অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই I আজি হত‍্যাকাৰী ৰিন্টু শৰ্মাক মৃত‍্যুদণ্ডৰ ৰায় দিলে আদালতে I হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পালে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতাৰ পৰিয়ালে  । হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত হোৱাৰ পিছদিনাই ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে মৃত‍্যুদণ্ডৰ ৰায় দিলে । ধেমাজি থানাত দেৱদত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীৰ তদন্তৰ অন্তত দোষী সাব্যস্ত কৰিছিল…

Read More

আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ

আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ I হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ I ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰমাহৰ এটি পবিত্ৰ মাহ । এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদমাহতে হৈছিল I ৰাজ্যত পহিলা ভাদ উপলক্ষে ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশ বিৰাজ…

Read More

GMCH ত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু

GMCH ত ভয়ংকৰ ঘটনা । NICU ত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু । অবিশ্বাস্য যেন লাগিলেও এইয়াই বাস্তৱ ! GMCH ৰ প্ৰসূতি বিভাগৰ ৩ নং মহলাত ঘটিল অঘটন । GMCHৰ BABY NICU বিছনাৰ পৰা পৰিল ৪ নৱজাতক । GMCH কর্তৃপক্ষৰ গাফিলতিৰ বাবেই মৃত্যুক আঁকোৱালি এটি কণমানি কন্যা দেৱশিশুৰ । একেখন বিচনাত ৰাখিছিল ৪ টা শিশু…

Read More

আজি দেশৰ ৭৯ সংখ‍্যক স্বাধীনতা দিৱস । ভাৰতৰ স্বাধীনতাত অসমৰ কি ভূমিকা ?

অসমৰ ভূমিকা অবিহনে স্বাধীনতাৰ ইতিহাস হৈ পৰিব অসম্পূৰ্ণ ! ভাৰতৰ স্বাধীনতাৰ ইতিহাসত অসমৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ । ১৯ শতিকাৰ প্ৰথমাৰ্ধত প্ৰথমবাৰৰ বাবে উত্থান ঘটিছিল অসমত ব্ৰিটিছ বিৰোধী চিন্তাৰ । অসমখন প্রত্যক্ষ ব্ৰিটিছৰ আধিপত‍্যৰ অধীনলৈ আহিছিল ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছতে। আৰু ব্ৰিটিছৰ শাসনত অতিষ্ঠ হৈ বহু স্বাধীনতাপ্রেমী লোকে অনুভৱ কৰিছিল যে এই অতিষ্ঠ ৰাজত্বৰ পৰা…

Read More

নিৰাপত্তা বৃদ্ধিৰ বাবে “মিছন সুদৰ্শন চক্ৰ” ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত “মিছন সুদৰ্শন চক্ৰ” প্ৰকল্পৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে স্বাধীনতা দিৱসৰ উপলক্ষে দিয়া ভাষণত ভাৰতৰ গুৰুত্বপূৰ্ণ সামৰিক আৰু অসামৰিক প্ৰতিষ্ঠানসমূহক সুৰক্ষা প্ৰদানৰ বাবে থলুৱা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই প্ৰকল্পৰ কথা ঘোষণা কৰে। “মিছন সুদৰ্শন চক্ৰ” মুকলি কৰাৰ কথা ঘোষণা কৰি মোদীয়ে কয়…

Read More

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ । গুৱাহাটীসহ ৰাজ্যৰ ৭টাকৈ স্থানত অনুষ্ঠিত হ’ব গ্রন্থমেলা । ৮ খন জিলাত ৪ মাহ ধৰি চলিব অসম গ্ৰন্থমেলা ।বঙাইগাঁও, লখিমপুৰ, তিনিচুকীয়া, যোৰহাট, নলবাৰী, শিলচৰ, মঙলদৈত অনুষ্ঠিত হব গ্রন্থমেলা । বঙাইগাঁওত ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা । লক্ষীমপুৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত…

Read More

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ I গোৱা আৰক্ষীৰ ৭০০ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ I গোৱাৰ মাননীয় মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে। গোৱা আৰক্ষীৰ নৱনিযুক্ত ৭০০ জন আৰক্ষী কনিষ্টবলে দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত সফলতাৰে নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয় I এই…

Read More

ইজৰাইলৰ আক্ৰমণত নিহত ৫ সাংবাদিক

গাজাত ভয়ংকৰ পৰিস্থিতি I গাজা ইজৰাইলৰ যুদ্ধই প্ৰাণ ললে ৫ জন সাংবাদিকৰ । ইজৰাইলৰ আক্ৰমণত নিহত আন্ত:ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ ৫ গৰাকীকৈ সাংবাদিক । গাজাৰ আল-শ্বিফা হাস্পতালৰ সন্মুখত আছিল সাংবাদিকৰ শিবিৰ । লাইভ সম্প্ৰচাৰৰ মাজতেই সাংবাদিকৰ বিস্ফোৰণ । ইজৰাইলৰ আক্ৰমণত নিহত আল জাজিৰাৰ সংবাদদাতা আনাছ আল শ্বৰীফ, মহম্মদ ক্রেইকেহ,কেমেৰামেন ইব্রাহিম জাহেৰ, মোৱামেন আলিৱা আৰু…

Read More

অসমত মুঠ সমজিলাৰ সংখ্যা হ’ব ৪৯ খন

সমজিলা গঠনৰ দিশত আন এক অনন্য পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অসমত মুঠ সমজিলাৰ সংখ্যা হ’ব ৪৯ খন । এই বৰ্ষৰ দ্বিতীয় পর্যায়ত সংযোজন হ’ব ১০ খন সমজিলা । ২০২৪ চনৰ প্রথম পর্যায়ৰ ৩৯ খন সমজিলা উদঘাটন হৈছিল । ১২ আৰু ১৩ আগষ্টত দ্বিতীয় পৰ্যায়ৰ সমজিলা উদঘাটনৰ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে । অসমৰ…

Read More

পুনৰ এয়াৰ ইণ্ডিয়া বিমানত যান্ত্ৰিক বিজুতি I

বিপদে লগ এৰা নাই এয়াৰ ইণ্ডিয়াক । আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াত ধাৰাবাহিক অঘটনৰ ঘটনা । পুনৰ এয়াৰ ইণ্ডিয়া বিমানত যান্ত্ৰিক বিজুতি I তিৰুৱন্তপুৰমৰ পৰা দিল্লী অভিমুখী বিমানখনত বিজুতি । বিমানখনত আছিল কেইবাজনো জেষ্ঠ্য ৰাজনৈতিক নেতা । বিমানখনত আছিল AICC ৰ সাধাৰণ সম্পাদক তথা সাংসদকে চি ভেনুগোপাল , UDF ৰ অদুৰ প্ৰকাশ , জ্যেষ্ঠ কংগ্ৰেছ নেতা…

Read More

জম্মু কাশ্মীৰত চলি থকা আখল অভিযানত নিহত ২ ভাৰতীয় সেনা জোৱান

স্বাধীনতাৰ প্ৰাক মূহুৰ্তত সীমান্তৰ পৰা আহিছে এটা দুঃখবৰ । জম্মু কাশ্মীৰত চলি থকা আখল অভিযানত নিহত ২ ভাৰতীয় সেনা জোৱান । পৱিত্ৰ ৰাখি বন্ধনৰ দিনাই দেশক নিৰাপত্তা প্ৰদান কৰা দুই ভাৰতীয় জোৱানে সন্ত্ৰাসবাদীৰ গুলীত মৃত্যুক সাৱটিলে । আহত ১০ জন ভাৰতীয় জোৱান কালি নিশাৰে পৰা জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰক্ষী আৰু নিষিদ্ধ সংগঠনৰ সদস্যৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু…

Read More

মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা

মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা । আৰক্ষীৰ জেৰাত দেহ ব্যৱসায়ৰ অভিযুক্ত । কালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছৰে পৰা গুৱাহাটীৰ সেই বিশেষ গেষ্ট হাউচৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ তদন্ত অভিযান । অবশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেহ ব্যৱসায়ৰ সৈতে জঢ়িত অভিযুক্তক । বাপ্তি হাজৰিকা, ৰিতুমণি গোহাঁই ৰাভা, জোনালী চৌহান, ৰিয়া দাসক গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ । আৰক্ষীৰ…

Read More

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ ৰ আবেদন পত্ৰসমূহ বিতৰণ কাৰ্য্যসূচী

আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠান । গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আয়োজন কৰা হয় অনুষ্ঠানৰ । ৰাজ্যৰ ৩৮০ৰো অধিক স্থানত বাল্য বিবাহ ৰোধ আৰু উচ্চ শিক্ষা আহৰণৰ লক্ষ্যৰে ৰাজ্যৰ লাখ লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা অভিলাষী আঁচনি ‘মুখ্যমন্ত্ৰীৰ নিযুত…

Read More

গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু

গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু । পদচাৰীৰ নিৰাপদ যাত্ৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সামাজিক মাধ্যম যোগে ঘোষণা কৰে এই সিদ্ধান্তৰ । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণ হ’ব ৫ খন সেঁতু । জালুকবাৰী , তেতেলীয়া, গড়চুক, ৰ’য়েল গ্ল’বেল ইউনিভাৰ্ছিটী পইন্ট, লালমাটিৰ গেম ভিলেজৰ সমীপত নিৰ্মাণ কৰা হব সেতু কেইখন…

Read More

‘গীনিজ বুক’ ত স্থান লাভ মোদীৰ ‘পৰীক্ষা পে চর্চা’

প্ৰধানমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ । শেহতীয়াকৈ এই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত বহুল প্ৰিয় আৰু বহুচৰ্চিত অনুষ্ঠান ‘পৰীক্ষা পে চর্চা’ ই এতিয়া গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।  চলিত বৰ্ষৰ অনুষ্ঠানৰ বাবে ৩ কোটি ৫৩ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে , যি…

Read More

ভুৱা এনকাউন্টাৰৰ গোচৰত ৫ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক যাৱজ্জীৱন কাৰাদণ্ড

পঞ্জাৱৰ মোহালিত বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় । ৩২ বছৰৰ পিছত কাৰাদণ্ড ঘোষণা আদালতৰ । ভুৱা এনকাউন্টাৰৰ গোচৰত ৫ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড । লগতে ৩.৫ লাখ টকাৰ জৰিমনা আদালতৰ । মোহালি জিলাত অৱস্থিত CBI ৰ এখন বিশেষ আদালতে অৱশেষত কাৰাদণ্ড বিহে এই পাঁচ আৰক্ষী বিষয়াক । পঞ্জাৱত ১৯৯৩ চনতে সংঘটিত হৈছিল অভিশপ্ত ঘটনাৰ…

Read More

আৰক্ষীৰ জালত SC কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস

হোজাই আৰক্ষীৰ জালত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস । পলাতক উপাধ্যক্ষ পিণ্টু দাসক ৰহাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । হোজাইৰ SC বৰ্ডৰ উপাধ্যক্ষ আছিল পিন্টু দাস । কিছুদিন পূর্বে পিণ্টু দাস আৰু তেওঁৰ সহযোগীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল SC বোৰ্ডৰ বহু সা-সামগ্ৰী । সামাজিক মাধ্যমত ভাইৰেল হৈছিল বাণ্ডিলে বাণ্ডিলে টকাসহ পিণ্টু দাসৰ…

Read More

পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি

বিজ্ঞানৰ যুগত অন্ধবিশ্বাস I পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি I এক বিশেষ নৃত্য । এই নৃত্য কোনো মনোৰঞ্জনধৰ্মী নাইবা উৎসৱধৰ্মী নহয় । পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ কৰা বেজৰ অভিনৱ বেজালিহে । বৰপেটাৰ হাউলীৰ সমীপৱৰ্তী কাউৰপাৰাত এই আজৱ ঘটনা । নৃত্যৰ তালে তালে নাচিছে কেইগৰাকীমান যুৱতীয়ে । মাজে মাজে বেজৰ যাদু টোনা । পেৰেলাইছিছ ৰোগীক সুস্থ…

Read More

অখিল গগৈয়ে সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি

অখিল গগৈয়ে সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি । সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত ২০ হাজাৰ লোকক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল অখিল গগৈয়ে । কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে । কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে । অখিল গগৈৰ বাবে ৰৈ থাকিল হাজাৰ হাজাৰ সংখ্যালঘূ মুচলমান ।…

Read More

ৰেচনৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ

লেখক : ৰাজশ্ৰী বৰুৱা ৰেচনৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ I এতিয়াৰে পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী I কেৱল চাউলেই নহয় ,হিতাধিকাৰীয়ে লাভ কৰিব দাইল,চেনী,নিমখ ইত‍্যাদি সামগ্ৰীসমূহ I ৰেচন সংগ্ৰহৰ নিয়ম সলনি হ’ব ১ অক্টোবৰৰ পৰা I বজাৰৰ দামতকৈ বহু কম মূল‍্যত ৰেচনৰ সামগ্ৰী লাভ কৰাৰ কথা ঘোষণা মুখ‍্যমন্ত্ৰীৰ I ৬৯ টকাত লাভ…

Read More