Category: Top news stories
শান্তিৰ নোবেল বঁটাৰ বাবে নাম মনোনীত ড’নাল্ড ট্রাম্পৰ
মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক শান্তি নোবেল বঁটা দিবলৈ উঠি পৰি লাগিছে ইজৰাইল । কিছুদিন পূৰ্বে পাকিস্তানে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ প্ৰস্তাৱ দিছিল । এইবাৰ ইজৰাইলেও একে কাৰ্যকে অনুসৰণ কৰিলে । পাকিস্তানে কৈছিল যে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বাবে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়া উচিত । তেওঁলোকে সেই প্ৰস্তাৱ নোবেল কমিটীলৈও প্ৰেৰণ কৰে । সোমবাৰে হোৱাইট হাউছত নেটান্যাহুৰ…
আধুনিক যুগতো প্ৰাসংগিক হেম ৰেডিঅ’
শেহতীয়াকৈ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ হেম ৰেডিঅ’ ব্যৱহাৰ কৰি দেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । কিন্তু কি এই হেম ৰেডিঅ’ ? হেম ৰেডিঅ’ ক এমেচাৰ ৰেডিঅ’ নামেৰেও জনা যায় । এই এমেচাৰ ৰেডিঅ’ হৈছে যোগাযোগ স্থাপনৰ বাবে ৰেডিঅ’ তৰংগৰ ওপৰত নিৰ্ভৰশীল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰেডিঅ’ সেৱা । হেম ৰেডিঅ’ সেৱা বহুলাংশে শিক্ষা…
GMCH ত অগ্নিকাণ্ডৰ ঘটনা
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হৈছে । GMCH ৰ Minor OT অৰ্থ’পেডিক ডিপাৰ্টমেণ্টত সংঘটিত হৈছে অগ্নিকাণ্ড । অৰ্থপেডিক বিভাগত সংঘটিত হৈছে এই অগ্নিকাণ্ড । সোমবাৰে পুৱা GMCH ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত আতংকময় পৰিৱেশৰ । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ পিছতেই ৰোগী আৰু আত্মীয়ৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু ৰোগীক…
পুনৰ সংঘটিত ‘ডিজিটেল গ্ৰেপ্তাৰ’ ৰ ঘটনা কৰ্ণাটকত ৩.১৬ কোটি টকাৰ প্ৰতাৰণা
দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । শেহতীয়াকৈ এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কৰ্ণাটকত । চাইবাৰ ইকনমিক এণ্ড নাৰ্কটিকছ (CEN) ক্ৰাইম পুলিচত দাখিল কৰা অভিযোগ অনুসৰি অনলাইন জালিয়াতি আঁচনিৰ চিকাৰ হ’ল মেংগালুৰুৰ এগৰাকী গৃহিণী । যাৰ ফলত ৩.১৬ কোটি টকা হেৰুৱাই । ৫ জুনৰ পুৱা প্ৰায় ১০:২৫ বজাত ৰাষ্ট্ৰীয় চাইবাৰ ৰিপৰ্ট পৰ্টেল (এনচিআৰপি)ৰ পৰা পৰিদৰ্শক…
অপাৰেচন সিন্দুৰৰ সফলতাৰ পিচত প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ
অত্যাধুনিক সমৰাস্ত্র ক্রয়ৰ বাবে ১.০৩ লাখ কোটি টকা ব্যয়ত অনুমোদন প্রতিৰক্ষা আহৰণ পৰিষদৰ (ডিফেন্স একুইজিচন কাউন্সিল) । অপাৰেচন সিন্দুৰৰ সফলতাৰ পিচত প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ । অত্যাধুনিক সমৰাস্ত্র ক্রয়ৰ বাবে ১.০৩ লাখ কোটি টকা ব্যয়ত অনুমোদন প্রতিৰক্ষা আহৰণ পৰিষদৰ (ডিফেন্স একুইজিচন কাউন্সিল) । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ডিফেন্স একুইজিচন কাউন্সিলে ১০টা…
গৰমৰ বন্ধ এক নষ্টালজিয়া , তাহানি আৰু এতিয়া….
জুলাই মাহৰ আছে এক সুকীয়া আমেজ । জুলাই মাহ মানেই গৰমৰ বন্ধ …. এই শব্দদুটি শুনিলেই যেন বৈ আহে মিঠা সোঁৱৰণিৰ বন্যা । গৰমৰ বন্ধ মানেই শিশুৰ বাবে আছিল সৰ্বোচ্চ সুখৰ সময় । এই সময় স্কুলৰ ব্যস্ততা, পৰীক্ষাৰ চাপ আৰু পাঠ্যপুথিৰ চক্ৰবেহুৰ পৰা আঁতৰি সম্পূৰ্ণ এক মাহৰ মুক্তি । গৰম বন্ধৰ আগ দিনা বিদ্যালয়ৰ শিক্ষক…
ভৱিষ্যতলৈ AI কিমান বেছি ভয়ংকৰ হ’ব পাৰে !
AI য়ে জানো সঁচাকৈ মানৱ জীৱনক ধ্বংশ কৰিব পাৰিব AI আৱিষ্কাৰৰ মূল উদ্দেশ্য আছিল সকলো কাম অতি ভালদৰে, কম সময়ৰ ভিতৰত সঠিকভাৱে সম্পন্ন কৰা। সেইবাবে সকলোবোৰ AI- Task হিচাপে প্ৰগ্ৰাম কৰা হয়কিন্তু, বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে – AI য়েতেওঁলোকৰ প্ৰগ্ৰামৰ বিপৰীতে কাম কৰা আৰম্ভ কৰিছে।উদাহৰণস্বৰূপে মস্কোত হোৱা ডবা প্ৰতিযোগিতাৰ কথা উল্লেখ কৰিব পাৰি,…