ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ উত্তৰ-পূৰ্বাঞ্চলত মুকলি প্ৰথমখন Aqua Tech পার্ক
ৰাজ্যবাসীৰ বাবে সু-খবৰ । মীন উৎপাদনৰ স্বাৱলম্বীতাৰ দিশত উল্লেখযোগ্য সিদ্ধান্ত ৰাজ্য চৰকাৰৰ । কালি সোণাপুৰৰ বগীবাৰীত মুকলি হল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম একুৱা টেক পাৰ্ক । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন Aqua Tech পার্ক মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মীন উৎপাদন বৃদ্ধিকে ধৰি মীন পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ লক্ষ্যৰে এই বৃহৎ পদক্ষেপ ৰাজ্য চৰকাৰৰ । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে…