স্বদেশী প্রযুক্তিৰ জয়….ভাৰতীয় নৌসেনাৰ গৌৰৱ INS Nistar

ভাৰতীয় নৌসেনাৰ গৌৰৱ INS Nistar প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়িছে আত্মনিৰ্ভৰশীলতাৰ দিশে । ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক শক্তি আৰু প্ৰযুক্তিগত সক্ষমতাৰ ক্ষেত্ৰত এটা নতুন সংযোজন INS Nistar । ভাৰতীয় নৌসেনাই লাভ কৰিলে দেশীয় ভাৱে নিৰ্মাণ কৰা এখন শক্তিশালী জাহাজ “INS Nistar” ।  এই জাহাজ খন নিৰ্মাণ কৰিছে হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে । ২০২৫ চনৰ ১৮ জুলাই শুকুৰবাৰে বিশাখাপট্টনমৰ…

Read More

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ  । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰতভক্তৰ লানি নিছিগা শাৰী  । আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ । মহাদেৱ শিৱৰ আশীষ বিচাৰি মন্দিৰত ভক্তৰ ভিৰ । সমগ্ৰ দেশৰ লগতে অসমতো ভক্তৰ লানি নিছিগা শাৰী  । সনাতন ধৰ্মত শাওণ মাহক আটাইতকৈ পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয় । মহাদেৱ শিৱৰ ভক্তিৰ…

Read More

বাংলাদেশৰ ঢাকাত ভয়ংকৰ এয়াৰক্ৰাফ্ট দুৰ্ঘটনা

By Nabajit Deka বাংলাদেশৰ ঢাকাত ভয়ংকৰ এয়াৰক্ৰাফ্ট দুৰ্ঘটনা কলেজৰ ওপৰত পৰিল বাংলাদেশ Airforce ৰ ট্ৰেইনাৰ প্লেন F-7 এয়াৰক্ৰাফ্ট এখন দুৰ্ঘটনাত পতিত হয় ৷ দিনৰ এক বাজি ছয় মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ১ বাজি ৬ মিনিটত টেক অফ কৰিছিল এই ট্ৰেইনাৰ প্লেনখনে ৷ জানিব পৰা মতে টেক অফৰ ১৭ মিনিট পিছতেই এই দুৰ্ঘটনা সংঘটিত…

Read More

ছৌদি আৰৱৰ “Sleeping Prince” ৰ চিৰবিদায়

নিয়তিৰ ওচৰত হাৰ মানিলে ‘Sleeping Prince’ ছৌদি আৰৱৰ ‘Sleeping Prince’ নামেৰে জনাজাত আছিল আলৱালিদ বিন খালেদ বিন তালাল । ২০ বছৰ ধৰি ক’মাত আছিল আলৱালিদ বিন খালেদ বিন তালাল । ৩৬ বছৰ বয়সত মৃত্যু হয় চৌদি আৰৱৰ ‘Sleeping Prince’ ৰ মৃত্যু ! ২০০৫ চনত লণ্ডনৰ গাড়ী দুৰ্ঘটনাত পতিত হয় ১৯৯০ চনৰ ১৮ এপ্ৰিলত ৰাজকুমাৰ আলৱালিদ…

Read More

কাশ্মীৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা

আঘাতপ্ৰাপ্ত প্ৰায় ৫ গৰাকী তীৰ্থ যাত্ৰী পুনৰ কালৰূপ প্ৰকৃতিৰ । ধাৰাষাৰ বৰষুণৰ মাজতেই জম্মু-কাশ্মীৰত সংঘটিত হৈছে ভূমিস্খলনৰ ভয়ংকৰ ঘটনা । ভূমিস্খলনৰ পিছতেই আঘাতপ্ৰাপ্ত প্ৰায় ৫ জন তীৰ্থ যাত্ৰী । সোমবাৰে ৰিয়াসী জিলাত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । কটৰা এলেকাৰ বৈষ্ণ দেৱী মন্দিৰলৈ যোৱা পুৰণি পথত ভূমিস্খলনৰ বাবে মুঠ ১০ জন লোক আঘাত প্ৰাপ্ত হয় ইয়াৰে…

Read More

ব্ৰহ্মপুত্ৰত চীনৰ জলবিদ্যুৎ বান্ধ

তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ কাৰ্য্য আৰম্ভ চীনৰ চীনে আৰম্ভ কৰিছে তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ ।তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছে চীনে । তিব্বতত ব্ৰহ্মপুত্ৰ নদীত চীনে আৰম্ভ কৰিছে জলবিদ্যুৎ প্ৰকল্পৰ কাম । এই অংশক তিব্বতত ইয়াৰলুং ছাংপো আৰু ভাৰতত ব্ৰহ্মপুত্ৰ বুলি জনা যায় । তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা…

Read More

আকাশ মিছাইলৰ উন্নত সংস্কৰণ “আকাশ প্ৰাইম”

