হত্যা নে আত্মহত্যা ? পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যাৰ অভিযোগ…
জুৰীয়াত দগাঁও জহাজানত চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যাৰ অভিযোগ।ভুক্তভোগীৰ অভিযোগ মতে জহাজানৰ আনছাৰুল লগত নগাঁৱৰ ইটাচালিৰ পিতৃ হিন যুৱতী ৰৌসনাৰাৰ সমাজিক ভাৱে বিয়া হৈছিল। বিয়াৰ আগৰ পৰাই স্বামী আনছাৰুলে স্থানীয় এক যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছি।আনছাৰুলৰ বিবাহিত পত্নী যেতিয়াই এই প্ৰেমৰ সম্পৰ্ক গম পাইছিল, তাৰ পৰাই আৰম্ভ হয় বিবাহিত পত্নী ওপৰত শাৰীৰিক অত্যাচাৰ।…