জুবিনৰ মৃত্যুক লৈ কঠোৰ সদৌ অসম উকীল সন্থা

সকলোৰে এটাই দাবী জুবিন গাৰ্গৰ ন্যায় লাগে । জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উকীল সমাজ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে । সমগ্ৰ ৰাজ্যখনৰ ৰাইজে প্ৰতিদিনে বিচাৰি আছে আৰু দাবী কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওঁক আৰু জুবিন গাৰ্গে ন্যায় পাওক । তাৰ মাজতে সদৌ অসম উকীল সন্থা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । জুবিন গাৰ্গৰ…

Read More

শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে

অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান । ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত কোনো অনুষ্ঠানক নিদিয়ে চৰকাৰী পুঁজি অথবা বিজ্ঞাপন I লগতে কেন্দ্ৰীয় চৰকাৰকো শ্যামকানু মহন্তক নিষিদ্ধ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । সামাজিক মাধ্যম যোগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ ।জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ তুলপাৰ সমগ্ৰ ৰাজ্য । প্ৰিয় শিল্পীজনৰ ন্যায় বিচাৰি ৰাজ্যত বিভিন্ন প্ৰান্তত…

Read More

যেনেকৈ কৈছিল তেনেকৈ গলগৈ….

যেনেকৈ কৈছিল তেনেকৈ গলগৈ….উত্তাল সাগৰক আঁকোৱালী লৈ সাগৰ তলিত চিৰনিদ্ৰাত জুবিন গাৰ্গ I প্ৰাণৰ মানুহজন গ’লগৈ । এটা যুগৰ অৱসান I অসমীয়াক কন্দুৱাই অজান দেশলৈ গ’লগৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ । কিছুমান খবৰ মানিবলৈ বৰ কষ্টকৰ, বৰ বেদনদায়ক । জুবিন গাৰ্গ আৰু নাই….এই মৃত্যুৰ খবৰ অসহনীয় । জাতিৰ অমূল্য সম্পদ আমি হেৰুৱালোঁ৷ ইয়াতকৈ দুখৰ…

Read More

অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ জ্যোতিনগৰৰ নিখোজ ৩ কিশোৰী

কোন দিশে গতি কৰিছে যুৱ প্ৰজন্মই ? বিশ্বকর্মা পূজাৰ দিনাই মহানগৰীৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন ৩ গৰাকী কিশোৰীক উদ্ধাৰ । অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ জ্যোতিনগৰৰ নিখোজ ৩ কিশোৰী । কিশোৰী কেই গৰাকী আছিল চুইটি দাস (১৪),টিনা ৰাভা (১২) আৰু ইছা নাথ (১৪) ৷ নিশা উলুবাৰীৰ KFC ৰ ওচৰৰ পৰা উদ্ধাৰ হয় ৩ কিশোৰীক । কিন্তু ক’ত…

Read More

শাৰদীয় দুৰ্গোৎসৱক লৈ কঠোৰ নিয়ম জাৰি কৰিলে প্ৰশাসনে

দুর্গা পূজাক লৈ আহি গ’ল SOP । সমাগত শাৰদীয় দুৰ্গোৎসৱক লৈ জাৰি কৰা হল SOP । দুৰ্গোৎসৱক লৈ কঠোৰ নিয়ম জাৰি কৰিলে প্ৰশাসনে । পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী-প্ৰশাসনৰ পৰা ল’ব লাগিব অনুমতি I পর্যাপ্ত ভলিন্টিয়াৰ নিয়োগ কৰিব লাগিব পূজা কমিটিয়ে I অতিৰিক্তিভাবে লাইটৰ ব্যৱস্থা ৰাখিব লাগিব পূজা কমিটিয়ে I অগ্নি নির্বাপনৰ ব্যৱস্থাৰ লগতে প্রয়োজনীয়…

Read More

কিমান সম্পত্তিৰ গৰাকী ACS নূপুৰ বৰা ?

কিমান সম্পত্তিৰ গৰাকী ACS নূপুৰ বৰা ? পোহৰলৈ আহিছে নূপুৰ বৰাৰ পাহাৰসম সম্পত্তিৰ ন ন তথ্য । ১৫ ছেপ্টেম্বৰত ACS বিষয়াৰ ঘৰত চলিল CM ভিজিলেঞ্চে চলাইছিল অভিযান । নূপুৰ বৰাই সোঁৱে বাওঁৱে গঢ়িলে সম্পত্তিৰ পাহাৰ । ৬ বছৰীয়া কৰ্ম জীৱনত গঢ়িলে পৰ্বতসম সম্পত্তি । ৬ মাহৰ পৰা CM ভিজিলেঞ্চে গোপনে অনুসৰণ কৰি আছিল ACS নুপূৰ…

