কালভাৰ্ট নে মৰণফাণ্ড ?
কালভাৰ্ট নে মৰণফাণ্ড? হাজোৰ মিলপাৰা-বৰ্ণি সংযোগী পথত বিপদ সংকুল যাতায়ত । হাজোৰ মিলপাৰা বৰ্ণি সংযোগী পথৰ কালভাৰ্টত সৃষ্টি হৈছে এই মৰণফাণ্ডৰ । কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তিপক্ষৰ । হাজো উন্নয়ন খণ্ডৰ অধীনস্থ মিলপাৰা–বৰ্ণি সংযোগী পথৰ ৰতনপুৰস্থিত জৰাজীৰ্ণ কালভাৰ্টটো স্থানীয় ৰাইজৰ বাবে এতিয়া মৰণফাণ্ডলৈ পৰিণত হৈছে । জমৰ যাতনা ভুগিব লগীয়া হৈছে পথচাৰীয়ে ।স্থানীয় ৰাইজে উত্থাপন…