আকাশ মিছাইলৰ উন্নত সংস্কৰণ “আকাশ প্ৰাইম” ২০২৫ চনৰ পহলগাম আক্ৰমণক কেন্দ্ৰ কৰি ভাৰত পাকিস্তানৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ । পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ সময়ত ভাৰতে শক্তিশালী S-400 কে ধৰি নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰে শ শ ড্ৰ’ন আৰু মাৰাত্মক ক্ষেপণাস্ত্র নিষ্ক্রিয় কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল । উচ্চ প্ৰযুক্তিৰ প্ৰতিৰক্ষা সঁজুলি আৰু ক্ষেপণাস্ত্ৰ ব্যৱস্থা নিৰ্মাণৰ ক্ষেত্ৰত…

Read More

উৰিয়ামঘাটত চলিব চৰকাৰৰ উচ্ছেদ অভিযান

অসম নাগালেণ্ড সীমান্তবৰ্তী ৰেংমা বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন নামনি অসমৰ পিছত এইবাৰ উজনি অসমত চলিব চৰকাৰৰ উচ্ছেদ অভিযান । চৰকাৰ সাজু হৈছে উৰিয়ামঘাটত উচ্ছেদ চলাবলৈ । সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভিডিঅ’ ফুটেজ প্ৰদৰ্শনৰে প্ৰমাণ দিছিল বনাঞ্চল দখলৰ । অসম নাগালেণ্ড সীমান্তবৰ্তী ৰেংমা বনাঞ্চলত ২০/২৫ বছৰে বসতি স্থাপন কৰিছিল সন্দেহযুক্ত বেদখলকাৰীয়ে । বিঘাই…

Read More

উলুবাৰীৰ ভাৰাঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ সন্দেহ মহানগৰীত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু  । উলুবাৰীৰ ভাৰাঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ ।মৃত যুৱকজন জালুকবাৰীৰ বাবুল আলী বুলি জানিব পৰা গৈছে । পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ সন্দেহ । মৃত যুৱকজনৰ ডিঙিত আঘাতৰ চিন স্পষ্ট ।  মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰৰন কৰা হয় মৃতদেহ । বৃহস্পতিবাৰে অন্য মহিলাৰ সৈতে  নিশা কটাইছিল বাবুলে । বাবুলৰ…

Read More

পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক

পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক । একেলগে ৰাজধানীৰ ২০ খন বিদ্যালয় বোমা দি উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে । খালী কৰোৱা হয় একাধিক বিদ্যালয় । কেৱল এই সপ্তাহতে ৰাজধানীৰ ৩০খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছে । স্বাভাৱিকতে ৰাজধানী চহৰৰ বিদ্যালয়সমূহৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শুকুৰবাৰে পুৱা ২০খন বিদ্যালয়ত এখন এখনকৈ বোমা বিস্ফোৰণৰ ভাবুকি…

Read More

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ ।  ১৬, ১৭ জুলাই অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে সফল পৰিসমাপ্তি ঘটে অনুষ্ঠানটোৰ । নটৰাজ কলা কেন্দ্ৰ আৰু ৰিভী আন্তৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ । শুৱালকুছি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা হৈছিল অনুষ্ঠানটোৰ । শ্ৰীলংকাৰ পৰা অহা নৃত্য দলে শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰে । শ্ৰীলংকাৰ লগতে…

Read More

শোৱাপাটীতে পটাগুটিৰে মৰিয়াই হত্যা পত্নীক

ডুমডুমাত নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । পটাগুটিৰে মৰিয়াই পত্নীক হত্যা স্বামীৰ । মৃত মহিলা গৰাকী মণিকা মৰাণ । হত্যাকাণ্ডৰ পাছতে পলায়ন কৰে হত্যাকাৰী কিশোৰ তাঁতী । হত্যাকাৰী কিশোৰ তাঁতী অসম বিদ্যুৎ বিতৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । কন্যাৰ ভাষ্য অনুসৰি অভিযুক্ত পিতৃয়ে প্ৰায়েই সন্দেহ কৰিছিল পত্নীক । সন্দেহবাদী পিতৃয়ে প্ৰায়েই…

Read More

আজি ভাৰতীয় জনতা পাৰ্টীত বৃহৎ যোগদান বহু সদস্যৰ

ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কাৰ্যালয়ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ ভালে কেইগৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ প্ৰাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱা, আপৰ নেতা মনোজ ধানোৱাৰ , অমল পাটোৱাৰী , অভিনেতা ৰাজকুমাৰ ওৰফে তৃদীৱ তালুকদাৰ…

Read More

ভতিজাকৰ ছুৰীৰ আঘাতত প্ৰাণ গ’ল খুৰাকৰ

মহানগৰীত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা । হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । ভতিজাকৰ ছুৰীৰ আঘাতত মৃত্যু অনিল ডেকাৰ । নিশা জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড । নিহত লোকজন হেঙেৰাবাৰীৰ লিচুবাগানৰ বাসিন্দা ।সত্য নাৰায়ণ পূজাৰ বাবে যাৱতীয় সামগ্ৰী বজাৰ কৰিবলৈ সন্ধিয়া সৰু পুত্ৰৰ সৈতে গণেশগুৰিলৈ আহিছিল অনিল দেৱ । বজাৰলৈ আহি…

Read More

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ স্বামীৰ এই কাণ্ড

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ…

Read More

যাত্ৰীসকলৰ বাবে সুখবৰ – ভাৰতীয় ৰে’ল সেৱাত গুৰুত্বপূৰ্ণ পদক্ষেপ

এতিয়াৰে পৰা অধিক সুৰক্ষিত আৰু নিৰাপদ হব ৰে’ল যাত্ৰা  । যাত্ৰীৰ সৰলতাৰ সুযোগ লৈ কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি বা অপৰাধজনিত কাৰ্য্য । ৰে’ল যাত্ৰা আধুনিকীকৰণ আৰু যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল সেৱাই । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । ভাৰতীয় ৰে’লৱেই এই বছৰৰ…

Read More

NCERT ৰ পাঠ্যক্ৰমত আহোম ৰাজত্বৰ ইতিহাস শিক্ষার্থীয়ে পঢ়িব আহোম স্বৰ্গদেউৰ বীৰগাথা

অসমৰ বাবে এক সুখবৰ । NCERTৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হব আহোম ইতিহাস । শিক্ষার্থীয়ে পঢ়িব ৬০০ বছৰীয়া  আহোম স্বৰ্গদেউৰ বীৰগাথা । অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হ’ব আহোম ৰাজত্ব কালৰ ইতিহাস । ইয়াকে লৈ উৎফুল্লিত অসমবাসী  । বিশেষকৈ মোগলক আহোম স্বৰ্গদেউসকলে কেনেকৈ পৰাস্ত কৰিছিল সেইয়া অন্তৰ্ভুক্তি হব । ইয়াৰ তিনি বছৰৰ পূৰ্বে কৰ্ণাটকৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিছিল আহোম বুৰঞ্জী…

Read More

আফ্ৰিকাৰ এটা বিশেষ জনজাতি – যাক কোৱা হয় “বান্না ট্ৰাইব বুলি”

বান্না গোট (Banna Tribe) আফ্ৰিকাৰ ইথিঅ’পিয়াৰ দক্ষিণ অংশত বসবাস কৰা এটা জনজাতি এই জনজাতিৰ মূল বাসস্থান “ওমো ভেলি” অঞ্চলত, যি ইথিঅ’পিয়াৰ এক জনজাতি-প্ৰধান অঞ্চল।বান্না জনগোষ্ঠী ইথিঅ’পিয়াৰ দক্ষিণে ওমো নদীৰ কাষত থকাৰ বাবে ইয়াক ওমো ভেলিৰ জনজাতি বোলা হয়।এই জনজাতি আফ্ৰ’-এছিয়াটিক ভাষা পৰিয়ালৰ ওমোটিক শাখাৰ বান্না ভাষা ব্যৱহাৰ কৰে। বান্না জনজাতিৰ মুখ্য জীৱিকা হৈছে পশুপালন আৰু…

Read More

৫০০০ হিন্দু মহিলাক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰিলে দেশদ্ৰোহী জালালুদ্দিনে

দেশৰ বিৰুদ্ধে কি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল চাংগুৰ বাবা ওৰফে জালালুদ্দিনে উত্তৰ প্ৰদেশ ATS ৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে জালালুদ্দিনে চলাই আহিছিল সন্ত্ৰাসবাদী কেম্প উত্তৰ প্ৰদেশৰ এটা ফেৰীৱালা ৷চাইকেলেৰে ফেৰি কৰি আঙুঠি আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তাই থকা জালালুদ্দিন কেনেকৈকেইবছৰমানৰ ভিতৰতে হৈ পৰিল কোটি কোটি টকাৰ মালিক ৷ এই সকলোবোৰ তথ্য আহি পৰিছে উত্তৰ…

Read More

য়েমেনত ৰক্ষা পৰিবনে ভাৰতৰ নিমিষা প্ৰিয়াৰ প্ৰাণ?

য়েমেনত কাৰাবন্দী হৈ থকা কেৰালাৰ নাৰ্চ নিমিষা প্ৰিয়াক ১৬ জুলাইত ফাঁচী দিয়াৰ কথা আছিল। কিন্তু কেৰালাৰ গ্ৰেণ্ড মুফতি শ্বেখ কান্তপুৰম এ পি আবুবক্কৰ মুছলিয়াৰৰ হস্তক্ষেপৰ বাবে এই শাস্তি পিছুৱাই দিয়া হৈছে। ইছলামিক আইন অনুসৰি হত্যাকাৰীক ক্ষমা কৰাৰ অধিকাৰ ভুক্তভোগীৰ পৰিয়ালৰ অধিকাৰ আছে বুলি কয় মুফতিয়ে। আবুবক্কৰে কোৱা অনুসৰি ইছলামত এনে এক আইন আছে য’ত ভুক্তভোগীৰ…

Read More