Read More

বিশ্বৰ প্ৰথম AI মন্ত্ৰী নিযুক্তি

বিশ্বৰ প্ৰথম AI মন্ত্ৰী নিযুক্তি I দুৰ্নীতিৰ বিৰুদ্ধে আলবেনিয়াৰ নতুন প্ৰয়াস I তথ্য-প্ৰযুক্তিৰ জগতত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ইউৰোপৰ দেশ আলবেনিয়াই । দেশখনৰ প্ৰধানমন্ত্ৰী এডি ৰামাই বৃহস্পতিবাৰে নতুন কেবিনেটত নিযুক্তি দিয়ে সম্পূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্বাৰা নিৰ্মিত এজন মন্ত্ৰী । এই AI মন্ত্ৰীজনৰ নাম হৈছে ডিয়েলা (Diella) ৰ শব্দগত অৰ্থ হৈছে সূৰ্য্য । দুৰ্নীতিৰ…

Read More

প্ৰতিবাদত উত্তাল লণ্ডনৰ ৰাজপথ

নেপালৰ পিছত এইবাৰ লণ্ডনত বিদ্ৰোহৰ জুই । স্তব্ধ হৈ পৰিল সমগ্ৰ লণ্ডন । বিদ্ৰোহ-প্ৰতিবাদত উত্তাল চেণ্ট্ৰেল লণ্ডন । প্ৰতিবাদত উত্তাল লণ্ডনৰ ৰাজপথ । অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল প্ৰায় ১ লাখ ১০ হাজাৰ লোক । এই বিশাল প্ৰতিবাদৰ আঁৰত এজন ব্যক্তি । তেওঁৰ নাম টমি ৰবিনছন । আনহাতে ‘ষ্টেণ্ড আপ টু ৰেচিজম” সংস্থাটোৱে প্ৰতিবাদৰ…

Read More

উন্নয়নৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

উন্নয়নৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I অসমৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I দুদিনীয়া কাৰ্য্যসূচীৰে ১৩ ছেপ্টেম্বৰত অসমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই কালি ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকি অসমক ধন্য কৰে।ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ মূখ্য অতিথি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসমবাসীৰ বাবে গৌৰৱৰ…

Read More

ভাৰতীয় ৰে’লৱেৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন মিজোৰাম

ভাৰতীয় ৰে’লৱেৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন মিজোৰাম I ঐতিহাসিক ক্ষণটোৰ সাক্ষী হ’ল পাৰ্বত্য ৰাজ্যখনৰ ৰাইজ। স্বাধীনতাৰ ৭ টা দশকৰ পাছত প্ৰথমবাৰৰ বাবে মিজোৰাম ৰে’লযোগে সংযুক্ত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ সৈতে । প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলে বৈৰৱী-ছাইৰাং ব্রডগজ ৰে’লপথ । স্বাধীনতাৰ ৭৮ বছৰ পাছত প্ৰথমবাৰলৈ ভাৰতৰ ৰে’ল মানচিত্ৰৰ সৈতে সংযুক্ত হ’ল মিজোৰাম । ভৈৰৱী-চাইৰাং ষ্টেচনৰ পৰা…

Read More

হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কণ্ঠত গুঞ্জৰিত “মানুহে মানুহৰ বাবে”

হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কণ্ঠত গুঞ্জৰিত ‘মানুহে মানুহৰ বাবে…’ নগাঁৱৰ আকাশে বতাহে মুখৰিত হল ‘মানুহে মানুহৰ বাবে’ । INDIA BOOK OF RECORDSত অন্তর্ভুক্তৰ উদ্দেশ্য ভূপেনদাৰ কালজয়ী গীতটো পৰিৱেশন কৰিলে ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষার্থীয়ে । নগাঁওত নুৰুল আমিন ষ্টেডিয়ামত আয়োজন কৰা হয় এই অনুষ্ঠানৰ । নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত বিশাল আয়োজন । এই…

Read More

তেজৰ বিনিময়ত সামাজিক মাধ্যম

পুনৰ অগ্নিগৰ্ভা নেপাল । তেজৰ বিনিময়ত সামাজিক মাধ্যম I পুনৰ অগ্নিগৰ্ভা নেপাল । এইবাৰ গোষ্ঠীগত সংঘৰ্ষত নেপাল জ্বলা নাই , নেপাল জ্বলিছে সামাজিক মাধ্যমৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা নিষেধাজ্ঞাৰ বাবে হে । ছ’চিয়েল মিডিয়াৰ নিষিদ্ধকৰণক লৈ প্ৰতিবাদত উত্তাল নেপালৰ কাঠমাণ্ডু চহৰ । নেপাল চৰকাৰে নিষিদ্ধ কৰিছিল ২৬ টাকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্ম । নিষিদ্ধ কৰা প্লেটফৰ্মসমূহৰ…

Read More

আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ

আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ । আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ । আজি বছৰৰ অন্তিমটো পূর্ণগ্রাস চন্দ্র গ্রহণ । ৯ বাজি ৫৮ মিনিটৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ । সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময় ১ ঘণ্টা ২২ মিনিট । চন্দ্ৰটো পূৰ্ণগ্ৰাসৰ কৱলত পৰিব ১১ বাজি ৪২ মিনিটত । প্রায় ৩ ঘণ্টা ২৮ মিনিটৰ বাবে ঘটিব পৰিঘটনা । গ্ৰহণৰ সময়ত ৰঙচুৱা…

Read More

অসমলৈ লৈ অনা হ’ব অনুপম বৃন্দাৱনী বস্ত্ৰ

অসমলৈ লৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ I মুখ্যমন্ত্ৰীয়ে অসমবাসীক দিলে ভাল খবৰ । ২০২৭ত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰখন ৰাখিবলৈ খানাপাৰাত নিৰ্মাণ কৰা হ’ব অত্যাধুনিক সংগ্ৰহালয়তাহানিৰ প্রাগজ্যোতিষপুৰতে অতীজৰে পৰা জ্যোতিষ বিদ্যাৰ লগতে বয়ন শিল্পৰ জন্ম হৈছিল বুলি কোৱা হয়। বিশেষকৈ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমৰ সাহিত্য, সংস্কৃতিৰ লগতে…

Read More

দিছপুৰ আৰক্ষীৰ জালত পৰিল গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড

দিছপুৰ আৰক্ষীৰ জালত পৰিল গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড । পুলিবৰ আৰক্ষীৰ সহযোগত যোৰহাটৰ পৰা ৰূপম শইকীয়াক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ । বহু লোকৰ পৰা বাহন লৈ প্ৰৱঞ্চনাৰ জাল মেলিছিল ৰূপম শইকীয়াই I যোৰহাটৰ অজন্তা বাইপাছৰ সমীপৰ এটা ভাড়াঘৰত আত্মগোপন কৰি আছিল ৰূপম শইকীয়াই । নিজকে পৰিবহন বিভাগৰ এনফৰ্চমেন্ট ইন্সপেক্টৰ বুলি পৰিচয় দি আশ্ৰয় লৈছিল ৰূপম…

Read More

সুধাকণ্ঠৰ জন্ম শতবার্ষিকীত ১০০ টকাৰ স্মাৰক মুদ্রা

ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে এক কালজয়ী সন্মান প্ৰদান কৰাৰ ঘোষণা ৰাজ্য চৰকাৰৰ । সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে। সুধাকণ্ঠৰ জন্ম…

Read More

মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা I থিতাতে নিহত পিতা-পুত্ৰ

পুৱাই মৰাণত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত পিতা–পুত্ৰ । দুখন বাহনৰ মুখামুখি সংঘৰ্ষত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন। বলেৰ’ পিক আপ-হোণ্ডাই আৰু এক্সটাৰ বাহনৰ মাজত সংঘৰ্ষ । দুই বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় মৰাণৰ পানীতোলাৰ বৰবিল গাঁৱৰ নিবাসী পিতা-পুত্ৰ খগেন বৰুৱা (৪৫) আৰু যুগল কিশোৰ বৰুৱা (১৪)…

Read More

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি

“জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ যাকেৰি নাহিকে উপাম I তোহাৰি চৰণে ৰেণু শত কৌটি বাৰেক কৰোহোঁ প্ৰণাম ||” আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে গুৰুজনাৰ গুণানুকীৰ্ত্তন। কোচবিহাৰৰ মধুপুৰ সত্ৰতো শংকৰদেৱৰ তিৰোভাৱ তিথিৰ আয়োজন । উখল-মাখল বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত নৰোৱা কুজি সত্ৰ । হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে…

Read More

গুৱাহাটীৰ ভাড়াঘৰত মাজুলীৰ যুৱতীৰ চৰমপন্থা !

গুৱাহাটীৰ ভাড়াঘৰত মাজুলীৰ যুৱতীৰ চৰমপন্থা ! প্ৰকৃততে কি হৈছিল ? কিয় ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি দিলে মাজুলীৰ জীয়ৰী, জালুকবাৰীৰ বোৱাৰী বুলবুলিয়ে ? মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । গুৱাহাটীত আত্মহনন কৰিলে মাজুলীৰ যুৱতী বুলবুলি শইকীয়াই । এটা চিকিউৰিটি এজেঞ্চীত কৰ্মৰত আছিল বুলবুলি শইকীয়া । বুলবুলি শইকীয়াৰ ঘৰ মাজুলীত আৰু শিৱা কলিতাৰ ঘৰ জালুকবাৰীত বুলি…

Read More

অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

সামগ্ৰিক অসমৰ উন্নয়নৰ বাবে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । অনুপ্ৰৱেশকাৰীৰ আধাৰ কাৰ্ড প্ৰাপ্তিক ৰোধ কৰিবলৈ আবেদনৰ সংশোধিত এছ অ’ পি ৰূপায়ণত অনুমোদন I অনুপ্রবেশকাৰীয়ে আধাৰ কাৰ্ড লাভৰ আশংকা দূৰ কৰাৰ অৰ্থে কেবিনেটে অসমত ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকৰ আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ প’ৰ্টেলৰ সংশোধিত এছ অ’ পি ৰূপায়ণত অনুমোদন জনাইছে ।জিলা আয়ুক্তসকলক…

Read More