তাঁতী । হত্যাকাৰী কিশোৰ তাঁতী অসম বিদ্যুৎ বিতৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । কন্যাৰ ভাষ্য অনুসৰি অভিযুক্ত পিতৃয়ে প্ৰায়েই সন্দেহ কৰিছিল পত্নীক । সন্দেহবাদী পিতৃয়ে প্ৰায়েই…

Read More

NCERT ā§° āĻĒāĻžāĻ ā§āϝāĻ•ā§ā§°āĻŽāϤ āφāĻšā§‹āĻŽ ā§°āĻžāϜāĻ¤ā§āĻŦā§° āχāϤāĻŋāĻšāĻžāϏ āĻļāĻŋāĻ•ā§āώāĻžāĻ°ā§āĻĨā§€ā§Ÿā§‡ āĻĒā§āĻŋāĻŦ āφāĻšā§‹āĻŽ āĻ¸ā§āĻŦā§°ā§āĻ—āĻĻ⧇āω⧰ āĻŦ⧀⧰āĻ—āĻžāĻĨāĻž

অসমৰ বাবে এক সুখবৰ । NCERTৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হব আহোম ইতিহাস । শিক্ষার্থীয়ে পঢ়িব ৬০০ বছৰীয়া  আহোম স্বৰ্গদেউৰ বীৰগাথা । অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হ’ব আহোম ৰাজত্ব কালৰ ইতিহাস । ইয়াকে লৈ উৎফুল্লিত অসমবাসী  । বিশেষকৈ মোগলক আহোম স্বৰ্গদেউসকলে কেনেকৈ পৰাস্ত কৰিছিল সেইয়া অন্তৰ্ভুক্তি হব । ইয়াৰ তিনি বছৰৰ পূৰ্বে কৰ্ণাটকৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিছিল আহোম বুৰঞ্জী…

Read More

āĻœā§€ā§ąāύ-āĻŽā§°āĻŖā§° āϏāĻ¨ā§āϧāĻŋāĻ•ā§āώāĻŖāϤ āĻāĻ• āĻ•āĻ āĻŋāύ āϏāĻŋāĻĻā§āϧāĻžāĻ¨ā§āϤ āχāωāĻĨ⧇āύ⧇āĻ›āĻŋāϝāĻŧāĻž (Euthanasia)

জীৱন-মৰণ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া । কিন্তু যিমানে গতিশীল সমাজৰ সৈতে গতি কৰিছোঁ ধাৰণা বোৰেই যে সময়ৰ সোঁতত সলনি হৈ নতুন পথৰ দিশে গতি কৰিছে । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে । এই উদ্বেগৰ সমান্তৰালভাৱে আন এটা বিতৰ্কিত বিষয়ৰ সৃষ্টি হৈছে-ইউথেনেছিয়া । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক…

Read More

āĻĒ⧃āĻĨāĻŋā§ąā§€āϞ⧈ āĻĒā§ā§°āĻ¤ā§āϝāĻžā§ąā§°ā§āϤāύ Axiom-4 āĻŽāĻšāĻžāĻ•āĻžāĻļāϤ āχāϤāĻŋāĻšāĻžāϏ ā§°āϚāύāĻž āϕ⧰āĻŋ āĻĒ⧃āĻĨāĻŋā§ąā§€āϞ⧈ āωāĻ­āϤāĻŋ āφāĻšāĻŋāϞ āĻļ⧁āĻ­āĻžāĻ‚āĻļ⧁ āĻļ⧁āĻ•ā§āϞāĻž āϏāĻš āϚāĻžā§°āĻŋ āĻŽāĻšāĻžāĻ•āĻžāĻļāϚāĻžā§°ā§€

পৃথিৱীলৈ প্ৰত্যাৱৰ্তন ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা সহ ৪ মহাকাশচাৰী । মহাকাশত সফলতাৰে সম্পূৰ্ণ ১৮ দিন  কটাই সফলতাৰে অৱতৰণ পৃথিৱীত । Axiom-4 মহাকাশ অভিযান ভাৰতৰ মহাকাশ ইতিহাসৰ এক গৌৰৱৰ অধ্যায় । নাছাৰ সূত্ৰ অনুসৰি ১৫ জুলাই মঙলবাৰে বিয়লি ৩:০১ বজাত কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলত অৱতৰণ কৰে মহাকাশযানখনে । ড্ৰেগন কেপচুলটো উভতি অহাৰ পথত অৱতৰণ কৰাৰ আগতে মহাকাশত…

Read More

āĻ•āϞāĻŋāϝāĻŧāĻžāĻŦā§°ā§° āϞāĻ–āύāĻžāĻŦāĻ¨ā§āϧāĻžāϤ āĻ…āĻŽāĻžāĻ¨ā§ąā§€ā§Ÿ āϘāϟāύāĻž

দাৰে ঘপিয়াই হত্যা এগৰাকী বৃদ্ধ মহিলাক । কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা । চোতালতে নৃশংস হত্যা এগৰাকী মহিলাক  । উপৰ্যুপৰি আক্ৰমণ কৰি দাৰে হত্যা বৃদ্ধ মহিলাগৰাকীক ।সোমবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ হত্যা কাণ্ড । লখিমাই দাসৰ চোতালত মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালে প্ৰাণ ললে বৃদ্ধ মহিলা উষা বিশ্বাসৰ । ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই সংঘটিত এই ভয়ংকৰ কাণ্ড…

Read More

āĻĻā§ā§°ā§āϘāϟāύāĻžāϤ āĻŽā§ƒāĻ¤ā§āϝ⧁āĻ• āφāρāĻ•ā§‹ā§ąāĻžāϞāĻŋ āĻŦāĻŋāĻļā§āĻŦā§° āφāϟāĻžāχāϤāĻ•ā§ˆ āĻĒ⧁⧰āĻŖāĻŋ āĻŽāĻžā§°āĻžāĻĨāύ āĻĻ⧌⧰āĻŦāĻŋāĻĻā§°

মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । তেওঁৰ মৃত্যুত ক্ৰীড়া জগতত শোকৰ  ছাঁ পৰিছে । বিশ্বৰ আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । সোমবাৰে এটা পথ দুৰ্ঘটনাত মৃত্যু হয় বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদ গৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১১৪ বছৰ । পাঠানকোট-জলন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী জলন্ধৰৰ নিজ গাঁও ব্যাস পিণ্ডৰ সমীপত খোজ কাঢ়ি…

Read More

ā§°āĻžāĻœā§āϝ⧰ ā§­āĻ–āύ ā§°āĻžāĻœā§āϝāĻŋāĻ• āĻŦāĻŋāĻļā§āĻŦāĻŦāĻŋāĻĻā§āϝāĻžāϞāϝāĻŧāϤ āωāĻĒāĻžāϚāĻžāĻ°ā§āϝ āύāĻŋāϝ⧁āĻ•ā§āϤāĻŋ

ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি দিয়ে ৰাজ্যপালে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই অধিসূচনাযোগে নিযুক্তি দিয়ে উপাচার্যসকলক । ড০ হিতেশ ডেকাক নিযুক্তি নগাঁও বিশ্ববিদ্যালয়ত   । অধ্যাপক জ্যোতিপ্রসাদ শইকীয়াক নিযুক্তি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত । অধ্যাপক মহাদেৱ পাটগিৰিক নিযুক্তি শিৱসাগৰ বিশ্ববিদ্যালয়ত । অধ্যাপক মুকুল বৰাক নিযুক্তি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত । অধ্যাপক তাৰণী চন্দ্ৰ ডেকাক নিযুক্তি বঙাইগাঁও বিশ্ববিদ্যালয়ত…

Read More

āĻšāĻ¤ā§āϝāĻž āύ⧇ āφāĻ¤ā§āĻŽāĻšāĻ¤ā§āϝāĻž ? āĻĒā§°āϕ⧀āϝāĻŧāĻž āĻĒā§ā§°ā§‡āĻŽā§° āĻŦāĻžāĻŦ⧇ āĻĒāĻ¤ā§āύ⧀āĻ• āĻšāĻ¤ā§āϝāĻžā§° āĻ…āĻ­āĻŋāϝ⧋āĻ—â€Ļ

জুৰীয়াত দগাঁও জহাজানত চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যাৰ অভিযোগ।ভুক্তভোগীৰ অভিযোগ মতে জহাজানৰ আনছাৰুল লগত নগাঁৱৰ ইটাচালিৰ পিতৃ হিন যুৱতী ৰৌসনাৰাৰ সমাজিক ভাৱে বিয়া হৈছিল। বিয়াৰ আগৰ পৰাই স্বামী আনছাৰুলে স্থানীয় এক যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছি।আনছাৰুলৰ বিবাহিত পত্নী যেতিয়াই এই প্ৰেমৰ সম্পৰ্ক গম পাইছিল, তাৰ পৰাই আৰম্ভ হয় বিবাহিত পত্নী ওপৰত শাৰীৰিক অত্যাচাৰ।…

Read More

āĻ•āĻžāϞāĻ­āĻžā§°ā§āϟ āύ⧇ āĻŽā§°āĻŖāĻĢāĻžāĻŖā§āĻĄ ?

কালভাৰ্ট নে মৰণফাণ্ড? হাজোৰ মিলপাৰা-বৰ্ণি সংযোগী পথত বিপদ সংকুল যাতায়ত । হাজোৰ মিলপাৰা বৰ্ণি সংযোগী পথৰ কালভাৰ্টত সৃষ্টি হৈছে এই মৰণফাণ্ডৰ । কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তিপক্ষৰ । হাজো উন্নয়ন খণ্ডৰ অধীনস্থ মিলপাৰা–বৰ্ণি সংযোগী পথৰ ৰতনপুৰস্থিত জৰাজীৰ্ণ কালভাৰ্টটো স্থানীয় ৰাইজৰ বাবে এতিয়া মৰণফাণ্ডলৈ পৰিণত হৈছে । জমৰ যাতনা ভুগিব লগীয়া হৈছে পথচাৰীয়ে ।স্থানীয় ৰাইজে উত্থাপন…

Read More

āĻ•āĻžā§°ā§āϟ⧁āύ⧰ āĻĒā§°āĻžāχ āϏ⧃āĻˇā§āϟāĻŋ āĻšā§‹ā§ąāĻž āĻŸā§‡āĻĄāĻŋ āĻŦāĻŋāϝāĻŧ⧇⧰⧰ āĻ•āĻžāĻšāĻŋāύ⧀â€Ļ..

টেডি বিয়েৰ সকলোৰে প্ৰিয় নহয় নে ? শিশুৰ পৰা বৃদ্ধ লৈকে সকলোৰে সকলোৰে বাবে এটি মৰমৰ উপহাৰ এই টেডি বিয়েৰ । বিশেষকৈ ভেলেণ্টাইন ডে’ত প্ৰেমৰ প্ৰতীক হিচাপেও টেডি বিয়েৰ ব্যৱহাৰ কৰা হয় ।  ১৯ শতিকাৰ শেষৰ ফালে প্ৰচলন আৰম্ভ হৈছিল টেডি বিয়েৰৰ । ইতিহাসো যথেষ্ট আকৰ্ষণীয় ।   টেডি বিয়েৰ (Teddy Bear) নামেৰে জনাজাত এই পুতলা ভালুক…

Read More

āĻŦāĻŋāĻœā§‡āĻĒāĻŋāϞ⧈ āĻĸāĻžāĻĒāϞāĻŋ āĻŦāĻŋā§°ā§‹āϧ⧀ āϏāĻĻāĻ¸ā§āϝ⧰ āĻāϕ⧇āĻĻāĻŋāύāĻžāχ āĻŦāĻŋāĻœā§‡āĻĒāĻŋāϤ āϝ⧋āĻ—āĻĻāĻžāύ ⧍ā§Ļā§Ļā§Ļ āϏāĻĻāĻ¸ā§āϝ⧰

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে বিজেপি দলৰ জনপ্ৰিয়তা । একেদিনাই বিজেপিত যোগদান ২০০০ ত কৈও অধিক সদস্যৰ । বিজেপিলৈ ঢাপলি বিৰোধী দলৰ সদস্যৰ । আজি এক সমূহীয়া যোগদান সভাত ২০০০ ত কৈও অধিক সদস্যই নিজ দল ত্যাগ কৰি যোগদান কৰে বিজেপি দলত । পশ্চিম কাৰ্বি আংলঙৰ ৭ নং কপিলী পৰিষদ সমষ্টিৰ লাংচিটিং গাঁৱত  আয়োজিত কৰা হয় এক বিশাল…

Read More

āĻĒ⧁āύ⧰ āĻ—ā§‹-āĻŽāĻžāĻ‚āϏ āĻŦā§°ā§āϜāύ⧰ āϏāĻŋāĻĻā§āϧāĻžāĻ¨ā§āϤ āϕ⧋āύ⧇ āϞ’āϞ⧇ āĻāχ āϏāĻŋāĻĻā§āϧāĻžāĻ¨ā§āϤ ?

গো মাংস বৰ্জনৰ সিদ্ধান্ত মুছলমান সমাজৰ । এই সিদ্ধান্ত সৰুপথাৰ জামে মছজিদৰ । ৰাজ্যত পুনৰ গো মাংস বৰ্জনৰ সিদ্ধান্ত । এইবাৰ গো মাংস বৰ্জনৰ সিদ্ধান্ত মুছলমান সমাজৰ । সমূহীয়াকৈ গো মাংস বৰ্জনৰ সিদ্ধান্ত ললে সৰুপথাৰ জামে মছজিদে । গো সুৰক্ষা আইন ২০২১ ক সমৰ্থন জনাই এই সিদ্ধান্ত সৰুপথাৰ জামে মছজিদ সৰুপথাৰ জামে মছজিদৰ সকলো জামাতে…

Read More

āĻ­āĻžā§°āϤāĻ• āĻŦāĻŋāĻļā§āĻŦāĻžāϏāϘāĻžāϤāĻ•āϤāĻž āĻŦā§ā§°āĻžāϜāĻŋāϞ⧰ ! āĻ•āĻŋāĻ¨ā§āϤ⧁ āĻ•āĻŋāϝāĻŧ āĻ•ā§ā§°ā§Ÿ āύāϕ⧰⧇ āĻ­āĻžā§°āĻ¤ā§€ā§Ÿ āĻŦāĻžā§Ÿā§ āĻĒā§ā§°āϤāĻŋā§°āĻ•ā§āώāĻž āĻ•ā§āώ⧇āĻĒāĻŖāĻžāĻ¸ā§āĻ¤ā§ā§° ?

ভাৰতৰ বাবে এক দুঃখবৰ । ভাৰতক বিশ্বাসঘাতকতা কৰিলে ব্ৰাজিলে । ভাৰতৰ প্ৰতিৰক্ষা বায়ু ক্ষেপণাস্ত্র ব্যৱস্থা সন্দৰ্ভত ভাৰতৰ সৈতে সকলো আলোচনা বন্ধ কৰিছে ব্রাজিলে । ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি প্ৰচেষ্টাত আঘাত হানিলে ব্রাজিলে । আকাশ ক্ষেপণাস্ত্র ব্যৱস্থা অধিগ্ৰহণৰ বাবে ভাৰতৰ সৈতে আলোচনা বন্ধ কৰি দিয়াৰ খবৰ আহিছে । বৰঞ্চ এতিয়া দেশখনে ইউৰোপীয় প্ৰতিৰক্ষা কোম্পানী MBDA ৰ সৈতে…

Read More

āϕ⧁āϕ⧁⧰⧰ āĻŦāĻžāĻŦ⧇ ⧍.ā§Žā§Ž āϕ⧋āϟāĻŋ āϟāϕ⧀āϝāĻŧāĻž āĻāĻ–āύ āφāρāϚāύāĻŋ āϕ⧋āύāĻ–āύ ā§°āĻžāĻœā§āϝāχ āĻ—ā§ā§°āĻšāĻŖ āϕ⧰āĻŋāϞ⧇ āĻāχ āφāρāϚāύāĻŋ ?

