āĻĒā§āύ⧰ āĻĒā§°āĻā§ā§āĻž āĻĒā§ā§°ā§āĻŽā§° āĻŦāĻžāĻŦā§āĻ āĻšāϤā§āϝāĻž āĻā§°āĻŋāϞ⧠āĻĒāϤā§āύā§āĻ āĻāĻžā§°āĻŋ-āĻĒāĻžāĻāĻāĻŦāĻžā§°āĻā§ āĻĒāϞāĻžāĻ āϝā§ā§ąāĻž āĻĒāϤā§āύā§āĻ āϞ⧠āĻ āϤāĻŋāώā§āĻ āϏā§āĻŦāĻžāĻŽā§ā§° āĻāĻ āĻāĻžāĻŖā§āĻĄ
পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ…