বিশ্বৰ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
লেখক : নৱজিত ডেকা আকৌ শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I বিশ্বৰ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া Most trusted leader in the world. কালি ইন্দিৰা গান্ধীৰ অভিলেখক চেৰ পেলাই ভাৰতৰ দীৰ্ঘকালৰ প্ৰধানমন্ত্ৰীৰ ২য় স্থানত উপনীত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আনহাতে আমেৰিকাৰ এটি সংস্থা Morning consult…