ৰাজপথৰ কুকুৰৰ বাবে বেংগালুৰুত আৰম্ভ হৈছে এক নতুন আঁচনি । দেশত বৃদ্ধি পাইছে কুকুৰে কামোৰাৰ ঘটনা । সেইবাবে এক ব্যতিক্ৰমী পদক্ষেপ কৰ্ণাটক চৰকাৰৰ । পশু কল্যাণ আৰু জনসাধাৰণৰ সুৰক্ষাৰ লক্ষ্যৰে এক অনন্য পদক্ষেপ বেংগালুৰুৰ নাগৰিক সংস্থা Bruhat Bengaluru Mahanagar Palike (BBMP) য়ে দৈনিক ৫,০০০ৰো অধিক ৰাজপথৰ কুকুৰক খুৱাবলৈ ২.৮৮ কোটি টকীয়া আঁচনি আৰম্ভ কৰিছে। এই…

Read More

āĻšāĻ¤ā§āϝāĻžāĻ•āĻžā§°ā§€ āĻĒāĻ¤ā§āύ⧀ ! āĻ—āĻžāρāϤ⧰ āĻĒā§°āĻž āωāϞāĻŋ⧟āĻžāχ āĻ…āύāĻž āĻš’āϞ āĻ¸ā§āĻŦāĻžāĻŽā§€ā§° āĻŽā§ƒāϤāĻĻ⧇āĻš

ৰাজ্যত সংঘটিত হৈছে এক হত্যাকাণ্ড । পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ । জয়মতীনগৰত সংঘটিত হৈছে এই ভয়ংকৰ  ঘটনা । পত্নী ৰহিমা খাতুনে হত্যা কৰি পুতি থ’লে গাঁতত । মৃত ব্যক্তিজনৰ নাম চবিয়াল ৰহমান ।আৰক্ষীক খবৰ দিয়াৰ উপস্থিত হৈ গাঁতৰ পৰা উলিয়াই অনা হয় মৃতদেহ । ফৰেনচিক দলৰ নেতৃত্বত আৰক্ষীসহ পত্নীক লৈ যোৱা হল উক্ত স্থানলৈ ।…

Read More

āĻ…ā§°ā§āϚāĻŋāϤāĻžāĻ• āϕ⧋āύ⧇ āϏāϜāĻžāϞ⧇ āύ⧀āϞāĻž āĻ›āĻŦāĻŋā§° āύāĻžāϝāĻŧāĻŋāĻ•āĻž ? āϕ⧋āύ⧇ āϘāϟāĻŋāϞ⧇ āϞāĻžāϖ⧇ āϞāĻžāϖ⧇ āϧāύ ?

লেখক : নৱজিত ডেকা প্ৰাক্তন প্ৰেমিকাক সজালে নীলা ছবিৰ নায়িকা ৷ এতিয়া আৰক্ষীৰ জালত পাষণ্ড প্ৰতিম বৰা ৷ নীলা ছবিৰ নায়িকা সজাই প্ৰতিশোধ ল’ব বিছাৰিছিল প্ৰাক্তন প্ৰেমিকে ৷ এগৰাকী বিবাহিত মহিলাৰসুখৰ সংসাৰ থানবান কৰিব বিচাৰিছিল ভণ্ড প্ৰেমিকে ৷ Cyber Crime ৰ বলি হ’ল ডিব্ৰুগড়ৰ অৰ্চিতা ফুকন ৷ সামাজিক মাধ্যম আৰু কিছু সংবাদ মাধ্যমেও ৰাতিটোৰ ভিতৰতে…

Read More