Braking

āĻĒ⧃āĻĨāĻŋā§ąā§€āϞ⧈ āĻĒā§ā§°āĻ¤ā§āϝāĻžā§ąā§°ā§āϤāύ Axiom-4 āĻŽāĻšāĻžāĻ•āĻžāĻļāϤ āχāϤāĻŋāĻšāĻžāϏ ā§°āϚāύāĻž āϕ⧰āĻŋ āĻĒ⧃āĻĨāĻŋā§ąā§€āϞ⧈ āωāĻ­āϤāĻŋ āφāĻšāĻŋāϞ āĻļ⧁āĻ­āĻžāĻ‚āĻļ⧁ āĻļ⧁āĻ•ā§āϞāĻž āϏāĻš āϚāĻžā§°āĻŋ āĻŽāĻšāĻžāĻ•āĻžāĻļāϚāĻžā§°ā§€

পৃথিৱীলৈ প্ৰত্যাৱৰ্তন ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা সহ ৪ মহাকাশচাৰী । মহাকাশত সফলতাৰে সম্পূৰ্ণ ১৮ দিন  কটাই সফলতাৰে অৱতৰণ পৃথিৱীত । Axiom-4 মহাকাশ অভিযান ভাৰতৰ মহাকাশ ইতিহাসৰ এক গৌৰৱৰ অধ্যায় । নাছাৰ সূত্ৰ অনুসৰি ১৫ জুলাই মঙলবাৰে বিয়লি ৩:০১ বজাত কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলত অৱতৰণ কৰে মহাকাশযানখনে । ড্ৰেগন কেপচুলটো উভতি অহাৰ পথত অৱতৰণ কৰাৰ আগতে মহাকাশত…

Read More