এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ ছামিউল হকৰ

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ছামিউল হকে এক হৃদয় বিদাৰক ঘটনা । নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল যুৱকজন । অৱশেষত এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ ছামিউল হকৰ । কাহিলিপাৰাৰ দক্ষিণগাঁওত ২জুলাইৰ পুৱা ৩ বজাত সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা । অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ…

Read More

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড । প্রাক্তন ন্যায়াধীশ প্ৰতাপ চন্দ্ৰ দাসক হাত-ভৰি বান্ধি লুটপাট চলালে ডকাইতৰ দলে । চানমাৰীৰ জ্যোতি নগৰত সংঘটিত হৈছে এই ঘটনা । পুৱতি নিশা সংঘটিত হয় এই ঘটনা । ডকাইতে প্ৰাক্তন ন্যায়াধীশৰ ঘৰৰ পৰা লুটি নিয়ে নগদ ধনৰ লগতে সোণৰ গহনা । ঘটনা সন্দৰ্ভত চানমাৰী থানাত এজাহাৰ দাখিল ভুক্তভুগীৰ…

Read More

উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়

উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় । শিক্ষানুষ্ঠানৰ সময়সূচী সম্পৰ্কে আহিছে নতুন জাননী I গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ সময় আহি পৰিছে । পুনৰ ৰাজ্যত খোলা হব সকলো শিক্ষানুষ্ঠান । গ্রীষ্ম প্ৰৱাহৰ বাবে কামৰূপ (মেট্ৰ’)ৰ পাঠদানৰ সময়সূচী সলনিৰ নতুন নির্দেশনা জাৰি কামৰূপ মেট্ৰ’ৰ IS-DEEO দিপীকা চৌধুৰীৰ । মহানগৰীৰ বিদ্যালয়সমূহত পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হ’ব…

Read More

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই দেশজুৰি শোকৰ সৃষ্টি কৰিছে । বৈদ্যনাথ ধামলৈ যাত্ৰা কৰি থকা যাত্ৰীবাহী এখন বাছ আৰু এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মূখা-মুখি সংঘৰ্ষ সংঘটিত হয় I বৈদ্যনাথ ধামলৈ যোৱাৰ পথত জামুনিয়া জিলাৰ সমীপত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন । বাছ- ট্ৰাকৰ মুখা-মুখি সংঘৰ্ষত ৬ জন…

Read More

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান I শতাধিক বুলড’জাৰেৰে এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান সকলো I পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ।শতাধিক বুলড’জাৰেৰে পুৱাৰে পৰা এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ I ১২খনকৈ গাঁৱত চলিব এই উচ্ছেদ অভিযান I বিদ্যাপুৰ অঞ্চলৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ…

Read More

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে

ইতিহাস ৰচিলে ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে I ২০২৫ চনৰ মহিলা দবা বিশ্বকাপৰ চেম্পিয়ন হ’ল দিব্যা দেশমুখ । FIDE মহিলা দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে আৰু দেশৰ প্ৰথম ভাৰতীয় চেম্পিয়ন ৰূপে পৰিগণিত হয় । চীনৰ পূৰ্বৰ বিশ্ব চেম্পিয়ন টান ঝাংজীক পৰাস্ত কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে প্ৰৱেশ কৰিছিল বিশ্ব দবা…

Read More